Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

    Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

    Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

    Jalukbari Accident: মাজনিশা জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা

    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Pijush Hazarika : দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু তেজপুৰ বিধানসভা সমষ্টিত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা

২৪ ত আকৌ নৰেন্দ্ৰ মোদী দেশৰ প্ৰধানমন্ত্ৰী হ’বঃমন্ত্ৰী পীয়ুষ হাজৰীকা

publisher by publisher
January 11, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Pijush Hazarika : দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু তেজপুৰ বিধানসভা সমষ্টিত উপস্থিত মন্ত্ৰী পীযুষ হাজৰীকা
1
SHARES
5
VIEWS
ShareShareShareShare

Pijush Hazarika :

আজি তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টি, গাভৰু মণ্ডলৰ উদ্যোগত অনুষ্ঠিত বুথ স-শক্তিকৰণ সভাত উপস্থিত থাকে অসম চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰীকা। সভাত বুথ পৰ্যায় তথা তৃণমূল পৰ্যায়ৰ দলীয় সাংগঠনিক ভেটি শক্তিশালী কৰাৰ হেতু বিস্তৃতভাৱে আলোচনা কৰে তেখেতে।

ADVERTISEMENT

WhatsApp Image 2023 01 11 at 18.31.19বিজেপিৰ কেন্দ্ৰীয় নেতৃত্ব, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু দলৰ সভাপতি ভৱেশ কলিতাৰ আগ্ৰহত দলৰ শক্তিশালী সংগঠন অধিক শক্তিশালী কৰাৰ উদ্দেশ্যৰে আজি এই বুথ কমিতিৰ সভাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে।

RelatedPosts

AGP Parliamentary Constituencies :শীঘ্ৰে পাঁচটা সংসদীয় সমষ্টি বিচাৰি বিজেপিক তালিকা দিব অগপ‍ই

Assam loksabha Seat In Bjp :অসমৰ কেন্দ্ৰীয় মন্ত্ৰী-ৰাষ্ট্ৰীয় নেতাও এইবাৰ বঞ্চিত হ’ব বিজেপিৰ প্রার্থিত্ব লাভৰ পৰা !

Akhil Gogoi : আইন- শৃংখলা একোৱেই নামানে অখিল গগৈয়ে” ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মা

সমষ্টিটোৰ বুথ সভাপতি সকলৰ সৈতে পৰ্যালোচনা সভাত বহে তেজপুৰ সমষ্টিত দলীয় স্থিতি শক্তিশালী কৰাৰ দায়িত্ব লাভ মন্ত্ৰী হাজৰীকাই ।

WhatsApp Image 2023 01 11 at 18.31.13বিজেপি নেতৃত্বাধীন চৰকাৰ তথা বিজেপি দলে ৰাইজৰ স্বাৰ্থত কেনেকৈ কাম কৰি আছে এই বিষয়সমূহ জনগণৰ মাজলৈ কেনেকৈ লৈ যাব পৰা যায় সেই বিষয়ত আলোচনা কৰে তেখেতে। অসমৰ ভৱিষ্যতৰ স্বাৰ্থত ভাৰত বৰ্ষৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিজেপিক ৰাইজে যাতে সমৰ্থন কৰে তাৰ বাবে আহ্বান জনাই মন্ত্ৰী হাজৰীকাই।

কেৱল নিৰ্বাচন কেন্দ্ৰীক নহয় সকলো সময়তে দলীয় স্থিতি সবল কৰাৰ লগতে ৰাইজৰ উন্নয়নৰ বাবে দলে এনে সভা অনুষ্ঠিত কৰি আহিছে বুলি মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে।

২০২৪ ৰ লোকসভা নিৰ্বাচন প্ৰসংগত মন্ত্ৰী গৰাকীয়ে কয় যে, নিসন্দেহে ২৪ত পুনৰ নৰেন্দ্ৰ মোদী  দেশৰ প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত হ’ব। কেৱল দ্বিতীয় স্থানত থাকিবলৈহে বিৰোধী দলসমূহে নিৰ্বাচনী প্ৰতিদ্বন্দিতাত অৱৰ্তীণ হ’ব।

WhatsApp Image 2023 01 11 at 18.31.17লগতে কয়, দেশত চৰকাৰ গঠন কৰিব পৰাকৈ কোনো এটা বিৰোধী দলে আগবঢ়াই নাই আৰু এই মুহূৰ্ত্বতলৈ চৰকাৰ গঠন কৰিব পৰা স্থিতি নাই বিৰোধী দলসমূহৰ।

বিৰোধীক এক প্ৰকাৰ নস্যাৎ কৰি মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে যে, কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই কোনো প্ৰভাৱ নেপেলাইশাসকীয় বিজেপি দলক। কংগ্ৰেছ আৰু এ আই ইউ ডি এফক লৈ মন্তব্য কৰি কয়, কংগ্ৰেছ আৰু এ আই ইউ ডি এফক কেতিয়াও বিশ্বাস নকৰোঁ।

তেওঁলোক মিত্ৰতাত থাকক বা নাথাকক বিজেপি দলৰ একো ক্ষতি কৰিব নোৱাৰে। সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত সাংবাদিকে সুধা প্ৰশ্ন উত্তৰত তেখেত কয়, সমষ্টি পুনৰ নিৰ্ধাৰণে কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নেপেলায়।

অসমীয়াৰ সুৰক্ষাৰ স্বাৰ্থত অসম চৰকাৰ তথা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই যি কাম-কাজ কৰিছে তাৰ বাবে সকলোৰে পৰা সহায়-সহযোগীতা আৰু আশীৰ্বাদ কামনা কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।

সভাত বিজেপি দলৰ জিলা সভাপতি বাতাছ ওৰাঙ , গাভৰু মণ্ডলৰ সভাপতি জয়ন্ত বৰা, সমষ্টিৰ অন্তৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ জিলা, মণ্ডল, শক্তিকেন্দ্ৰ তথা বুথ পৰ্যায়ৰ বিষয়ববীয়া-কাৰ্যকৰ্তা সকল উপস্থিত থাকে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: BJPMinister Pijush HazarikaParty MeetingTezpur Visits
publisher

publisher

Related Posts

AGP Meeting In Dibrugarh:ডিব্ৰুগড়ত অগপৰ বিশাল কৰ্মকৰ্তা সন্মিলন
Assam

May 29, 2023
Drugs Paddler Arrest In Boko:বকোত ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক
Assam

Bilasipara Police SI Arrest:বিলাসীপাৰাত উৎকোচ বিচাৰি গ্ৰেপ্তাৰ আৰক্ষী উপ-পৰিদৰ্শক

May 29, 2023
Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত
Assam

Growing Conflict Between The Centre And States:কেন্দ্ৰ আৰু ৰাজ্যৰ বৰ্ধিত সংঘাত

May 29, 2023
Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ
Assam

Flagging Vande Bharat Express: প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিলে অসমৰ প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ

May 29, 2023
Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি
Assam

Earthquake In Assam :পুৱাই ভূমিকম্প ৰাজ্যত, একেলগে অনুভূত হ’ল দুটাকৈ জোকাৰণি

May 29, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: