Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nagaland Killing : সেনাবাহিনীৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ, ​এফআইআৰ দাখিল নগালেণ্ড আৰক্ষীৰ

publisher by publisher
December 7, 2021
in India, News
Reading Time: 1 min read
0
Nagaland Killing : সেনাবাহিনীৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগ, ​এফআইআৰ দাখিল নগালেণ্ড আৰক্ষীৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

Cachar:কাছাৰৰ লক্ষীপুৰত অসম ৰাইফলছৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ নিচাজাতীয় টেবলেট

গৰুৰ চোৰাং গোচৰত BSF জোৱানৰ শাস্তি ৰক্ষা কৰিলে উচ্চতম ন্যায়ালয়ে!

Heroin and Yaba Tablets Seized: আসাম ৰাইফলছ – কাছাৰ আৰক্ষীযৰ যৌথ অভিযানত জব্দ ১৪ কোটি টকাৰ ড্ৰাগছ

সেনাবাহিনীৰ ২১ নম্বৰ পেৰা স্পেচিয়েল ফ’র্চৰ বিৰুদ্ধে ‘ইচ্ছাকৃত গণহত্যাৰ অভিযোগ’ৰে এফআইআৰ দাখিল কৰিলে নগালেণ্ড আৰক্ষীয়ে । ফলত নতুনকৈ নগালেণ্ডসহ সমগ্র উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী পুনৰ জোৰদাৰ হৈ উঠিল ।

ADVERTISEMENT

গৃহ কমিছনাৰ অভিজিৎ সিঙে কালি মঙলবাৰে দাবী কৰিছিল, নগালেণ্ডৰ অ’টিঙত যোৱা শনিবাৰৰ ঘটনাৰ বাবে দায়ী সেনা কমাণ্ডোসকলৰ ‘ভুৱা খবৰ’ আৰু ‘নিয়ন্ত্রণহীন গুলিচালনা’ । কালি টিজিট আৰক্ষীয়ে তেওঁলোকৰ এফআইআৰত লিখিছে, “আৰক্ষীক কোনো খবৰ নিদিয়াকেই কমাণ্ডোসকলে গাঁওবাসীসকলে অহা পথত খোপনি পুতি আছিল । গাঁওবাসীসকলৰ গাড়ী দেখি তেওঁলোকে নজনাকৈয়ে গুলি চালনা কৰে । গাঁওবাসীসকলৰ হত্যা বা আহত কৰাই আছিল সেনাৰ উদ্দেশ্য ।”

প্রত্যক্ষদর্শীসকলৰ সাক্ষ্য উল্লেখ কৰি আৰক্ষীয়ে জনাইছে, প্রথম পৰ্যায়ত কমাণ্ডোসকলে ছজনক গুলি কৰি হত্যা কৰে ‌। পাছত তেওঁলোকৰ মৃতদেহ আনিব যাওঁতে সাতজন গাঁওবাসীক হত্যা কৰে তেওঁলোকে । ২২ জন আহত হয় । পাছত কমাণ্ডোসকলে গুলি চালনা কৰি কৰি অসমৰ দিশে পলায়ন কৰে । আহতসকলৰ আৰু এজনৰ মৃত্যু হোৱাত মৃতকৰ সংখ্যা বাঢ়ি হৈছে ১৭জন । ৰাষ্ট্ৰীয় মানৱ অধিকাৰ কমিছনে ছয় সপ্তাহৰ ভিতৰত অ’টিঙৰ ঘটনাৰ ৰিপ’র্ট দিবলৈ কৈছে কেন্দ্র আৰু নগালেণ্ড চৰকাৰক ।

সেনা সূত্রে খবৰ, অ’টিঙৰ ঘটনাত গাঁওবাসীসকলৰ আক্রমণত ২১ পেৰা এছএফৰ কমাণ্ডো গৌতম লালৰ মৃত্যু হৈছে । ২৪ বছৰীয়া এই জোৱানজনৰ ঘৰ উত্তৰাখণ্ডৰ দেবপ্রয়াগত । এই ঘটনাত ১৫ জন জোৱান আহত হৈছে । তেওঁলোকৰ দুজনৰ অৱস্থা সংকটজনক । গাঁওবাসীসকলৰ দাবী, ইমান কেইজন জোৱান আহত হোৱা নাই ‌।

সেনা কমাণ্ডোৰ এই কাৰ্যৰ পাছত আফস্পা প্রত্যাহাৰৰ দাবী পুনৰ জোৰদাৰ হৈ উঠে । সেনাবাহিনীক দিয়া বিশেষ ক্ষমতাৰ এই আইন প্রত্যাহাৰৰ দাবী কৰিছে এনপিপিঅ’, এনডিপিপি-য়ে । এই দুই আঞ্চলিক দলেই বিজেপি নেতৃত্বাধীন উত্তৰ-পূবৰ জোঁট নেডা তথা এনডিএ-ৰ মিত্ৰশক্তি । মেঘালয়ৰ মুখ্যমন্ত্রী তথা এনপিপি ৰাষ্ট্ৰীয় সভাপতি কনৰাড চাংমাই উত্তৰ-পূবত আফস্পা প্রত্যাহাৰৰ দাবী জনায় । নগালেণ্ড আৰু মণিপুৰৰ বিভিন্ন স্থানত কালি আফস্পা বিৰোধী সমদল ওলায় ।

