Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News New Year 2023

New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক

অভিস্পা বৰুৱা, তৰ্ক আৰু বক্তৃতা সম্পাদিকা, তেজপুৰ আইন মহাবিদ্যালয় ছাত্ৰ একতা সভা

publisher by publisher
January 1, 2023
in New Year 2023
Reading Time: 1 min read
0
New Year 2023 Wishes : নৱপ্ৰজন্ম‌ই নতুন চিন্তা কৰক
5
SHARES
46
VIEWS
ShareShareShareShare

RelatedPosts

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক

New Year 2023 Wishes :

এয়া পুৰণিক বিদায় দি নতুনক আদৰাৰ সময় ৷ এই সুযোগতে মই সমূহ দেশবাসীলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভ কামনা জনালোঁ ৷ নতুন বছৰটোৰ অহাৰ লগে লগে আমাৰ মনলৈ আহে বিভিন্ন নতুন আশা, চিন্তা, সপোন৷

ADVERTISEMENT

প্ৰথমেই আশা কৰো সমগ্ৰ পৃথিৱীৰ পৰা অশান্তি সমূহ নাইকিয়া হৈ শান্তি নামি আহক। যোৱা বৰ্ষ সমূহৰ দৰে মহামাৰীয়ে দেশক অশান্তি নকৰক আৰু জনসাধাৰণৰ সুখে শান্তিৰে জীৱন নিৰ্বাহ কৰিব পাৰক তাৰেই কামনা কৰো।

নতুন বৰ্ষৰ পৰিকল্পনা বুলি ক’বলৈ গ’লে সকলো মানুহেই অলেখ পৰিকল্পনা কৰে। ঠিক সেইদৰে আমাৰো চকুৰ আগত বহু পৰিকল্পনাই উবুৰি খাই পৰেহি ৷ তথাপিও তাৰ মাজতে বিশেষ কিছুমান কাম নিৰ্বাচন কৰিব ল’ব লগা হয় সময় সাপেক্ষে ৷

সময়ৰ তাগিদাত ময়ো এই বৰ্ষত হাতত লৈছোঁ কে’বাটাও বিশেষ কাম ৷ শিক্ষা জীৱন আগুৱাই নিয়াৰ লগতে ভৱিষ্যতৰৰ বহু সপোন বাস্তৱত পৰিণত কৰাৰ উদ্দেশ্যে মই যোৱা বৰ্ষতে তেজপুৰ আইন মহাবিদ্যালয়ত পাঁচ বছৰীয়া আইন পাঠ্যক্ৰমত নাম ভৰ্তি কৰিছিলোঁ।

এইবাৰ তৃতীয় ষাণ্মাসিকত অধ্যয়ণ কৰি থাকোতেই আমাৰ মহাবিদ্যালয়ত হোৱা ছাত্ৰ একতা সভাৰ২০২২-২৩ বৰ্ষৰ নিৰ্বাচনত তৰ্ক আৰু বক্তৃতা সম্পাদিকা হিচাপে বিজয়ী হ’লো। গতিকে মই আগন্তক বৰ্ষটোত মোৰ শিক্ষা দিশটোত বেছিকৈ মনোযোগ দিয়াৰ লগতে মহাবিদ্যালয়ৰ তৰ্ক আৰু বক্তৃতা বিভাগটো আগুৱাই নিয়াৰ পৰিকল্পনা কৰিছোঁ।

লগতে মই মোৰ ব্যক্তিগত তৰ্ক, নৃত্য ইত্যাদি দিশবোৰত আগতকৈ বেছিকৈ গুৰুত দি আগুৱাই যোৱাৰ পৰিকল্পনা কৰাৰ লগতে আৰু বহু সপোন পুহি ৰাখিছোঁ।

নতুন বৰ্ষটোত সমাজৰ পৰা হত্যা, ধৰ্ষণ, লুটপাত ইত্যাদি অপৰাধজনীত কামবোৰ নাইকিয়া হৈ এখন সুস্থ সমাজ গঢ় লওক তাৰেই কামনা কৰোঁ।

নতুন বৰ্ষতোত নৱপ্ৰজন্মই নতুনকৈ চিন্তা আৰম্ভ কৰক শিক্ষাৰ্থী সকলে নিজৰ শিক্ষা জীৱনত গুৰুত্ব বেছিকৈ দিয়ক আৰু শিক্ষা শেষ কৰি নিবনুৱা হিচাপে থকা সকলে আত্মনিৰ্ভৰ হোৱাৰ পথ বাছি লওক।

সকলোৱে চিন্তা কৰক যে এটা চাকৰিৰ পাছতে দৌৰি নাথাকি আত্মনির্ভৰ হোৱাৰ লগতে আৰু দহ জনক উপাৰ্জনৰ পথ দেখুৱাই দিব পাৰে।

সকলোৱে ম’বাইল, লেপটপ ইত্যাদি সামগ্ৰী বিলাকৰ নেতিবাচক দিশ সমূহ পৰিহাৰ কৰি ইতিবাচক দিশত ব্যৱহাৰ কৰক যাতে নিজৰ লগতে আনৰো কিছু লাভ হয়।

নৱ বৰ্ষত ৰাইজলৈ বাৰ্তা বুলিলে বিশেষকৈ ৰাইজ কৰ্মমুখী হওক তাকেই কম। শিক্ষা দিশত পৰিৱৰ্তন লাহে লাহে হোৱা দেখা গৈছেই। আশা কৰিম আগন্তক বৰ্ষবোৰত চৰকাৰৰ লগতে ৰাইজেও শিক্ষা দিশটো বেছিকৈ গুৰুত্ব দিয়ক।

চৰকাৰে অন্য দিশ বোৰতকৈ শিক্ষা আৰু স্বাস্থ্য দিশত আৰু অধিক গুৰুত্ব দিয়ক আৰু শিক্ষাৰ ক্ষেত্ৰত কিছু আৰু নতুনত্ব আনক। কবলৈ বহু আছে কিন্তু এতিয়া কব গলে লিখি শেষ নহব। শেষত সকলোৰে আগন্তক বৰ্ষতো মঙ্গলময়ী হওক তাৰেই কামনা কৰিলোঁ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Abhispa BaruahNew Year 2023
publisher

publisher

Related Posts

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক
New Year 2023

New Year 2023 Wishes : সকলোৱে নতুন কাম কৰক

January 1, 2023
New Year Wishes : নৱ বৰ্ষ উপলক্ষে প্ৰজ্ঞান জ্যোতি ভূঞা ( কটন বিশ্ববিদ্যালয় ,উচ্চতৰ মাধ্যমিকৰ দ্বিতীয় বৰ্ষ ) ৰ একান্ত অনুভৱ :

New Year 2023 Wishes : এজাক তৰুণ-তৰুণীয়ে নিবনুৱাৰ বাবে কঢ়িয়াই আনিছে উদ্দীপ্ত কিৰণ

New Year 2023 Wishes : জীৱন উপভোগ্য হোৱাটো কাম্য

New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই
New Year 2023

New Year 2023 : সপোনবোৰ এদিন ফলিয়াব‌ই

January 1, 2023
New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :
New Year 2023

New Year 2023 : প্ৰাপ্তি প্ৰত্যাশী শইকীয়া , নৱ বৰ্ষ উপলক্ষে একান্ত অনুভৱ :

January 1, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d