Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

IPL 2023 : আইপিএল-২০২৩ ৰ আটাইতকৈ দামী ক্ৰিকেটাৰৰ শাৰীত কোন কোন আছে ? জানিবলৈ পঢ়ক —

publisher by publisher
December 25, 2022
in India, News, Sports
Reading Time: 1 min read
0
IPL 2023 : আইপিএল-২০২৩ ৰ আটাইতকৈ দামী ক্ৰিকেটাৰৰ শাৰীত কোন কোন আছে ? জানিবলৈ পঢ়ক —
2
SHARES
23
VIEWS
ShareShareShareShare

IPL :

শেষ হ’ল কাটাৰ বিশ্বকাপ ফুটবল ২০২২ । এতিয়া আহিল ক্ৰিকেটৰ গৰম বতাহ অৰ্থাৎ আইপিএল ২০২৩ । ৯০ মিনিটৰ খেল শেষ হোৱাৰ পাছত এতিয়া ক্ৰীড়া অনুৰাগী ব্যস্ত হৈছে আইপিএলৰ ২০ অভাৰৰ খেললৈ ।

ADVERTISEMENT

সদ্য আইপিএলৰ সমূহ দল ব্যস্ত হৈছে ক্ৰিকেটাৰ বেচা-কিনাৰ দৌৰত । শুকুৰবাৰে আইপিএলৰ নিলাম প্ৰক্ৰিয়া সমাপ্ত হৈছে ।

RelatedPosts

ভাৰতত বিশ্বকাপ নেখেলে বাংলাদেশে

তিৰুপতি মন্দিৰত পৰিয়ালৰ সতে গোৱেংকা, উচৰ্গা কৰিলে কেবা কোটি টকাৰ গহনা

Rajasthan Royals training camp in Guwahati:গুৱাহাটীত ৰাজস্থান ৰয়েলছৰ অনুশীলন শিবিৰ আৰম্ভ

এইবাৰ আইপিএলৰ নিলামত ৪০৫ জন ক্ৰিকেটাৰৰ নাম আছিল । ইয়াৰে ২৭৩ জন ভাৰতীয় খেলুৱৈ হোৱাৰ লগতে ১৩২ জন বিদেশী খেলুৱৈ আছিল ।

ইয়াৰ ভিতৰত ইতিমধ্যে ৮০ জন ক্ৰিকেটাৰৰ বিক্ৰী সম্পন্ন হৈছে । এই প্ৰক্ৰিয়াত মুঠ ১৬৭ কোটি টকা ব্যয় কৰিছে সমূহ দলে ।

নিলামৰ শেষত এতিয়া সকলোৱে জানিবলৈ উদগ্ৰীৱ হৈ আছে যে কোনোজন ক্ৰিকেটাৰ আটাইতকৈ বেছি মূল্যত বিক্ৰী হৈছে ?

সেই অনুসৰি, কলকাতা নাইট ৰাইডাৰ্চে সৰ্বাধিক দামী ক্ৰিকেটাৰ ক্ৰয় কৰিছে । এই বছৰ আটাইতকৈ দামী ক্ৰিকেটাৰ ৰূপে চিহ্নিত হৈছে ৱেষ্ট ইণ্ডিছৰ আন্দ্ৰে ৰাচেল । আইপিএল অংশ লোৱাৰ বাবে ৰাচেলে ১৬ কোটি টকা লাভ কৰিছে ।

কলকাতা দলৰ দ্বিতীয় সৰ্বোচ্চ মূল্য পাইছে শ্ৰেয়চ আয়াৰে । তেওঁৰ দাম উঠিছে ১২ কোটি ২৫ লাখ টকা । বিগত আইপিএলত আয়াৰে দলক নেতৃত্ব দিছিল ।

কেকেআৰৰ আটাইতকৈ মূল্যবান ক্ৰিকেটাৰৰ তালিকাৰ তিনি নম্বৰ স্থানত আছে বৰুণ চক্ৰৱৰ্তী । তেওঁক ১২ কোটি টকা দি ক্ৰয় কৰিছে কৰ্তৃপক্ষই ।

বিগত খেলত চেন্নাই চুপাৰ কিংচে কিন্তু আটাইতকৈ দামী খেলুৱৈৰ তালিকাৰ শীৰ্ষত মহেন্দ্ৰ সিং ধোনীক ৰাখিছিল যদিও এই বৰ্ষত এই স্থান লাভ কৰিছে বেন ষ্টোকচে । এইবাৰ তেওঁক ১৬ কোটি ২৫ লাখ টকা প্ৰদান কৰা হৈছে । ইয়াৰলগতে চেন্নাই চুপাৰ কিংনচে এইবাৰ ৰবীন্দ্ৰ জাদেজাক চুক্তিবদ্ধ কৰিছে । ইয়াৰবাবদ তেওঁক ১৬ কোটি টকা দিয়া হৈছে ।

একেদৰে চিএচকেৰ আটাইতকৈ দামী ক্ৰিকেটাৰৰ তালিকাত তিনি নম্বৰত আছে দীপক চাহাৰ । তেওঁক ১৬ কোটি টকা দিছে কৰ্তৃপক্ষই ।

বাংগাল’ৰ দলত এই বৰ্ষত আটাইতকৈ দামী খেলুৱৈ ৰূপে ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিক ৰাখিছে । তেওঁৰ দৰ হৈছে ১৫ কোটি টকা ।

দৰৰ হিচাপত বিৰাটৰ পাছতেই অষ্ট্ৰেলিয়াৰ অলৰাউণ্ডাৰ গ্লেন মাক্স ওয়েল আছে । তেওঁক দলে ১১ কোটি টকা প্ৰদান কৰিছে ।

আৰচিবিতে তৃতীয় সৰ্বোচ্চ মূল্যবান ক্ৰিকেটাৰ হিচাপে বিবেচিত হৈছে হৰ্ষল পেটেল । ভাৰতৰ এই অলৰাউণ্ডাৰজনক দলে ৰাখিবলৈ খৰচ কৰিছে ১০ কোটি ৭৫ লাখ টকা ।

মুম্বাই ইণ্ডিয়ান্স দলৰ তালিকাৰ শীৰ্ষত থকা খেলুৱৈজন হৈছে অষ্ট্ৰেলিয়াৰ তৰুন ক্ৰিকেটাৰ কেমৰণ গ্ৰিনে । আইপিএলত এইবাৰ তেওঁৰ দাম উঠিছে ১৭ কোটি ৫০ লাখ টকাত ।

একেদৰে দ্বিতীয় স্থানত আছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মা । মুম্বাই দলৰ নেতৃত্ব দিবলগীয়া ৰোহিতক দলটোৱে ১৬ কোটি টকা প্ৰদান কৰিছে ।

মুম্বাইৰ তৃতীয় স্থানত আছে ভাৰতীয় দলৰ উইকেটৰক্ষক ঈশান কিশান । তেওঁক ১৫ কোটি ২৫ লাখ টকা দিছে দলটোৰ মুৰব্বী নীতা আম্বানীয়ে ।

চানৰাইজাৰ্চ হায়দৰাবাদ দলে এই বৰ্ষত আটাইতকৈ দামী ক্ৰিকেটাৰ ৰূপে ইংলেণ্ডৰ হেৰি ব্ৰুকক ৰাখিছে । ইয়াৰবাবদ খেলুৱৈজনক ১৩ কোটি ২৫ লাখ টকা দিয়া হৈছে ।

একেদৰে দ্বিতীয় স্থানত আছে অলৰাউণ্ডাৰ ওৱাচিংটন সুন্দৰ । তেওঁক দলে ৮ কোটি ৭৫ লাখ প্ৰদান কৰিছে ।
হায়দৰাবাদৰ তৃতীয় স্থানত আছে ৰাহুল ত্ৰিপাঠী । তেওঁক দলে ৮ কোটি টকা দি ক্ৰয় কৰিছে ।

পঞ্জাৱ কিংচ ইলেভেন দলে এই বছৰৰ বাবে আটাইতকৈ দামী শ্যাম কাৰেনক ক্ৰয় কৰিছে । ২৪ বছৰ বসয়ীয়া এই যুৱ খেলুৱৈজনক দলে ১৮ কোটি ৫০ লাখ টকা প্ৰদান কৰিছে ।

দ্বিতীয় স্থানত পঞ্জাৱে ইংলেণ্ডৰ লিয়াম লিভিংষ্টোনক ক্ৰয় কৰিছে । যাৰবাবদ তেওঁক ১১ কোটি ৫০ লাখ টকা দিয়া হৈছে ।
একেদৰে দৰ হিচাপত দলটোৰ তৃতীয় স্থানত আছে দক্ষিণ আফ্ৰিকাৰ বেগী বলাৰ বোলাৰ পাচ্ছেন । তেওঁক দলটোৱে ৯ কোটি ২৫ লাখ টকাৰে ক্ৰয় কৰিছে ।

দিল্লী কেপিটেলচে এই বছৰ আটাইতকৈ দামী খেলুৱৈ হিচাপে উইকেটৰক্ষক ঋষভ পন্থক ক্ৰয় কৰিছে । যাৰবাবদ তেওঁক ১৬ কোটি টকা দিছে ।

ঋষভৰ পাছতেই স্থান লাভ কৰিছে ভাৰতীয় দলৰ অলৰাউণ্ডাৰ অক্ষৰ পেটেল । তেওঁক দলে ১২ কোটি টকাৰে ক্ৰয় কৰিছে ।
তৃতীয় স্থানত আছে ভাৰতীয় দলৰ খেলুৱৈ পৃথ্বী শ’কে । তেওঁক দলে ৮ কোটি টকাত ক্ৰয় কৰিছে ।

একেদৰে ৰাজস্থান ৰয়েলছে এই বাৰ আটাইতকৈ দামী ক্ৰিকেটাৰ হিচাপে সঞ্জু চেমচনক ৰাখিছে । যাৰবাবে দলে ১৪ কোটি টকা প্ৰদান কৰিছে ।

দ্বিতীয় স্থানত আছে ইংলেণ্ডৰ জচ বাটলাৰ । এই উইকেটৰক্ষকজনৰ কাৰণে দলে ১০ কোটি টকা আগবঢ়াইছে । তৃতীয় স্থানত আছে বোলাবেৰক । তেওঁৰ বাবে দলে ১০ কোটি টকা খৰচ কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CricketIPL
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d