কংগ্রেছৰ তৰফৰ পৰাও অভিযোগ উত্থাপন কৰা হয়, আফস্পা বলবৎ থকাৰ ফলত বছৰৰ পাছত বছৰ সেনা আৰু অৰ্ধসেনাই জনসাধাৰণৰ ওপৰত অত্যাচাৰ চলাইছে । ছোনিয়া গান্ধীৰ নির্দেশত এআইচিচিৰ সাধাৰণ সম্পাদক জিতেন্দ্র সিং, নগালেণ্ডৰ ভাৰপ্রাপ্ত দলৰ নেতা অজয় কুমাৰ, সাংসদ গৌৰৱ গগৈ আৰু এন্ট’ এন্টনিয়ে আঠ ডিচেম্বৰত নগালেণ্ডৰ মন জিলাত নিহতসকলৰ পৰিয়ালক লগ কৰিবলৈ যাব । ত্রিপুৰাৰ তিপ্রা মথাৰ চেয়াৰমেন প্রদ্যোত দেববর্মাইও আফস্পা প্রত্যাহাৰৰ দাবী উত্থাপন কৰিছে ।

আছু আৰু উত্তৰ-পূবৰ ছাত্র সংগঠনৰ মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচার্য‌ই কয়, এই ঘটনাই বুজালে যে কেন্দ্র‌ই উত্তৰ-পূবত শান্তি ঘূৰাই আনিবলৈ ইচ্ছুক নহয় । ইয়াৰ বাবে দায়ী আফস্পা । মণিপুৰ ‘অ’মেন গান ছাৰ্ভাইভার্চ নেটৱর্ক’-ৰ বীণালক্ষ্মী নেপ্রামে কয়, “নিৰ্বিচাৰে, প্রৰোচনাত বছৰৰ পাছত বছৰ ধৰি সামৰিক বাহিনীয়ে সাধাৰণ জনতাৰ হত্যা কৰি আহিছে । আজি পর্যন্ত কাৰো শাস্তি হোৱা নাই । মানুষ মৰাৰ অবাধ স্বাধীনতা আছে তেওঁলোকৰ ।”

সোমবাৰে মন জিলাৰ অ’টিঙত নিহত গাঁওবাসীসকলৰ শেষকৃত্য হয় । মুখ্যমন্ত্রী নেফিউ ৰিঅ’ই শেষকৃত্য অনুষ্ঠানত অংশ গ্ৰহণ কৰি কয়, “কেন্দ্রীয় গৃহমন্ত্রীৰ স’তে আলোচনা হৈছে । আমি চাই নগালেণ্ডৰ পৰা আফস্পা প্রত্যাহাৰ কৰাটো বিচাৰো । এই আইনে সমগ্ৰ দেশৰ ভাবমূর্তি নষ্ট কৰিছে । তেওঁ লগতে কয়, নগালেণ্ডৰ মন জিলাত সেনাৰ গুলিত মৃতসকলৰ পৰিয়ালক কেন্দ্রৰ তৰফৰ পৰা ১১ লাখ আৰু ৰাজ্যৰ তৰফৰ পৰা পাঁচ লাখ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব । আহতসকলক কেন্দ্র‌ই এক লাখ টকা আৰু ৰাজ্য চৰকাৰে ৫০ হেজাৰ টকাকৈ দিব ।”

নিহত গাঁওবাসীসকলৰ শেষকৃত্যত যোগ দিয়ে সকলো দল আৰু বিভিন্ন সংগঠনৰ নেতাসকলে । ৰাজ্যজুৰি মৌন প্রার্থনা কৰা হয় । নিহতসকলক উদ্দেশ্যি শ্রদ্ধা জনাই হর্নবিল উৎসৱ স্থগিত ৰখা হৈছে নগালেণ্ডত । ইএনপিঅ’ সংগঠনৰ নির্দেশত হর্নবিল উৎসৱৰ বাবে প্ৰস্তুত কৰা সকলো চাং ঘৰ, খাদ্য গৃহ আৰু অন্যান্য প্রদর্শনী বন্ধ কৰা হৈছে । ঘটনাৰ প্রতিবাদত বুধবাৰে নগালেণ্ডৰ বিভিন্ন স্থানত বন্ধ আহ্বান কৰা হয় । ফলত বিক্ষিপ্ত কিছু সংঘর্ষৰ খবৰ আহিছে । ডিমাপুৰ আৰু বিভিন্ন স্থানত সেনাৰ কনভয় আবদ্ধ কৰা হয় । জোৱানসকলৰ স’তে জনতাৰ সংঘৰ্ষও হয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam RiflesBSFNagaland
publisher

publisher

Related Posts

ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম
Assam

পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

September 2, 2026
Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d