Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Y20 Meeting:বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ মাজেৰে গুৱাহাটীত হ’ল আৰম্ভ যুৱ ২০ সভা

publisher by publisher
February 7, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Y20 Meeting:বাৰেৰহণীয়া সাংস্কৃতিক সন্ধিয়াৰ মাজেৰে গুৱাহাটীত হ’ল আৰম্ভ যুৱ ২০ সভা
1
SHARES
11
VIEWS
ShareShareShareShare

Y20 Meeting:

য়ুথ ২০ৰ আনুষ্ঠানিক ব্যস্ততা গোটৰ তত্ত্বাৱধানত ছয় ফেব্ৰুৱাৰীৰ পৰা জি-২০ৰ দেশৰ ২৫০ প্ৰতিনিধিৰ উপস্থিতিত গুৱাহাটীত আৰম্ভ হ’ল ৱাই ২০ ৰ সভা ৷

ADVERTISEMENT

WhatsApp Image 2023 02 07 at 11.07.32 AMসোমবাৰৰ পৰা আৰম্ভ হোৱা তিনিদিনীয়া ৱাই২০ৰ বৈঠকত পাঁচটা বিষয়ৰ ওপৰত বিভিন্ন পেনেলত আলোচনা অনুষ্ঠিত হ’ব আৰু বৈঠকৰ অন্তিম দিনটোত শ্বেতপত্ৰ আৰম্ভ কৰা হ’ব।

RelatedPosts

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

উল্লেখ্য যে , বহি:ৰাষ্ট্ৰৰ পৰা প্ৰতিনিধিসকলক ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ বালিচৰ দ্বীপত জনোৱা হৈছিল উষ্ম আদৰণি ৷ তাৰ পিছত বিভিন্ন শিল্পীৰ বাৰেৰহণীয়া সাংস্কৃতিক প্ৰদৰ্শনে সন্ধিয়াটো জীপাল কৰি তোলে ৷

WhatsApp Image 2023 02 07 at 11.07.33 AM 1ইয়াৰ পূৰ্বে প্ৰতিনিধি আৰু কেন্দ্ৰীয় ক্ৰীড়া ৰাজ্যিক মন্ত্ৰী নিশিথ প্ৰমানিকক লাচিত ঘাটৰ পৰা ফেৰীৰে লৈ যোৱা হয় ব্ৰহ্মপুত্ৰৰ মাজৰ বালিময় দ্বীপলৈ ৷
ফেৰিৰ পৰা নমাৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰী প্ৰমাণিক আৰু Y20 প্ৰতিনিধি সকলক পৰম্পৰাগত গায়ন বায়ন আৰু অন্যান্য লোক শিল্পীসকলে আদৰণি জনাইছিল।

WhatsApp Image 2023 02 07 at 11.07.33 AM 2মনকৰিবলগীয়া যে ,বালিময় দ্বীপটোত প্ৰতীকি ৰূপত জনগোষ্ঠীয় গাওঁ প্ৰদৰ্শন কৰা হৈছিল ৷ য’ত বড়ো, মিচিং, তিৱা, কাৰ্বি, দেউৰী আদিকে ধৰি ৰাজ্যৰ ১০ টা জনজাতি প্ৰদৰ্শন কৰা হৈছিল।

প্ৰতিটো জনজাতিয়ে তেওঁলোকৰ পৰম্পৰাগত ঘৰ, তেওঁলোকৰ পাকঘৰ, খাদ্য, সংস্কৃতি আৰু তেওঁলোকৰ জীৱন ধাৰণৰ পদ্ধতি প্ৰদৰ্শন কৰিছিল।

WhatsApp Image 2023 02 07 at 11.07.32 AM 1একেদৰে কিছুমান জনজাতিয়ে পাট আৰু মুগা পলুৰ পৰা ৰেচম প্ৰতিপালনৰ পদ্ধতি প্ৰদৰ্শন কৰে প্ৰতীকি ৰূপত ৷

আনহাতে সন্ধিয়া জনপ্ৰিয় কন্ঠশিল্পী জুবলী বৰুৱা আৰু বিহুৰ প্ৰদৰ্শনে সন্ধিয়াটো অধিক মনোমোহা কৰি তোলে ৷ অনুষ্ঠানটোৰ মুল আকৰ্ষণ বলীউডৰ জনপ্ৰিয় গায়ক অংগৰাগ পাপনৰ শাস্ত্ৰীয় আৰু আধুনিক গীতৰ নিখুঁত মিশ্ৰণে সকলোকে অসমীয়া লোক সংগীতৰ তালে তালে নৃত্য কৰিবলৈ বাধ্য কৰায় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cultural EveningGuwahatiInceptionkIckstartY20 Meeting
publisher

publisher

Related Posts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়
Assam

খোৱাঙত লুৰীণজ্যোতি গগৈৰ পৰাজয়

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d