Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

    Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

    Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

    Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Nature Lovers : গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা কাৰ্বি সীমান্তৰ এখন গাঁৱলৈ প্ৰকৃতিৰ হাতবাউল

publisher by publisher
December 20, 2022
in Assam, News
Reading Time: 2 mins read
0
Nature Lovers : গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা কাৰ্বি সীমান্তৰ এখন গাঁৱলৈ প্ৰকৃতিৰ হাতবাউল
1
SHARES
12
VIEWS
ShareShareShareShare

Nature Lovers :

1671273471613হেজাৰ বাধাক নেওচিব পৰা, একপ্ৰকাৰ গাত ৰ’দ নলগা বৰষুণ নপৰা বাসিন্দাৰে ভৰা নগাঁও- কাৰ্বি সীমান্তৰ এখন গাঁৱৰ প্ৰকৃতিৰ অনন্য ৰূপে হাতবাউলি মাতিছে প্ৰকৃতিপ্ৰেমীক৷

ADVERTISEMENT

উন্নয়নকামী পথ-পানী-পোহৰৰ চিনচাব নথকা প্ৰকৃতিয়ে অকৃপণ ভাৱেৰে সজাই তোলা এই ঠাইখণ্ড এতিয়া সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে৷ লোকচক্ষুৰ পৰা আঁৰত থকা এশ বছৰ পুৰনি এখন গাওঁ এই পাহাৰীয়া হাড়গাঁও।

RelatedPosts

HSLC Result 2023 Nagaon :মেধাৰ দৌৰত পুনৰ জিলিকিল নগাঁও

Deadbody Recovered In Nagaon:নগাঁৱৰ মাজৰআটিৰ কলং নৈত উদ্ধাৰ মহিলাৰ অৰ্ধগলিত মৃতদেহ

Nagaon Git:কাৰিকৰী শিক্ষাই সংস্থাপনৰ পথ মুকলি কৰিব:জি আই টিৰ সভাত বিধায়ক ৰূপক শৰ্মা

যি খন গাঁৱলৈ যাবৰ বাবে আজিৰ একবিংশ শতিকাতো নাই সুচল বাট-পথ। নাই বিশুদ্ধ খোৱা পানী। চাৰিওফালে পাহাৰৰে আৱৰা গাওঁখনে সততে হাতবাউল দি মাতে সকলোকে।

কলিয়াবৰ মহকুমাৰ নগাওঁ কাৰ্বি আংলং সীমান্তত থকা সেউজীয়াৰে পৰিপূৰ্ণ গাওঁখনৰ নৈসৰ্গিক দৃশ্যই বছৰৰ বাৰ মাহেই সকলোকে মাতে হাতবাউল দি৷ কলিয়াবৰ মহকুমাৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ হাটবৰৰ পৰা প্ৰায় পোন্ধৰ কিলোমিটাৰ বাট সোমাই গ’লেই নগাওঁ-কাৰ্বি আংলং সীমান্তৰ কাৰ্বি পাহাৰৰ গাতে লাগি থকা এখন গাওঁ এই সেউজীয়া হাড়গাওঁ।

লোকচক্ষুৰ পৰা বহু নিলগত থকা এই গাওঁখনৰ চৌদিশে মাথো পাহাৰ আৰু পাহাৰ। প্ৰকৃতিৰ সৰ্ব্বোচ্ছ সমলৰে পৰিপূৰ্ণ এই গাওঁখনত কাৰ্বি, চাহ জনগোষ্ঠীকে ধৰি এক সংমিশ্ৰিত জনবসতিয়ে বসবাস কৰে৷

ইয়াৰ সেউজীয়াৰ মাজত থকা প্ৰায় পঞ্চাছটাকৈ পৰিয়ালৰ জীৱন সংগ্ৰামে সকলোকে মোহাচ্ছন্ন কৰি তোলে। সেউজীয়া পাহাৰৰ শুকান খৰি একাঁ বেকা বাটৰে কঢ়িয়াই দূৰৰ বজাৰত বিক্ৰী কৰি তাহানিৰে পৰাই পৰিয়াল পোহপাল দি আহিছে এইসকল লোকে।

তেওঁলোকক যেন বৰষুণে তিয়াব নোৱাৰে, শীতেও চুৱ নোৱাৰে। কাৰণ কৰ্মময় জীৱনৰে একাত্ম এইসকল লোকৰ বাবে নাই বাসগৃহো৷ পাহাৰৰ জান-জুৰি-নিজৰাৰ পানীৰে তৃষ্ণা নিবাৰণ কৰি আহিছে এইসকল লোকে৷ পাহাৰৰ খৰি লুৰি বিক্ৰী কৰাৰ উপৰিও ব্যক্তিগত চাহ বাগিছা সমূহত দিন হাজিৰা কৰিও পৰিয়াল পোহপাল দি আহিছে এইসকলৰ একাংশ লোকে।

সেউজীয়া পাহাৰৰে পৰিপূৰ্ণ তথা পৰ্যটনৰ যথেষ্ট সমল থকা হাড়গাঁৱত নাই এটাও সুচল বাট পথ। জান-জুৰি-নিজৰাৰ ওপৰৰে উলিয়াই ল’ব লাগে বাট৷ প্ৰায় সংখ্যক শিশুৱে দেখা নাই বিদ্যালয়ৰ মুখ। কিয়নো অঞ্চলটোৰ আশে পাশে নাই এখনো বিদ্যালয়।

বন্যহস্তীৰ লগত আন আন বন্যকূলেৰে একেলগে সহবাস কৰা লোসকলে বৰ্তমান পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হোৱা নাই চৰকাৰী সাহাৰ্যৰ লগতে চৰকাৰী আঁচনিও। গাওঁখনত শিক্ষিত লোকৰ হাৰ মাত্ৰ এক শতাংশ বুলি কলেও ভুল নহ’ব।

যিটো সময়ত শিক্ষা সকলোৰে বাবে বুলি চৰকাৰে ঘোষণা কৰিছে, কিন্তু সেই সময়ত হাড়গাঁৱৰ ছবিখন অতিকৈ পুতৌলগা। পথ, পানী, শিক্ষাৰ কথা সততে কৈ থকা চৰকাখনে যদি অঞ্চলটোৰ উন্নয়ণৰ বাবে অকনমান চিন্তা কৰে তেন্তে পৰ্যটনৰ ক্ষেত্ৰত জিলিকি উঠাৰ যথেষ্ট সমল আছে হাড়গাওঁ।

দূৰ্গম এলেকাৰ হোৱাৰ বাবেই লোকচক্ষুৰ আঁৰ হৈ ৰোৱা এইসকল গাঁওবাসীৰ লগতে ভৱিষ্যতৰ প্ৰজন্মৰ আহিবলগীয়া দিনবোৰো সুখকৰ হোৱাৰ কামনা কৰিছে সকলোৱে৷

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: Karbi Anglong borderNagaonNature Lovers
publisher

publisher

Related Posts

Vande Bharat Express Warm Welcome In Fakiragram:বন্দে ভাৰত দ্ৰুতগামী যাত্ৰীবাহী ৰেলৰ যাত্ৰীক ফকিৰাগ্ৰামত উস্ম আদৰণি
Assam

May 29, 2023
AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন

Drugs Paddler Arrest In Boko:বকোত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক
Assam

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

May 29, 2023
Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত
Assam

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

May 29, 2023
Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ
Assam

Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

May 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: