Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

    RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

    Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

    Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

    Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

    Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Defence Minister Rajnath Singh:চীনৰ আগ্ৰাসন : ভাৰতীয় সেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ ৰাজনাথ সিঙৰ

উত্তৰ-পূবত কেন্দ্ৰই নিয়োগ কৰিব 'প্রলয়' আৰু 'নিৰ্ভয়',তেজপুৰ বিশ্ববিদ্যালয়ত চীনা ভাষা প্ৰশিক্ষণৰ বাবে চুক্তি ভাৰতীয় সেনাৰ

publisher by publisher
April 20, 2023
in India, News
Reading Time: 4 mins read
0
Defence Minister Rajnath Singh:চীনৰ আগ্ৰাসন : ভাৰতীয় সেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ ৰাজনাথ সিঙৰ
0
SHARES
4
VIEWS
ShareShareShareShare

Defence Minister Rajnath Singh:

চুবুৰীয়া ৰাষ্ট্ৰ চীনৰ সঘন আগ্ৰাসনক কেন্দ্ৰ কৰি সীমান্তত ক্ৰমাৎ জটিল হৈ পৰিছে দুই ৰাষ্ট্ৰৰ সম্পৰ্ক। ভাৰতক প্ৰত্যাহ্বান জনাই সীমান্তৰ উত্তৰ-পশ্চিম খণ্ডত চীনে পিএলএ নিয়োগৰ পাছতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি ভাৰতীয় সেনাক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিছে।

ADVERTISEMENT

প্ৰতিৰক্ষা মন্ত্রীজনে আজি কয় যে দেশক সুৰক্ষা প্ৰদান চৰকাৰৰ বাবে | সৰ্বাধিক অগ্ৰাধিকাৰৰ বিষয়। লক্ষ্যণীয় যে চীনৰ আগ্ৰাসন ৰোধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলতো ক্ষিপ্ৰতাৰে পাঁচশ আৰু ১,৫০০ কিলোমিটাৰ দূৰত্ব ভেদী ক্ষেপণাস্ত্র ‘প্রলয়’ আৰু ‘নিৰ্ভয়’ সংস্থাপনকৰিবলৈ সিদ্ধান্ত লৈছে।

RelatedPosts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত

প্ৰেমৰ সম্পর্ক বিচ্ছেদৰ ‘শাস্তি’, 

Gaurav Gogoi Pressmeet In Delhi:অৱশেষত পাকিস্তানলৈ যোৱাৰ কথা স্বীকাৰ কৰিলে গৌৰৱ গগৈয়ে

একে সময়তে সীমান্তত সমুখসমৰত লিপ্ত হোৱাৰ সময়ত চীনা সৈন্যৰ কথোপকথনৰ জৰিয়তে তেওঁলোকৰ যুদ্ধ-কৌশল আয়ত্ত কৰিবলৈ ভাৰতীয় সেনা জোৱানসকলক অসমৰ তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত চীনা ভাষা শিকাবলৈ আজি বিশ্ববিদ্যালয়খনৰে বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছে ভাৰতীয় সেনাই। চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত সেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ

চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতীয় সীমান্তৰ উত্তৰ-পশ্চিম খণ্ডত প্ৰকৃত নিয়ন্ত্রণ ৰেখাৰ কাষতে বৃহৎ হাৰত চীনা সৈন্য নিয়োজিত কৰাৰ পাছতে সীমান্তত সর্বাধিক সতর্কতা অৱলম্বন কৰি সষ্টম হৈ থাকিবলৈ আজি ভাৰতীয় সেনাক নিৰ্দেশ দিছে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।

আজি নতুন দিল্লীত ‘আর্মী কমাণ্ডাৰ্ছ কনফাৰেন্স’ত অংশগ্ৰহণ কৰি প্ৰতিৰক্ষা মন্ত্ৰীজনে সশস্ত্র বাহিনীক সমগ্ৰ বিশ্বৰ ভৌগোলিক-ৰাজনৈতিক পৰিৱৰ্তনৰ প্ৰতি লক্ষ্য ৰাখি শত্ৰুৰ বিৰুদ্ধে পরিকল্পনা আৰু কৌশল যুগুতাবলৈ আহ্বান জনায়। মন্ত্রী সিঙে লগতে কয় যে চীন সীমান্তত বেইজিঙে হঠাতে উত্তৰ-পশ্চিম খণ্ডত পিএলএৰ বিষয়া-জোৱানক বৃহৎ হাৰত নিয়োজিত কৰাৰ বিষয়টোৱে সীমান্তত উত্তেজনাৰ সৃষ্টি কৰিছে।

এই মুহূৰ্তত ভাৰতীয় সশস্ত্র বাহিনীসমূহ বিশেষকৈ ভাৰতীয় সেনা বাহিনীয়ে নিয়ন্ত্ৰণ ৰেখাক সুৰক্ষিত ৰখাৰ বাবে ধাৰাবাহিকভাৱে সতর্কতা অৱলম্বন কৰিব লাগে। এই প্ৰসংগতে সিঙে ভাৰতীয় সেনা বাহিনীক মনোবল যোগাই ঘোষণা কৰে যে সীমান্তত নিয়োজিত প্রতিজন সেনা জোৱানকে শ্রেষ্ঠ মাৰণাস্ত্ৰ আৰু সা-সুবিধা প্ৰদান কৰিবলৈ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। উত্তৰ-পূবত নিয়োজিত কৰা হ’ব ‘প্রলয়’ আৰু ‘নিৰ্ভয়’

চুবুৰীয়া ৰাষ্ট্ৰ চীনে ভাৰতক প্ৰত্যাহ্বান জনাই দুয়ো ৰাষ্ট্ৰৰ মাজত থকা ৩৪৮৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমান্তৰ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ গাতে লগাকৈ পিএলএৰ ৰকেট ৰেজিমেন্টক নিয়োজিত কৰাৰ পাছতে চীনক প্ৰত্যাহ্বান জনাবলৈ এইবাৰ সমৰ কৌশল সলনি কৰিলে নতুন দিল্লীয়ে।

চুবুৰীয়া ৰাষ্ট্ৰ নেপালক প্রলোভিত কৰি চীনে শিলিগুৰি কৰিড’ৰ আৰু অৰুণাচল প্ৰদেশত উত্তৰ-পূৰ্বাঞ্চলৰ বিৰুদ্ধে আগ্রাসী স্থিতি গ্ৰহণ কৰাৰ সময়তে ভাৰতীয় প্ৰতিৰক্ষা মন্ত্রণালয়েও উত্তৰ- পূৰ্বাঞ্চলক সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰিছে নতুন পৰিকল্পনা। সেই অনুসৰি চীনক যিকোনো মুহূর্ততে ভেটা দিবলৈ ৰাষ্ট্ৰীয় সুৰক্ষা পৰিকল্পকসকলে হ্রস্ব দূৰত্ব ভেদি ক্ষেপণাস্ত্র সংস্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে।

সেই মর্মে অসমসহ উত্তৰ- পূর্বাঞ্চলত শীঘ্ৰে পাঁচশ কিলোমিটাৰ দূৰত্বভেদী ক্ষেপণাস্ত্ৰ ‘প্ৰলয়’ আৰু ১৫০০ কিলোমিটাৰ দূৰত্বভেদী ক্রুইজ মিছাইল ‘নির্ভয়’ স্থাপন কৰিবলৈ সিদ্ধান্ত লৈছে। ইতিমধ্যে ভাৰতীয় প্ৰতিৰক্ষা সংস্থা ডিআৰডিঅ’ৱে ‘প্রলয়’ আৰু ‘নিৰ্ভয়’ৰ অনুশীলনীও সফলতাৰে সমাপন কৰিছে।

লক্ষ্যণীয় যে চীনেও উত্তৰ-পূৰ্বাঞ্চলৰ গাতে লগাকৈ শিলিগুৰি কৰিড’ৰৰ কাষৰ য়াটং অঞ্চলত ৭০ কিলোমিটাৰ দূৰত্বভেদী ভূমিৰ পৰা আকাশমাৰ্গৰ লক্ষ্যভেদ কৰিব পৰা ক্ষেপণাস্ত্ৰ স্থাপন কৰিছে। চীনৰ মূল লক্ষ্য হ’ল যিকোনো জৰুৰীকালীন সময়ত চিকেননেকৰ ওপৰেৰে ভাৰতীয় বায়ু সেনাৰ যুঁজাৰু বিমান পাৰ হ’ব ধৰোতেই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰা। চীনৰ এই যুদ্ধ কৌশলক ব্যৰ্থ কৰিবলৈ ভাৰত চৰকাৰে শিলিগুৰিৰ পৰা আৰম্ভ কৰি সমগ্ৰ অসম তথা উত্তৰ-পূৰ্বাঞ্চলতে ‘প্রলয়’ আৰু “নির্ভয়’ক নিয়োগ কৰিব |

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত চীনা ভাষা শিকিব ভাৰতীয় সেনাই :-

সীমান্তত চীনা সৈন্যৰে মুখামুখি হোৱাৰ সময়ত চুবুৰীয়া ৰাষ্ট্ৰখনৰ সেনাৰ কথোপকথন বুজি লৈ শত্ৰুৰ ৰণকৌশল প্রতিহত কৰিবলৈ ভাৰতীয় সেনাই এইবাৰ শিকিব চীনা ভাষা। বিগত সময়ত চীনা সৈন্যই লাডাখ, ছিকিম আৰু অৰুণাচল সীমান্তত অব্যাহত ৰখা আগ্ৰাসনৰ প্ৰতি লক্ষ্য ৰাখি চীনা সীমান্তত নিয়োজিত ভাৰতীয় সেনাৰ জোৱানসকলক চীনা ভাষা শিকাবলৈ সিদ্ধান্ত লৈছে ভাৰত চৰকাৰে।

উল্লেখ্য যে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ত সেনা জোৱানসকলক ১৬ সপ্তাহৰ এক পাঠ্যক্ৰমেৰে চীনা ভাষা শিকোৱা হ’ব। বিশ্ববিদ্যালয়খনত ভাৰতীয় সেনাক বিদেশী ভাষা শিকোৱাৰ বাবে আজি তেজপুৰস্থিত সেনাবাহিনীৰ চতুৰ্থ ‘ক’ৰ আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ পঞ্জীয়কৰ মাজত এখন বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়।

এই অনুষ্ঠানত উপস্থিত থাকে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক শম্ভুনাথ সিঙো। উল্লেখ্য যে ১৯৯৪ত স্থাপিত তেজপুৰ বিশ্ববিদ্যালয় বিদেশী ভাষা শিকনৰ ক্ষেত্ৰত দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ এখন আগশাৰীৰ শৈক্ষিক অনুষ্ঠান। আন বিদেশী ভাষাৰ লগতে বিশ্ববিদ্যালয়খনত চীনা ভাষাৰো শিক্ষাদান কৰা হয় ।

ভাৰতীয় সেনাবাহিনীয়ে সদৰী কৰা মতে, চীনা ভাষা আয়ত্ত কৰাৰ ফলত সময়সাপেক্ষ দেশৰ সেনাবাহিনীয়ে চীনা সেনাৰ লগত সম্পৰ্ক ৰক্ষাৰ সক্ষমতা বৃদ্ধি কৰিব। বিশেষকৈ চীনা সৈন্যৰে অনুষ্ঠিত হোৱা অধিনায়ক পৰ্যায়ৰ আলোচনা, ফ্রেগ মিটিং, যুটীয়া অনুশীলন আৰু সীমা সম্পৰ্কীয় বিষয়ৰ আলোচনাত সহায় কৰাৰ লগতে তেওঁলোকৰ প্ৰতিক্ৰিয়া আৰু বিষয়সমূহ স্পষ্টকৈ বুজাত সহায় কৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DEFENCE MINISTERDELHIRajnath singh
publisher

publisher

Related Posts

Covid India latest Update:দেশত বাঢ়িছে কৰ’নাৰ সংক্রমণ, পশ্চিমবংগত এদিনতে ১০৬ জন সংক্রমিত
COVID-19

June 6, 2025
RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট
India

RBI:দুহেজাৰটকীয়া নোটৰ পাছত আৰবিআয়ে ছপা বন্ধ কৰিলে দুই-পাঁচটকীয়া নোট

June 6, 2025
Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট
India

Railway E-Ticket Booking: আধাৰ নম্বৰেৰে তৎক্ষণাত বুক কৰিব পাৰিব তৎকাল টিকট

June 6, 2025
Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন
News

Boko Incident:চুবুৰীয়া ৰাজ্য মেঘালয়ত সুৰক্ষিত নহয় পৰ্যটক কিম্বা অসমীয়াৰ জীৱন

June 6, 2025
Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল
News

Kamakhya Lanslide:ভূস্খলন: কামাখ্যা মন্দিৰৰ সন্মুখৰ দেৱাল খহি গাড়ী চূৰমাৰ, গছো উভালি পৰিল

June 6, 2025
Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ
News

Cyber ​​criminals’ land and property seized in Morigaon:ৰাজ্যত প্ৰথম :মৰিগাঁৱত চাইবাৰ অপৰাধীৰ ভূ-সম্পত্তি জব্দ

June 6, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d