Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pijush Hazarika : পুনৰ জনতাক সহায়ৰ হাত পীযুষ হাজৰীকাৰ

    Lokhora : দুদিনীয়া কাৰ্যসূচীৰে বিষ্ণুনগৰত আয়োজন শ্ৰী শ্ৰীবিষ্ণু হোম আৰু পূজা

    Transman : দেশত এই প্ৰথম ! লিঙ্গ পৰিবৰ্তনৰ পাছত সন্তান জন্ম দিছে যুৱকে , সংগীয়ে কৰিলে ফটো শ্বেয়াৰ

    Guwahti 5 Police Reserve Closed :ট্ৰাকৰ গৰাকীৰ পৰা বলপূৰ্বক ধন সংগ্ৰহ

    Weapon recovered in Nalbari :নলবাৰীৰ চেংনৈৰ বনাঞ্চলত আৰক্ষী- চি আৰ পি এফৰ অভিযান

    Taliban : নাৰী শিক্ষাত নিষেধাজ্ঞাৰ বিৰুদ্ধে প্ৰতিবাদ , অধ্যাপকক প্ৰহাৰ কৰি কাৰাগাৰত ভৰালে তালিবানে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

    Vehicle Prices Hiked:উৎপাদনস্থলীত অত্যাধিক খৰচৰ অজুহাত বাহন কোম্পানীৰ

  • Entertainment
    • All
    • Movie
    • Music
    Bollywood : বলিউডৰ ‘খান সাম্ৰাজ্য’ত সম্রাট শ্বাহৰুখ, ছলমান-আমিৰৰ অভিলেখ কৰিলে ভংগ

    Pathaan: পাঁচ দিনত ৫০ কোটি টকাৰ ব্যৱসায় শ্বাহৰুখ অভিনীত ‘ পাঠান ‘

    Pathaan Box Office Collection: ৪৮ ঘন্টাত ‘পাঠান’ৰ উপাৰ্জন ২৩৫ কোটি

    Pathaan Release Today : ৪.১৫ লাখ অগ্ৰিম টিকট বুকিংৰে আজি দেশৰ পাঁচ সহস্ৰাধিক হলত মুকলি ‘পাঠান’

    Pathaan : অগ্রিম টিকট বিক্রীত ‘বাহুবলী-২’ক অতিক্ৰম কৰিলে শ্বাহৰুখৰ ‘পঠান’-এ

    Alia Bhatt : পুনৰ মাতৃ হ’বলৈ ওলাইছে আলিয়া ভট্ট !

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope:ৰাশিফল

    Horoscope :  দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

    Kaziranga National Park:কাজিৰঙাৰ পৰ্যটনলৈ আশাৰ ৰেঙনি

    Russia : বিদেশমুখী বিমানৰ টিকিট বিক্রী বন্ধ, পুৰুষৰ দেশত্যাগত বাধা দিবলৈ কঠোৰ ৰুছ প্ৰশাসন

    NATIONAL CINEMA DAY : কাইলৈ ৰাষ্ট্ৰীয় চিনেমা দিৱস

    BANARAS : বনাৰসৰ পৰা অসমলৈ চলাচল কৰিব ক্ৰুজ

    CHINA FLYING CAR : চীনৰ নতুন চমৎকাৰ ! প্ৰতি ঘন্টাত ২৩০ কি:মি: বেগত উৰিব পৰা “উৰণ” গাড়ীৰ সফল পৰীক্ষণ

  • Videos
No Result
View All Result

Home Lifestyle

Diabetes Symptoms : আপোনাৰ ডায়েবেটিচ হৈছে ?

ভৰিৰ কোন পাঁচটা লক্ষণ দেখিলে আপুনি তেজ পৰীক্ষা কৰাব লাগিব

publisher by publisher
December 30, 2022
in Lifestyle
Reading Time: 3 mins read
0
Diabetes Symptoms : আপোনাৰ ডায়েবেটিচ হৈছে ?
1
SHARES
14
VIEWS
ShareShareShareShare

Diabetes Symptoms :

অনিয়মিত জীৱন প্ৰণালী , সাংঘাতিক কৰ্মব্যস্ততা আৰু মানসিক চাপৰ কাৰণে আজিৰ তাৰিখত প্ৰতিঘৰতে ডায়েবেটিচ ৰোগীৰ সংখ্যা বাঢ়িছে । ৩০ বছৰ পাৰ কৰা লগে লগেই বহুতে এই ৰোগত আক্ৰান্ত হয় ।

