Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Yuba Sangbadik Sanstha Foundation :যোৱা তিনিদশক ধৰি মূল্যবোধৰ পৰিৱৰ্তন হৈছে – কনক সেন ডেকা

কনক সেন ডেকালৈ বিশেষ সন্মান, পৰাগমনি আদিত্যলৈ সংবাদ শিৰোমণি সন্মান আৰু সূৰজ দত্তলৈ বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা বটা

publisher by publisher
February 10, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Yuba Sangbadik Sanstha Foundation :যোৱা তিনিদশক ধৰি মূল্যবোধৰ পৰিৱৰ্তন হৈছে – কনক সেন ডেকা

Senior journalist and chief editor of dainik Agradoot Kakan Sen Deka recieving special award, during the celebration of 5th foundation day of Young journalist Union of Assam at Gauhati press club on Friday.

4
SHARES
36
VIEWS
ShareShareShareShare

Yuba Sangbadik Sanstha Foundation :

 আগতে বাতৰি কাকতৰ প্ৰতিটো শব্দই মানুহে সচা বুলি ভাবিছিল, কিন্তু আজিকালি নাভাবে৷ যোৱা তিনিদশক ধৰি মূল্যবোধৰ আমূল পৰিৱৰ্তন হৈছে ৷ আজিৰ পৰা ত্ৰিশ বছৰ আগতে ৰাজনীতিয়ে হওক অথবা সাহিত্য, সংস্কৃতি, সাংবাদিকতাত যিটো মূল্যবোধ আছিল আজি সেইটো হেৰাই গ’ল, সস্তীয়া হৈ গৈছে৷ এই মন্তব্য বিশিষ্ট সাংবাদিক, দৈনিক অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি কনক সেন ডেকাৰ ৷

ADVERTISEMENT

আজি গুৱাহাটী প্ৰেছ ক্লাৱ প্ৰেক্ষাগৃহত যুৱ সাংবাদিক সন্থা অসমৰ প্ৰতিষ্ঠা দিৱস আৰু বিশেষ সম্বৰ্ধনা অনুষ্ঠানত সংগঠনটোৰ তৰফৰ পৰা আগবঢ়োৱা বিশেষ সন্মান গ্ৰহন কৰি ডেকাই লগতে কয় এতিয়া সাহিত্যয়ে হওক, অন্যান্য ক্ষেত্ৰতে হওক মূল্যবোধৰ আমূল পৰিৱৰ্তন ঘটিছে ৷

RelatedPosts

Chang Ghar:বান-খহনীয়াৰ পৰা পৰিত্ৰাণ পাবলৈ চাংঘৰেই বিকল্প

Book Release:মহানগৰীৰ অগ্ৰদূত ভৱনত উন্মোচন ‘ফনীন্দ্ৰ নাথ গগৈৰ অসমীয়া সাহিত্যত যৌনতাৰ স্থান

Public Relations Department Be The Pillar Of Light Of Assam:জনসংযোগ বিভাগ হওক অসমৰ আলোক স্তম্ভ

গতিকে এতিয়া আটাইতকৈ ডাঙৰ কথা সেই মূল্যবোধটো কেনেকৈ ঘুৰাই আনিব পাৰো ৷ ভাষনত তেওঁ কয় এতিয়া চাৰিওফালে দেখিছো ব্যভিচাৰ, কিন্তু এই ব্যভিচাৰ কৰা মানুহবোৰ সাধাৰণ মানুহ নহয় ৷ মানুহে যে কয় মূৰৰ পৰা মাছ গেলে, এতিয়া সমাজত আমি সেইটো দেখিব পাৰিছো ৷

পৰিৱৰ্তন হবলৈ হলে যুৱ সাংবাদিক সকল ওলাই আহিব লাগিব আৰু তেওলোকে যদি মোক গ্ৰহণ কৰে মইয়ো ওলাই আহিম৷ তিনিদশকৰ আগৰ সাহিত্য, সমাজনীতি, ৰাজনীতি, সাংবাদিকতাৰ মূল্যবোধ ঘুৰাই আনিব পাৰো, মানুহৰ মাজত বিশ্বাসযোগ্যতা কেনেকৈ প্ৰতিপন্ন কৰিব পাৰো তাৰে চেষ্টা কৰিবলৈ সকলোকে আহ্বান জনায় ৷

ভাষনৰ মাজতে তেওঁ সন্মান প্ৰদানৰ বাবে যুৱ সাংবাদিক সন্থা অসমক ধন্যবাদ জনায় আৰু সমাজৰ বাবে সকলোকে সমিলমিলেৰে কাম কৰি যাবলৈ আহ্বান জনায় ৷

উল্লেখ্য যে আজি যুৱ সাংবাদিক অসমে সংগঠনটোৰ পঞ্চম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৈনিক অগ্ৰদূত কাকতৰ মূখ্য সম্পাদক কনক সেন ডেকাক সংগঠনটোৰ ‘বিশেষ সন্মান’ প্ৰদান কৰাৰ উপৰিও এন কে টিভিৰ পৰিচালন সম্পাদক পৰাগমনি আদিত্যক ‘সংবাদ শিৰোমণি সন্মান’ আৰু নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰ সূৰজ দত্তলৈ ‘বৰ্ষশ্ৰেষ্ঠ যুৱ সাংবাদিকতা সন্মান’ প্ৰদান কৰে ৷

তিনিওজনকে অসমীয়াৰ স্বাভিমান ফুলাম গামোছা, চেলেং, ফুলাম জাপি, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰা হয়৷ বটা গ্ৰহন কৰি পৰাগমনি আদিত্য আৰু সূৰজ দত্তই সংগঠনটোক ধন্যবাদ জনোৱাৰ লগতে এনেধৰনৰ সন্মানে আগন্তুক দিনত কাম কৰি যাবলৈ প্ৰেৰণা দিয়ে বুলি উল্লেখ কৰে ৷

প্ৰাঞ্জল হাজৰিকাই আত ধৰা সভাখনত আৰম্ভণিতে এটি বৰগীত পৰিবেশন কৰে জনপ্ৰিয় কন্ঠশিল্পী আশ্বাস আয়ুস্মানে ৷ সন্থাৰ সাধাৰণ সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে উদ্দেশ্য বাখ্যা কৰা সভাখনত উপস্থিত থাকি নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতাই কয় ৩৪বছৰীয়া সাংবাদিকতাত বহু ঘাট প্ৰতিঘাত দেখিছো ৷

২০বছৰ মই অগ্ৰদূত কাকতত সংবাদকৰ্মী হিচাপে আছিলোঁ ৷ আজি মই যি অৱস্থাত আছো সেয়া কনক সেন ডেকা অথবা অগ্ৰদূতৰ বাবে সম্ভৱ হৈছে ৷ মই বহু সম্পাদকক পাইছো কিন্তু কনক সেন ডেকাৰ দৰে সত্যনিষ্ঠ আৰু সাহসী সম্পাদক দ্বিতীয়জন পোৱা নাই ৷

ডেকা ছাৰে কোনোদিনে সাংবাদিকতা ক্ষেত্ৰত আপোচ কৰা নাই। নলবাৰী সদৰৰ পৰা সংবাদদাতা হিচাপে কাম কৰি আজি এই পৰ্যায় পাইছো ৷ সংবাদ মাধ্যমত কেৱল চৰকাৰী সভা সমিতিৰ বাতৰিয়ে হয় বুলি যি মানুহৰ মাজত ধাৰণা আছিল সেয়া সংবাদ জগতলৈ আহি সলনি কৰিবলৈ উঠিপৰি লাগিলো ৷

বাতৰি কাকতত যে কেৱল চৰকাৰী বাতৰিয়েই নহয় দুৰ্নীতি, অনিয়ম, দুখীয়াৰ প্ৰতি বঞ্চনা আদিৰ বাতৰিয়ো হয়, সেয়া প্ৰকাশ পোৱাৰ পিছত মানুহে বাতৰিকাকতৰ নতুন সোৱাদ পাব ললে ৷

