Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

PM Modi’s Election Rally In Nagaland: নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী

ডিমাপুৰৰ নিৰ্বচনী সভাত পৰম্পৰাগত নাগা পোছাক পৰিধান কৰি দিলে উদাত্ত ভাষণ,শ্বিলঙত ৰ'ড শ্ব আৰু তুৰাত নিৰ্বচনী সভাটো অংশ গ্ৰহণ প্ৰধানমন্ত্ৰীৰ

publisher by publisher
February 24, 2023
in India, News
Reading Time: 3 mins read
0
PM Modi’s Election Rally In Nagaland: নাগালেণ্ডত নিৰ্বাচনী প্ৰচাৰত প্ৰধানমন্ত্ৰী মোডী
1
SHARES
6
VIEWS
ShareShareShareShare

PM Modi’s Election Rally In Nagaland:

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুক্ৰবাৰে দুপৰীয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে উপস্থিত হয় ডিমাপুৰত ৷ ডিমাপৰত অনুষ্ঠিত বিশাল নিৰ্বাচনী সভাত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ই তেওঁক বিশেষ আদৰণি জনোৱাৰ লগতে পৰিধান কৰাই দিয়ে নাগা পৰম্পৰাগত পোছাক আৰু প্ৰদান কৰে নাগা সকলৰ বিশেষ অস্ত্ৰ ৷

ADVERTISEMENT

WhatsApp Image 2023 02 24 at 15.59.05প্ৰধানমন্ত্ৰী গৰাকীয়ে তেওঁৰ ভাষণত টাৰ্গেট কৰি লয় কংগ্ৰেছক ৷ তেওঁ কয়,এসময়ত নাগালেণ্ডৰ শাসনত অধিককাল থকা কংগ্ৰেছে ৰাজ্যখনত অস্থিৰ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিবৰ বাবে দিল্লীৰ পৰা ৰিমৰ্ট কন্টলৰ জৰিয়তে নিয়ন্ত্ৰণ কৰিছিল নাগালেণ্ড সহ সমগ্ৰ উত্তৰ- পূৰ্বাঞ্চলক ৷

RelatedPosts

নির্মাণ আৰু পৰীক্ষা সমাপ্ত, অহা ১৯ এপ্ৰিলত প্রধানমন্ত্রী মোদীয়ে উদ্বোধন কৰিব বিশ্বৰ সর্বোচ্চ ৰেলসেতু

Union Minister Sarbananda Sonowal’s marathon campaign in support of coalition candidates in Sidli and Bongaigaon:ছিডলী আৰু বঙাইগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ সমৰ্থনত কেন্দ্ৰীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ মাৰাথন প্ৰচাৰাভিযান

Bongaigaon Cm Election Campaign:বঙাইগাঁও গান্ধী ময়দানত এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী সমৰ্থনত মুখ্যমন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

WhatsApp Image 2023 02 24 at 15.59.05 1এক প্ৰকাৰ পৰিয়ালবাদত বিশ্বাসী দলটোৱে উন্নয়নৰ বাবে আৱন্টন কৰাৰ ধনৰ ব্যাপক অপ ব্যৱহাৰ কৰি উন্নয়নৰ পিনে পিঠি দিছিল ৷ কংগ্ৰেছে উত্তৰ- পূৰ্বৰ অঞ্চলটোক উন্নয়নৰ পৰিৱৰ্তে এটি এম হিচাপে ব্যৱহাৰ কৰে বুলি উল্লেখ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ৷

ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰৰ শাসনৰ বাঘজৰী লোৱাৰ পাছতে ক্ৰমাগতভাৱে শান্তি আৰু উন্নয়নক বিশেষ অগ্ৰাধিকাৰ দি আহিছে ৷ উত্তৰ-পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যক অষ্টলক্ষ্মী বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে এই বৃহৎ অঞ্চলটোৰ দ্ৰুত উন্নয়ন হোৱাটো কামনা কৰি ইতিমধ্যে পৰ্যায়ক্ৰমে বিভিন্ন পুঁজিৰ জৰিয়তে উন্নয়ন তৰাম্বিত হৈছে ৷