ADVERTISEMENT

পৰিতাপৰ কথা যে, এই ৰোগৰ হাতত ধৰিয়েই শৰীৰত আহে উচ্চ ৰক্তচাপ ,কলেষ্টৰলৰ দৰে অনেক ৰোগ । আচলতে তেজত ইনছুলিনৰ অভাৱৰ বাবেই ডায়েবেটিচ ৰোগত আক্রান্ত হয় ।

RelatedPosts

Diabetes : ডায়েবেটিচ আছে ? সুস্থ থাকিবলৈ কি কি ফল খাব , আৰু কি সমূহ এৰিব ?

Diabetes : চিকিৎসকৰ পৰামৰ্শ অবিহনে ডায়েবেটিছ ৰোগীয়ে গ্ৰহণ কৰিছে ঔষধ

Diabetes : নহৰুৱে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত ব্ৰক্ষ্মাস্ত্ৰৰ দৰে কাম কৰে নেকি ? জানিবলৈ পঢ়ক

চিকিৎসকৰ মতে, জীৱন যাত্ৰাৰ পৰিৱৰ্তন আহিলেই তেজত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব লাগে । তাৰবাবে প্ৰতিদিনে খাদ্য তালিকা অনুকৰণ কৰাৰ সমান্তৰালকৈ শৰীৰচৰ্চা কৰা প্ৰয়োজন ।

প্ৰথম পৰ্যায়তে যদি এই ঘাতক ৰোগ ধৰা পৰে ,তেন্তে চিকিৎসা কৰাত সুবিধা হয় । বিশেষকৈ মূৰ ঘুৰোৱা, শৰীৰৰ ওজন কমি যোৱা , দৃষ্টিশক্তি লোপ পোৱা এইধৰণৰ প্ৰাথমিক লক্ষণে দেখা দিলে আপুনি জানিব যে আপোনাৰ শৰীৰত ডায়েবেটিচ ৰোগে প্ৰৱেশ কৰিছে ।

ডায়েবেটিচ হ’লে বেছি লক্ষণ ভৰিত ধৰা পৰা দেখা যায় । তেনেক্ষেত্ৰত ভৰিত দেখা কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল ।

১/ ভৰি ফুলি উঠা , ভৰিত যদি কোনো ঘাঁ লাগে নুশুকোৱা ।

২/ শৰীৰচৰ্চা কৰা সময়ত বা অন্য সময়তো ভৰিৰ পেশী টান হৈ উঠা ।

৩/ ভৰিৰ নখ মোটা বা হালধীয়া বৰণ লোৱা ।

৪/ ভৰিৰ আঙুলিত হোৱা সংক্ৰমণ ভাল নহ’লে বুজিব যে আপোনাৰ তেজত শৰ্কৰাৰ মাত্ৰা বাঢ়িছে ।

৫/ ভৰিৰ তলুৱাত বিষ হোৱা । অৰ্থাৎ ভৰিত দেখা পোৱা এই লক্ষণৰ পৰা আপুনি বুজিব লাগিব আপোনাৰ ডায়েবেটিচ হৈছে । ডায়েবেটিচ নিৰাময় হোৱা ৰোগ নহয় ।

গতিকে আপুনি ওপৰত উল্লেখিত নিয়ম অনুকৰণ কৰি জীৱনত আগবাঢ়ি যোৱাৰ অভ্যাস গঢ়ি তোলক । নিয়ন্ত্ৰিত জীৱনশৈলীহে আপোনাক এটা স্বাভাৱিক জীৱন প্ৰদান কৰিব ।

বি : দ্ৰ : এই প্ৰতিবেদনটো তথ্যভিত্তিক যদিও সমান্তৰালকৈ চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: DiabetesSymptoms
publisher

publisher

Related Posts

Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

February 2, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 31, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 30, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 29, 2023
Horoscope:ৰাশিফল
Spirituality

Horoscope :  দিনটোৰ ৰাশিফল

January 28, 2023
Horoscope : দিনটোৰ ৰাশিফল
Spirituality

Horoscope : দিনটোৰ ৰাশিফল

January 26, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: