Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

হাইপাৰটেনছনৰ পৰা কিদৰে বাচিব?

publisher by publisher
October 5, 2025
in Lifestyle
Reading Time: 1 min read
0
হাইপাৰটেনছনৰ পৰা কিদৰে বাচিব?
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Hypertension in India:ভাৰতৰ ৫০ শতাংশ পুৰুষ, ৩০ শতাংশ মহিলাই ভুগিছে উচ্চ ৰক্তচাপত

Home Remedies For Hypertension :দৰৱ খাবলৈ নাপাহৰে, অথচ ৰক্তচাপ কমা নাই ?

Misophonia Symptoms Treatment :মাইচ’ফ’বিয়াত ভুগিছে নেকি ?

Hypertension:✒️মানৱ জীৱন মানেই চিন্তা থাকিবই। এই চিন্তা সকলোৰে মনত প্রতি মুহূর্ততে থাকে। সেয়ে চিন্তাক বাদ দিলে জীৱনৰ অৰ্থই নাথাকে। কিন্তু সেই চিন্তা যদি কোনো আশংকাৰ বাবে হয়, তেন্তে সেয়া হ’ল দুশ্চিন্তা বা মানসিক উত্তেজনা। সম্প্ৰতি প্ৰদূষণৰ সমানে তাল মিলাই মানুহৰ মনবোৰত বৃদ্ধি পাইছে টেনছন। প্ৰদূষণে ক্ষতিৰ মাত্ৰা ক্ৰমাৎ বৃদ্ধি কৰিছে। দুশ্চিন্তাৰ ক্ষেত্ৰতো সেই একে কথাই ক’ব পাৰি। মানুহৰ মনত বৃদ্ধি পাইছে হাইপাৰটেনছন। অৱশ্যে কেতবোৰ নিয়ম মানি চলিলে আপুনি টেনছন দূৰ কৰিব পাৰে। অৱশ্যে তাৰ আগতে আপুনি জানিব লাগিব হাইপাৰটেনছনৰ সমস্যাত ভুগিলে ওপৰঞ্চি কি কি সমস্যা হয়।

ADVERTISEMENT

বিঘ্নিত নিদ্রা

মনত টেনছন থাকিলে কেতিয়াও টোপনি ভাল নহয়। অর্থাৎ পর্যাপ্ত নিদ্রা ব্যাহত হয়। নিদ্ৰাৰত অৱস্থাতে হঠাৎ শ্বাস লোৱাত অসুবিধা পোৱা যেন অনুভৱ হয়, সেইদৰে প্ৰায়ে অত্যধিক শ্বাস-প্রশ্বাসৰো সমস্যাই জৰ্জৰিত কৰে। যাৰ ফলত টোপনি ভাল নহয়, গোটেই দিন চকু জ্বলা-পোৰা কৰে, টোপনিৰ ভাব থকা, অস্থিৰ তথা অলপতে খং উঠা আদি সমস্যাই দেখা দিয়ে।

হৃৎপিণ্ডৰ সমস্যা বৃদ্ধি

হাইপাৰটেনছনৰ স’তে হৃৎপিণ্ডৰ সমস্যাৰ সম্পৰ্ক নিবিড়। টোপনি কম হোৱাৰ পৰাই এই যাৱতীয় সমস্যাৰ সৃষ্টি হয়। ক’লেষ্টেৰ’ল বাঢ়ে, ধমনীৰ আশেপাশে ব্লকেজ হোৱাৰ ফলত ৰক্ত সঞ্চালন ব্যাহত হয়। এইবোৰৰ পৰা হাৰ্ট এটেক পর্যন্ত হ’ব পাৰে।

মৃত্যুক আমন্ত্রণ

বৰ্তমান মানুহৰ অকাল মৃত্যুৰ অন্যতম কাৰণ হৈছে হাইপাৰটেনছন। কামৰ চাপ, নানা পাৰিবাৰিক সমস্যা, একাকীত্ব আদিৰ পৰাই হাইপাৰটেনছন আৰম্ভহয়। দিনৰ পাছত দিন ধৰি অনিদ্রা, শৰ্কৰা, উচ্চ ৰক্তচাপ আদিয়ে সহজে মৃত্যুক আমন্ত্ৰণ কৰে। ৫০ৰ পৰা ৫৩ বছৰ বয়সৰ ভিতৰত এই সমস্যা বেছিকৈ প্রকট হয়।

