Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Soler Street Lights :ডিমা হাচাওৰ বড়ো চেনাম গাঁৱত অসম ৰাইফলছৰ দ্বাৰা চ’লাৰ লাইট স্থাপন

publisher by publisher
February 6, 2023
in News, Assam
Reading Time: 2 mins read
0
Soler Street Lights :ডিমা হাচাওৰ বড়ো চেনাম গাঁৱত অসম ৰাইফলছৰ দ্বাৰা চ’লাৰ লাইট স্থাপন
2
SHARES
17
VIEWS
ShareShareShareShare

Soler Street Lights :

পাহাৰীয়া জিলা ডিমা হাচাও সদৰ হাফলং উত্তৰাঞ্চলত থকা অসম ৰাইফলছৰ আৰক্ষী মহাপৰিদৰ্শকৰ মুখ্য কাৰ্যালয়ে সোমবাৰে অসম ৰাইফলছৰ চিভিক একচন প্ৰজেক্ট ২০২২-২৩(এআৰ চিএপি) ৰ অধীনত জিলাখনৰ বড়ো চেনম গাঁৱত চাৰিটা চ’লাৰ লাইট স্থাপন কৰে ৷

ADVERTISEMENT

উল্লেখযোগ্য পাৰ্বত্য জিলা খনৰ বড়ো চেনম গাওঁখন অতি ভিতৰুৱা দুৰ্গম স্থান অৱস্থিত য’ত কোনো বিদ্যুত যোগানৰ ব্যৱস্থা নাই৷ বৈদ্যুতিক যোগানৰ কোনো ব্যৱস্থা নথকাৰ বাবেই গাওঁবাসী বিশেষকৈ মহিলা আৰু শিশুসকলে অন্ধকাৰৰ সময়ত নানান অসুবিধাৰ সন্মুখীন হৈছিল।

RelatedPosts

Nandita Gorlosa:বিজেপি ত্যাগ কৰা মন্ত্ৰী নন্দিতা গার্লোছাৰ মনোনয়ন পত্র দাখিল

Heroin and Yaba Tablets Seized: আসাম ৰাইফলছ – কাছাৰ আৰক্ষীযৰ যৌথ অভিযানত জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ

Republic Day Celebrating in Diphu-Haflong:ডিফু ,হামৰেণ আৰু হাফলঙতো ৭৭সংখ্যক গণৰাজ্য দিৱস উদযাপন

বড়ো চেনম গাঁৱৰ তদাৰকী কৰ্তৃপক্ষই সৌৰ পথৰ লাইট প্ৰদান কৰিবলৈ হাফলঙস্থ অসম ৰাইফলছ বেটেলিয়নৰ কাষ চাপিছিল ৷ গাঁওবাসীৰ একান্ত অনুৰোধৰ প্ৰতি সহাৰী জনাই বেটেলিয়নে এআৰ চিএপি ২০২২-২৩ৰ অধীনত চ’লাৰ লাইট স্থাপনৰ পদক্ষেপ লয় ৷

গাওঁবাসীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ প্ৰতি গুৰুত্ব দি অসম ৰাইফলছে দ্ৰুতগতিত গাওঁখনৰ সকলো গুৰুত্বপূৰ্ণ এলেকা সামৰি মুঠ চাৰিস্থানত স্থাপন কৰে চ’লাৰ লাইট ।

অসামৰিক প্ৰশাসন, গাওঁ কৰ্তৃপক্ষ আৰু গাওঁখনৰ স্থানীয় জনসাধাৰণে সৌৰ পথৰ লাইট স্থাপনৰ বাবে অসম ৰাইফলছলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷ অসম ৰাইফলছৰ এই ধৰণৰ পদক্ষেপে স্থানীয় জনতা আৰু নিৰাপত্তা বাহিনীৰ মাজত থকা বন্ধুত্বমূলক বন্ধনক অধিক শক্তিশালী কৰাৰ লগতে ভৱিষ্যতে এনে বহু মহৎ প্ৰচেষ্টাৰ পথ প্ৰশস্ত কৰে বুলি মন্তব্য কৰে গাঁওবাসীয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam RiflesHaflongSoler Street Lights
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d