ডিমাপুৰৰ বিশাল জনসভা খনত সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে আৰু কয়, এন ডি এ-এ পাৰ্বত্য ৰাজ্য নাগালেণ্ডত এক স্থায়ী শান্তি স্থাপনৰ বাবে আহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এই প্ৰচেষ্টাৰ ফচল ৰূপে যাতে শীৰ্ঘেই অঞ্চলটোৰ পৰা
সশস্ত্ৰ বল বিশেষ ক্ষমতা আইন আৰু অশান্ত অঞ্চল প্ৰত্যাহাৰ কৰিব পাৰি ৷

আনহাতে বিজেপিয়ে কেতিয়াও ধৰ্ম আৰু অঞ্চলক লৈ মানুহৰ মাজত বৈষম্য নকৰে ৷ বৰং সকলোকে নিজৰ লোক বুলি লৈ সন্মান কৰি তেওঁলোকৰ বিভিন্ন সমস্যা সমাধানত অগ্ৰাধিকাৰ দি আহিছে বুলি মন্তব্য কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে এসময়ত নাগালেণ্ডত বিভাজন ৰাজনীতি হৈছিল কিন্ত নেফিউ ৰিঅ’ইৰ নেতৃত্বত বিজেপি- এন ডি পি পি চৰকাৰ অহাৰ পাছৰে পৰা ঐশ্বৰিক শাসনলৈ পৰিৱৰ্তন কৰা হৈছে ৷ আমি দ্ৰত উন্নয়নত বিশ্বাসী ৷

প্ৰধানমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দি কয়, এন ডিএ নাগালেণ্ডৰ সৰ্বাগীন উন্নয়নৰ বাবে তিনিটা মন্ত্ৰ লৈ আনিছে ৷ সেই কেইটা হ’ল শান্তি,প্ৰগতি আৰু সমৃদ্ধি ৷

আনহাতে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে দুৰ্নীতি ৰোধ কৰিবৰ বাবে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰি শেহতীয়াকৈ দিল্লীৰ পৰা হিতাধিকাৰীলৈ অহা ধন পোনপটীয়াকৈ বেংক একাউণ্টত সোমোৱাত হিতাধিকাৰী সকল উপকৃত হৈছে ৷

আগন্তুক দিনত ৰাজ্যখনৰ এখন সাৰ্বজনীন চৰকাৰৰ বাবে এন ডি এ মিত্ৰ গোষ্ঠীৰ বিজেপি- এন ডি পি পি প্ৰক্ষেপিত সকলো প্ৰাৰ্থীক বিপুল ভোটত জয়ী কৰিবলৈ নাগালেণ্ডৰ জনগণক আহবান জনায় প্ৰধানমন্ত্ৰী গৰাকীয়ে  ৷

ইফালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পুলিচ বজাৰত এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে ৷ পথৰ দুয়োকাষে ৰৈ থকা অনুৰাগী সকলৰ অভিবাদন গ্ৰহণ কৰে ৷

WhatsApp Image 2023 02 24 at 16.29.09ইয়াৰ পাছতে তুৰাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত অংশ লৈ প্ৰধানমন্ত্ৰী গৰাকীয়ে এন পি পি আৰু টি এম চিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

WhatsApp Image 2023 02 24 at 16.29.10আগন্তুক দিনত এখন সুস্থিৰ আৰু প্ৰগতিৰ মেঘালয়ৰ বাবে বিজে পি প্ৰাৰ্থীক ভোটদানৰ দিনা পদুম ফুলৰ চিনত ইভিএমৰ বুটাম টিপি ভোটদান কৰিবৰ বাবে আহ্বান জনায় ৰাইজক ৷

উল্লেখ্য যে ,কাইলৈ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিন ৷ ভোটদান হ’ব ২৭ ফেব্ৰুৱাৰীত ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DIMAPUR.SHILLONG AND TURA VISITSelection campaignPM Narendra Modi
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d