Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Yuba Sadan:প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত “যুৱ সদন’’ সফলতাৰে সম্পন্ন

publisher by publisher
February 11, 2023
in India, Assam, News
Reading Time: 4 mins read
0
Yuba Sadan:প্ৰথমবাৰৰ বাবে জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱ সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে অনুষ্ঠিত “যুৱ সদন’’ সফলতাৰে সম্পন্ন
3
SHARES
27
VIEWS
ShareShareShareShare

Yuba Sadan:

ADVERTISEMENT

মুখ্যমন্ত্ৰী ড০হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসম চৰকাৰে ৰাজ্যখনৰ সকলো শ্ৰেণীৰ জনসাধাৰণৰ সম উন্নয়ন তথা বিকাশৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যখনৰ ছাত্ৰ আৰু যুৱ সমাজক এই উন্নয়ন আৰু বিকাশৰ অংশীদাৰ হোৱাৰ লগতে অসমৰ সমাজ জীৱনক সমৃদ্ধ কৰি তোলাৰ দিশত নেতৃত্ব ল’বলৈ উৎসাহিত কৰাৰ প্ৰয়াস কৰিছে।

RelatedPosts

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

DCP Pressmeet:মঠঘৰীয়া ভয়ংকৰ পথ দুৰ্ঘটনাৰ আঁৰৰ ন ন তথ্য সদৰি ডিচিপি জয়ন্ত সাৰথি বৰাৰ

অসমৰ বিভিন্ন জনগোষ্ঠীসমূহক সমাজক ৰাজ্যখনৰ বিকাশৰ দিশত লোৱা কাৰ্যসূচীসমূহত সক্ৰিয়ভাৱে জড়িত কৰাটো বৰ্তমান চৰকাৰৰ অন্য এক প্ৰাথমিকতা।

অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণে বিগত দিনত এই দিশত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে। ৰাজ্যখনৰ জনগোষ্ঠীয় ছাত্ৰ আৰু যুৱসমাজৰ কল্যাণৰ বিষয়টো আগবঢ়াই নিবলৈ আৰু নিশ্চিত কৰিবলৈ সমিতিয়ে শেহতীয়াকৈ কিছু নতুন দিশৰ উন্মোচন কৰিছে।

সেইমৰ্মে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত অসমৰ আৰ্থসামাজিক, পৰম্পৰা, শিক্ষা-ক্রীড়া-সংস্কৃতিৰ চৰ্চা আৰু বিকাশ তথা প্রকাশৰ পৰামৰ্শৰ্থে প্ৰথমবাৰৰ বাবে পৰ্য্যালোচনা কৰিবলৈ জনগোষ্ঠীয় ছাত্ৰ আৰু যুব সংগঠনৰ শীৰ্ষ প্ৰতিনিধিৰ সৈতে গুৱাহাটীৰ খানাপাৰাস্থিত “ভিভাণ্টা হোটেল’’ত শনিবাৰে আয়োজন কৰা “যুৱ সদন” সফলতাৰে সম্পন্ন হৈছে।

ৰাজ্যখনৰ ২৪ টা জনগোষ্ঠীয় যুৱ-ছাত্ৰ সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰা আজিৰ ‘যুৱ সদন’ৰ উদ্বোধনী সত্ৰত অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব গীতাৰ্থ গোস্বামীয়ে বক্তৱ্য আগবঢ়াই অনুষ্ঠানটোৰ লক্ষ্য আৰু উদ্দেশ্যৰ কথা সদৰী কৰে।

আজিৰ ‘যুৱ সদন’ৰ প্ৰথম সত্ৰৰ বিষয় আছিল ‘’নৱ প্ৰজন্মৰ শিক্ষা- সংস্কৃতি, পৰম্পৰা,ক্ৰীড়াৰ বিকাশৰ বাবে ছাত্ৰ আৰু যুৱ সংগঠনসমূহৰ ভূমিকা আৰু দায়বদ্ধতা’’। এই সত্ৰৰ অধ্যক্ষতা কৰে শংকৰদেৱ বিশ্বদ্যালয়ৰ উপাচাৰ্য ড০ হাজৰিকাই আৰু প্ৰবক্তা হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ দয়ানন্দ পাঠক।

প্ৰথম সত্ৰৰ সচিব হিচাপে দায়িত্ব পালন কৰে অৰুণজ্যোতি মৰানে। প্ৰথম সত্ৰৰ সামৰণি বক্তৱ্য আগবঢ়ায় যুধিষ্ঠিৰ গগৈয়ে।
আনহাতে, দ্বিতীয় সত্ৰত অধ্যক্ষতা কৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাচাৰ্য ড০ হেমন্ত কুমাৰ বৰুৱাই আৰু প্ৰবক্তা হিচাপে বক্তৱ্য আগবঢ়ায় অসম চৰকাৰৰ তথ্য আয়ুক্ত সমুদ্ৰগুপ্ত কাশ্যপে।

দ্বিতীয় সত্ৰৰ সচিব হিচাপে দায়িত্ব পালন কৰে সীমান্ত দাসে। প্ৰথম সত্ৰৰ সামৰণি বক্তৱ্য আগবঢ়ায় ড০ ভবেন্দ্ৰ নাথ মহনে। ‘যুৱ সদন’ৰ দ্বিতীয় সত্ৰৰ বিষয় আছিল ‘’অসমৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ আৰু যুৱ সংগঠনৰ গুৰুত্ব’’।

প্ৰথম সত্ৰত প্ৰবক্তা হিচাপে উপস্থিত থাকি ড:দয়ানন্দ পাঠকে নৱ প্ৰজন্মৰ সামূহিক বিকাশৰ ক্ষেত্ৰত ছাত্ৰ আৰু যুৱ সংগঠনসমূহৰ ভূমিকাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে।

আনহাতে, দ্বিতীয় সত্ৰত সমুদ্ৰগুপ্ত কাশ্যপে অসমৰ আৰ্থ-সামাজিক বিকাশৰ ক্ষেত্ৰত দেখা যোৱা অন্তৰায়সমূহ আঙুলিয়াই দি ইয়াৰ নিৰ্মূলকৰণৰ জৰিয়তেহে যে প্ৰকৃত বিকাশ সম্ভৱ তাৰ বিশ্লেষণ দাঙি ধৰে।

তেওঁ কৰ্ম সংস্কৃতি-তথা আত্মনিৰ্ভৰশীলতা প্ৰয়োজনীয়তা, শিক্ষাৰ প্ৰসাৰ আৰু সামাজিক সচেতনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

ইপিনে, আজিৰ ‘যুৱ সদন’ত উপস্থিত থকা ২৪ টা জনগোষ্ঠীয় ছাত্ৰ-যুৱ সংগঠনৰ প্ৰতিনিধিসকলে তেওঁলোকৰ সংশ্লিষ্ট সমস্যাৰাজি দাঙি ধৰাৰ লগতে ইয়াৰ সম্ভাৱ্য সমাধান সূত্ৰৰ দিশবোৰতো আলোকপাত কৰে।

আজি অনুষ্ঠিত ‘যুৱ সদন’ত প্ৰতিনিধি উপস্থিত থকা ৰাজ্যখনৰ ২৪ টা জনগোষ্ঠীয় ছাত্ৰ-যুৱ সংগঠনৰ ভিতৰত আছে-টাকাম মিছিং পৰিং কেবাং, শৰণীয়া কছাৰী, টাই আহোম যুৱ পৰিষদ, সদৌ মৰাণ ছাত্ৰ সন্থা, ডিমাছা ছাত্ৰ সন্থা, নিখিল বড়ো ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, চাহ জনগোষ্ঠী ছাত্ৰ সন্থা, গোৰ্খা ছাত্ৰ সন্থা, চুতীয়া ছাত্ৰ সন্থা, সদৌ অসম হাজং ছাত্ৰ সন্থা, সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচন, সদৌ অসম কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, তিৱা ছাত্ৰ সন্থা, ঠেঙাল কছাৰী ছাত্ৰ সন্থা, দেউৰী ছাত্ৰ সন্থা, সদৌ অসম কৈৱৰ্ত ছাত্ৰ সন্থা, নিখিল বিষ্ণুপ্ৰিয়া মণিপুৰী যুৱ পৰিষদ, সদৌ অসম মৰিয়া ছাত্ৰ সন্থা, মদাহী ছাত্ৰ সন্থা, মেছ-কছাৰী যুৱ পৰিষদ।

প্ৰথমবাৰৰ বাবে অসম চৰকাৰৰ ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিতি, ছাত্ৰ আৰু যুৱ কল্যাণৰ তৰফৰ পৰা আয়োজন কৰা ‘যুৱ সদন’ পৰৱৰ্তী পৰ্যায়ত পৰ্যায়ক্ৰমে অনুষ্ঠিত কৰা হ’ব আৰু অধিক জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ অংশগ্ৰহণ নিশ্চিত কৰি ৰাজ্যখনৰ জনগোষ্ঠীসমূহৰ বহনক্ষম উন্নয়ন তৰান্বিত কৰাৰ প্ৰয়াস কৰা হ’ব ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiHotel VivantaSLACYuba Sadan
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d