মই সাহসিকতাৰে বাতৰি কৰি থকা দেখি সেইসময়তে কনক সেন ডেকা ছাৰে মাতি আনিলে ৷ তেতিয়াৰ পৰা মোৰ সাংবাদিকতাৰ ধাৰা অব্যাহত আছে ৷

বিগত ৩৪বছৰৰ আমাৰ যদি সাংবাদিকতা ক্ষেত্ৰখন চাও উগ্ৰ জাতীয়তাবাদ, সহস্ৰ সংগ্ৰাম, বন্ধ, প্ৰতিবাদ যথেষ্ট হৈছে ৷ কিন্তু এনে পৰিস্থিতিয়ে আমাৰ জাতিটোক ভাষাটোক শক্তিশালী ৰূপত গঢ়িব নোৱাৰে ৷

শক্তিশালী ৰূপত গঢ়িবলৈ হলে জাতি – ভাষাৰ কাৰনে আমাক ভাৱনা লাগিব, কাম কৰি যোৱাৰ ইচ্ছা লাগিব ৷ ডেকা ছাৰে নতুন প্ৰজন্মক যি বাট দেখুৱাইছে সেয়া খৰটকীয়া হওক তাৰেই কামনা কৰিছোঁ ৷

সংবাদিক সকলোকো একত্ৰিত হৈ কাম কৰি যাবলৈ কলিতাই আহ্বান জনায় ৷ অনুষ্ঠানত উপস্থিত থাকি বিশিষ্ট উপন্যাসিক ৰীতা চৌধুৰীয়ে কয় সমাজ পৰিৱৰ্তনৰ ভূমিকা সাংবাদিক সকলৰ ওপৰত আছে ৷

যি সকল সাংবাদিকে সমাজলৈ অৱদান আগবঢ়াইছে তেওঁলোকলৈ ধন্যবাদ থাকিল ৷ বাতৰি কাকত, সামাজিক মাধ্যমৰেৰে বহু বাৰ্তা বিলোৱা হয় কিন্তু সমাজলৈ পজিটিভ বাৰ্তা বিলোৱাতো খুব কঠিন কাম ৷

কিয়নো দেখা যায় বেছিভাগ নিগেটিভ বাৰ্তাই প্ৰচলন বেছিকৈ হয় ৷ সমাজত যি ঘটি থাকে সেই বাৰ্তাটো শুদ্ধ ৰূপত বিলোৱাতো সকলোৰে কেৱল দায়িত্বয়ে নহয় কৰ্তব্যয়ো ৷

কেতিয়াবা দেখা যায় সংবাদ মাধ্যম সামাজিক মাধ্যম আদিত মানুহক নষ্ট কৰি দিবলৈ চলে৷ মই ভাবো যি সকলে ভাল কাম কৰিব খোজে তেওঁলোকক উৎসাহ যোগাব লাগে ৷

তেখেতে লগতে কয় সহজ পথ লবলৈ গৈ বহু কবি, সাহিত্যিক সাংবাদিকে পথ হেৰুৱাইছে ৷ আজিৰ যুৱ চামক সৎ পথৰে আগবঢ়াই নিয়াতো দৰকাৰ ৷ যুৱ সাংবাদিক সকলোলৈ অনুৰোধ জনাই কয় তেওঁলোকে অগ্ৰজ সকলক সন্মান কৰক ৷

আজিৰ সভাত মটক স্বায়ত্ত্ব শাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোহাঁই, জনপ্ৰিয় কন্ঠশিল্পী ড° মৌচুমী চহৰীয়ায়ো ভাষন প্ৰদান কৰে ৷

সভাত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ ডেকা, মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই, টাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁইকে কৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত আছিল ৷

কাৰ্যসূচীৰ লগত সংগতি ৰাখি পুৱা পতাকা উত্তোলন কৰে সন্থাৰ সভাপতি চন্দন দাসে আৰু শ্বহীদ তৰ্পণ কাৰ্যসূচী মুকলি কৰে সম্পাদক কাঞ্চন জ্যোতি গোহাঁইয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Foundation DayKanak Sen DekaNaresh kalitaRita ChowdhuryYuba Sangbadik Sanstha
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d