Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

    আকস্মিক জটিল সংকট!

    আকস্মিক জটিল সংকট!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Covid 19 : কেৱল ভাৰতে নহয়, আৰু নখন দেশৰ বিমাবন্দৰত চীনৰ পৰা উভতা যাত্ৰীসকলে দেখাব লাগিব ক’ভিড ৰিপোৰ্ট

publisher by publisher
December 31, 2022
in COVID-19, International, News
Reading Time: 2 mins read
0
Covid 19 : কেৱল ভাৰতে নহয়, আৰু নখন দেশৰ বিমাবন্দৰত চীনৰ পৰা উভতা যাত্ৰীসকলে দেখাব লাগিব ক’ভিড ৰিপোৰ্ট
2
SHARES
15
VIEWS
ShareShareShareShare

Covid 19 :

পশ্চিমীয়া সংবাদ মাধ্যমৰ এটা অংশই দাবী কৰা অনুসৰি, চীনত প্ৰতিদিনে কে’বা লাখ লোক ক’ভিডত সংক্ৰমিত হৈছে। ক’ভিডৰ ফলত দৈনিক মৃত্যুৰ সংখ্যাও হাজাৰ অতিক্ৰম কৰিছে বুলিও তেঁওলোকে দাবী কৰিছে ।

ADVERTISEMENT

অৱশ্যে চীনৰ তৰফৰ পৰা এই খবৰৰ সত্যতা স্বীকাৰ কৰা নাই । ইফালে চৰকাৰেও কোনো তথ্য প্ৰকাশ কৰা নাই।

RelatedPosts

বিশ্বৰ ভিতৰতে জাপানীসকলৰ মাজত স্থূলতাৰ হাৰ কম

অন্তৰীক্ষত সঘন টহল চীনা স্পেচপ্লেনৰ

আতংকৰ কাৰণ হৈ পৰিছে চীনৰ ‘কৃত্রিম সূর্য’

এই পৰিস্থিতিত, কেৱল ভাৰত বা ইউৰোপীয় দেশসমূহৰ বাবেই নহয়, চীনৰ পৰা উভতি অহা যাত্ৰীসকলৰ বাবে মুঠ দহখন দেশৰ সকলো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ সাৱধানতা অৱলম্বন কৰা হৈছে।

ভাৰতে আগতেই জনাইছে, চীনৰ পৰা অহা সকলো যাত্ৰীয়ে আৰটি-পিচিআৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিব লাগিব। যদি প্ৰতিবেদনটো নেতিবাচক হয়, তেওঁক আন ঠাইলৈ যাবলৈ অনুমতি দিয়া হ’ব।

অৱশ্যে, বিমানত উঠাৰ সৰ্বাধিক ৪৮ ঘণ্টা আগতেই এই পৰীক্ষাটো কৰিব লাগে। যদি তাৰ আগতে পৰীক্ষা কৰা হয়, সেই পৰীক্ষাৰ ফলাফল গ্ৰহণ কৰা নহ’ব।

আমেৰিকা , ব্ৰিটেইন, ইটালী, ফ্ৰান্স, স্পেইন, মালয়েছিয়া, দক্ষিণ কোৰিয়া বা জাপানৰ দৰে দেশসমূহেও একে ধৰণৰ সিদ্ধান্ত লৈছে।

কেৱল চীনেই নহয়, ভাৰতে হংকং, জাপান, দক্ষিণ কোৰিয়া আৰু থাইলেণ্ডৰ পৰা অহা যাত্ৰীসকলৰ বাবে আৰটি-পিচিআৰ পৰীক্ষা বাধ্যতামূলক কৰিছে।

আমেৰিকাই চীন, হংকং আৰু মাকাওৰ পৰা অহা যাত্ৰীসকলৰ বাবে এই নিয়ম কাৰ্যকৰী কৰিছে। আমেৰিকা আৰু ইউকেয়ে পাঁচ জানুৱাৰীৰ পৰা এই নিয়ম প্ৰৱৰ্তন কৰিব ।

ইটালীয়ে ইতিমধ্যে এই নিয়ম প্ৰৱৰ্তন কৰিছে। ফ্ৰান্সে ইংৰাজী নৱবৰ্ষৰ প্ৰথম দিনৰ পৰাই এই নিয়ম প্ৰৱৰ্তন কৰিছে ।

ইটালীৰ কৰ্তৃপক্ষই জনোৱা অনুসৰি, দেশৰ বিভিন্ন বিমানবন্দৰত চীনৰ পৰা উভতি অহা ৫০ শতাংশ যাত্ৰীয়ে ক’ভিডত সংক্ৰমিত।

স্পেইনে চীনৰ পৰা উভতি অহা যাত্ৰীসকলৰ বাবে আৰটি-পিচিআৰৰ উপৰিও ক’ভিড-১৯ টিকাকৰণৰ প্ৰমাণপত্ৰ লগত থকাটো বাধ্যতামূলক কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Chinacovid19world
publisher

publisher

Related Posts

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Lakhimpur:লখিমপুৰৰ পথালি পাহাৰত ভয়ংকৰ পথ দুৰ্ঘটনা

March 11, 2026
আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d