নিজক ব্যস্ত ৰাখক

বিভিন্ন কামত নিজক ব্যস্ত কৰি ৰাখিব। অফিচৰ কামৰ বাহিৰেও কিতাপ পঢ়া, গান শোনা, লেখামেলা কৰা, ফুৰিবলৈ যোৱা আদিত ব্যস্ত থাকিব। নানা কামত ব্যস্ত থাকিলে মনত বেয়া চিন্তাবোৰে বাহ লোৱাৰ সময় নাপায়। আচলতে জীৱনত ভাল-বেয়া দুয়োটা থাকে। এই কামটো কিয় নহ’ল বা কেতিয়া হ’ব আদি বিষয়বোৰত অযথা চিন্তা নকৰাই ভাল। সময়ত সকলো হ’ব।

পর্যাপ্ত নিদ্রা

টোপনি বৰ ভাল হ’ব লাগে। সেয়ে অভ্যাস থাকিলে বিছনাত পৰাৰ পূৰ্বে কিতাপ পঢ়ক, পছন্দৰ গান শোনক বা অতিশয় ইচ্ছা হ’লে পছন্দৰ চিনেমা চাব। কিন্তু ধূমপান, মদ্যপান বা টিভি চোৱাৰ পৰা বিৰত থাকিব।

অযথা চিন্তা নকৰিব

যিখিনি বিষয়ত চিন্তা কৰা প্ৰয়োজন, সেইখিনিহে কৰিব। তাৰ বাহিৰে অযথা চিন্তা কৰি নাথাকিব। অতি বেছি চিন্তা কৰিলে শৰীৰ বেয়া হ’ব, তাতকৈ আন একো নহয়।

সুষম আহাৰ খাব

সুষম আৰু পৰ্যাপ্ত পৰিমাণৰ আহাৰ খাব। নিয়ম কৰি প্ৰতিদিনে দুই কিলোমিটাৰ খোজকাঢ়িব। প্ৰচুৰ পৰিমাণে পানী পান কৰিব। ইয়াৰ দ্বাৰা শৰ্কৰা, ৰক্তচাপ নিয়ন্ত্রণত থাকিব। টেনছন কমিব। লগতে বেয়া চিন্তা বা দুশ্চিন্তা একেবাৰে নাথাকে।

হাইপাৰটেনছন সম্পর্কে গৱেষণাৰ মত

গৰম দেশত বাস কৰা লোকসকলৰ ৰক্তচাপ বতৰৰ সমান্তৰালকৈ উঠা-নমা কৰে। ফলত শাৰীৰিক সমস্যা বৃদ্ধি পায়। হাইপাৰটেনছনৰ প্ৰৱণতাও থাকি যায়। তুলনাত শীতপ্রধান দেশত এই সমস্যা অনেক কম। ফলত তেনে দেশত উচ্চ ৰক্তচাপত ভোগা মানুহৰ সংখ্যাও কম। গৰমৰ দেশৰ বাসিন্দা হ’লে আপোনাৰ এইক্ষেত্ৰত কৰিবলগীয়া একো নাই। কেৱল সাৱধানবাণীক অৱলম্বন কৰি জীৱন অতিবাহিত কৰিব পাৰে।

হাইপাৰটেনছনৰ পৰা হ’ব পাৰে

হৃৎপিণ্ডৰ সমস্যাতো আছেই, তাৰোপৰি হাইপাৰটেনছনৰ পৰা বৃক্কৰো গুৰুতৰ সমস্যা হ’ব পাৰে। সেয়ে কোনো ধৰণৰ সমস্যা অনুভৱ কৰিলেই চিকিৎসকৰ কাষ চাপিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: HypertensionSymptoms
publisher

publisher

Related Posts

কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল
Lifestyle

October 10, 2026
শেৱালি ফুলৰো আছে ঔষধি গুণ
Lifestyle

শেৱালি ফুলৰো আছে ঔষধি গুণ

October 4, 2026
গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি
Lifestyle

গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

October 4, 2026
ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d