Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

    CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

FANCY BAZAAR : পূজাৰ বতৰত অনলাইন শ্ব’পিং আৰু মলৰ অফাৰে আকৃষ্ট কৰিছে গ্ৰাহকক

ফাঁচি বজাৰত কমিছে গ্ৰাহকৰ ভিৰ , মলত দিছে বাম্পাৰ অফাৰ

publisher by publisher
September 29, 2022
in Assam, India, News
Reading Time: 1 min read
0
FANCY BAZAAR : পূজাৰ বতৰত অনলাইন শ্ব’পিং আৰু মলৰ অফাৰে আকৃষ্ট কৰিছে গ্ৰাহকক
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Two businessmen brothers arrested for GST evasion: মহানগৰীত জিএছটি ফাঁকিৰ অভিযোগত আটক দুই ব্যৱসায়ী ভাতৃ

Fancy Bazaar Deadbody Recovered:মহানগৰীৰ ফাঁচী বজাৰতযুৱকৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ

Fancy Bazaar Fire:মহানগৰীৰ ফাঁচী বজাৰত পুৱাই সংঘটিত বিধ্বংসী অগ্নিকাণ্ড

FANCY BAZAAR : এটা সময় আছিল যেতিয়া পূজা বুলিলেই খুচুৰা ব্যৱসায়ীসকলৰ ব্যস্ততাৰ সীমা নাইকীয়া হৈছিল । অৱশ্যে বিগত দুটা বছৰত গুৱাহাটীৰ বজাৰত এখন বিপৰীত ছবিহে দেখা পৰিলক্ষিত হৈছে । যিহেতু খুচুৰা ব্যৱসায়ীসকলক প্ৰত্যাহ্বান জনাই গুৱাহাটীস্থিত শ্ব’পিং মলসমূহত পূজাৰ বজাৰত ভিৰ কৰিছে গ্ৰাহকে । বিশেষকৈ ৰাজ্যৰ বাণিজ্যিক প্ৰাণকেন্দ্ৰস্বৰূপ ফাঁচি বজাৰত পূৰ্বৰ তুলনাত গ্ৰাহকৰ সংখ্যা হ্ৰাস পোৱাৰ লগতে শ্ব’পিং মলসমূহত আকৌ গ্ৰাহকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে । তেনেক্ষেত্ৰত এক উখল-মাখল পৰিবেশৰ সৃষ্টি হৈছে শ্ব’পিং মলসমূহত । কোনোবা মলত যদি ঢাক বজাই গ্ৰাহকক আকৰ্ষণৰ চেষ্টা কৰা হৈছে , আন কোনোবাখন মলত আকৌ প্ৰৱেশ কৰাৰ লগে লগেই আগবঢ়োৱা হৈছে আকৰ্ষণীয় উপহাৰ কুপন ।

ADVERTISEMENT

উল্লেখযোগ্য যে, মলত প্ৰৱেশ কৰা প্ৰতিজন গ্ৰাহকৰ বিনামূলীয়া কুপনত আছে টিভি , ফ্ৰিজৰ পৰা আৰম্ভ কৰি বহু মূল্যবান উপহাৰ । একেদৰে অন্য কোনোবা এটা মলত দিছে একেটা দামতে দুবিধ কাপোৰ । গ্ৰাহকক আকৰ্ষণৰ সকলো প্ৰচেষ্টা লোৱা মলসমূহে মুঠতে এনেবোৰ কৌশলেৰে এইবাৰ শাৰদীয় দুৰ্গোৎসৱৰ সময়ত ম্লান পেলাইছে ফাঁচি বজাৰ, মালিগাঁও, গণেশগুৰি , বামুনীমৈদান , বেলতলা আদিত থকা কাপোৰৰ দোকানসমূহৰ প্ৰতি গ্ৰাহকৰ আকৰ্ষণ । অন্যহাতে শ্ব’পিং মলসমূহত কাপোৰৰ পৰা আৰম্ভ কৰি জোতা,চেণ্ডেল তথা ইলেকট্ৰনিক সামগ্ৰীৰো ৰেহাই মূল্যত বিক্ৰী বৃদ্ধি কৰা দেখা গৈছে ।

শ্ব’পিং মলৰ সমান্তৰাকৈ ই-কমাৰ্চেও মহানগৰৰ ব্যৱসায়ীক প্ৰতিষ্ঠানসমূহলৈ প্ৰত্যাহ্বান কঢ়িয়াই আনিছে । অৰ্থাৎ অনলাইন বজাৰতো সাধাৰণ বজাৰৰ তুলনাত পূজাৰ বাম্পাৰ অফাৰ হিচাপে ৰেহাই মূল্যত যিকোনো সামগ্ৰী বিক্ৰী কৰা দেখা গৈছে । এনে ৰেহাই মূল্য তথা ঘৰতে বহি বজাৰ কৰা মানসিকতা গঢ় লৈ উঠা সমাজে এতিয়া যেন পূৰ্বৰ পূজাৰ বজাৰৰ জাক-জমকীয়া বজাৰখনৰ কথা মনত পেলাবলৈ আহৰি নোপোৱা হৈছে । উল্লেখযোগ্য যে , কে’বাটাও আন্তজাৰ্তিক ই-কমাৰ্চ এপয়ে অসম তথা পশ্চিমবংগৰ গ্ৰাহকসকলক লক্ষ্য কৰি পূজাৰ সময়ত মুকলি কৰিছে ‘গ্ৰেট ইণ্ডিয়ান ফেষ্টিভেল’ আদিকে ধৰি উৎসৱৰ সময়ত আকৰ্ষণীয় ৰেহাইৰ বজাৰ ।

তথ্য প্ৰযুক্তিৰ উত্তৰণৰ সমান্তৰালকৈ যোগাযোগৰ ক্ষেত্ৰখনো পূৰ্বতকৈ উন্নত হোৱাৰ সূত্ৰে এতিয়া অনলাইন মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত গুৱাহাটীৰ এজন বাসিন্দাই পছন্দৰ সামগ্ৰীবিধ ক্ৰয় কৰাৰ পিছতেই সৰ্বাধিক তিনিদিনৰ ভিতৰত ঘৰতে সামগ্ৰীবিধ যোগান পোৱাটো নিশ্চিত হৈছে । ইফালে এনে অনলাইন এপসমূহে আকৌ সামান্য মূল্যৰ বিনিময়ত ২৪ ঘণ্টাৰ ভিতৰত ক্ৰয় কৰা সামগ্ৰী ডেলিভাৰী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ যোগেদিও ধন পৰিশোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । স্বাভাৱিকতে পূজাৰ প্ৰাকক্ষণত গুৱাহাটীত আৰম্ভ হোৱা যানজঁটৰ পৰাও দূৰত থাকিবলৈকে মহানগৰীৰ বৃহৎ সংখ্যক উচ্চ মধ্যবিত্ত শ্ৰেণীৰ লোকসকলে এই অনলাইন মাৰ্কেটিঙত গুৰুত্ব প্ৰদান কৰা দেখা গৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fancy BazaarWUWAHATI"S SHOPPING HUB WITHNESS LESS COSTOMERS FLOW
publisher

publisher

Related Posts

Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প
Assam

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d