Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Nepal Flight Catches Fire : মাজ আকাশত দাউ দাউকৈ জ্বলি উঠিল বিমান ! তাৰ পাছত ?

publisher by publisher
April 25, 2023
in India, News
Reading Time: 2 mins read
0
Nepal Flight Catches Fire : মাজ আকাশত দাউ দাউকৈ জ্বলি উঠিল বিমান ! তাৰ পাছত ?
2
SHARES
16
VIEWS
ShareShareShareShare

Nepal Flight Catches Fire :

বিমানবন্দৰৰ পৰা উৰা মৰাৰ কিছু ক্ষণৰ ভিতৰতে দাউ দাউকৈ জুই জ্বলি উঠে নেপালৰ পৰা ডুবাইগামী ‘ ফ্লাই ডুবাই ‘ বিমানৰ ইঞ্জিন ।

ADVERTISEMENT

বিমানখনে সোমবাৰে পুৱা নেপালৰ কাঠমাণ্ডুৰ ত্ৰিভুৱন আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ১৫০ তকৈও অধিক যাত্ৰীৰ স’তে উৰা মাৰিছিল।

RelatedPosts

সমুদ্ৰপথতো যুদ্ধৰ প্ৰভাৱ, তেল যোগানক লৈ বিশ্বত উদ্বেগ

ডুবাই বিমানবন্দৰৰ কাষত ড্ৰ’ন বিস্ফোৰণ!

ইৰাণৰ অভিযোগ: ইউএইৰ ঘাঁটি ব্যৱহাৰ কৰি খাৰ্গ দ্বীপত আক্ৰমণ আমেৰিকাৰ

কিন্তু উৰণ আৰম্ভ হোৱাৰ অলপ পাছতেই বিমানখনৰ এটা ইঞ্জিনত জুইৰ শিখা লক্ষ্য কৰা যায় আৰু খন্তেকতে বিয়পি পৰে জুই ।সংবাদ সংস্থা পিটিআইয়ে জনাইছে, বিমানখনত ৫০ জন নেপালী যাত্ৰী সহ মুঠ ১৫০ জনৰো অধিক যাত্ৰী আছিল ।

প্ৰত্যক্ষদৰ্শীয়ে দাবী কৰিছে যে কাঠমাণ্ডুৰ আকাশত তেঁওলোকে বিমানত জুই লগা প্ৰত্যক্ষ কৰে । সেই ঘটনাটোৰ এটা ভিডিঅ’ও ইতিম্যেই পোহৰলৈ আহিছে।

https://help.twitter.com/en/twitter-for-websites-ads-info-and-privacy

প্ৰাথমিকভাৱে পিটিআইয়ে জনাইছে যে বিমানখনে বিমানবন্দৰত জৰুৰী অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল। যিকোনো দুৰ্যোগ নিয়ন্ত্ৰণ কৰিবলৈ অগ্নি নিৰ্বাপক ইঞ্জিনবোৰো তৈয়াৰী ৰখা হৈছিল ।

অৱশ্যে, নেপালৰ অসামৰিক বিমান পৰিবহন নিয়ন্ত্ৰকে এক বিবৃতিত কয় যে পাইলটজনে কিছু সময়ৰ বাবে জ্বলন্ত ইঞ্জিনটো বন্ধ কৰি দিছিল আৰু আন এটা ইঞ্জিনৰ সহায়ত গন্তব্যস্থানলৈ যোৱাৰ সিদ্ধান্ত লয়।

পাছত নেপালৰ সংস্কৃতি, পৰ্যটন আৰু অসামৰিক বিমান পৰিবহন মন্ত্ৰী চুদান কিৰাটিয়ে তেওঁৰ ফেচবুক একাউণ্টত পোষ্ট কৰে যে বিমানখন সুৰক্ষিতভাৱে ইয়াৰ গন্তব্যস্থানৰ ফালে গৈ আছে আৰু পৰিস্থিতি নিৰীক্ষণ কৰা হৈছে।

কিছুমাহৰ আগতে, এক ভয়ংকৰ বিমান দুৰ্ঘটনাৰ সাক্ষী হৈ ৰৈছিল নেপাল । ১৫ জানুৱাৰীত কাঠমাণ্ডুৰ পৰা পোখৰালৈ যোৱাৰ পথত অৱতৰণ কৰাৰ কেইছেকেণ্ডমানৰ আগতে ৭২ জন যাত্ৰী কঢ়িয়াই অনা ইয়েটি এয়াৰলাইনছৰ এটিআৰ-৭২ বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।মধ্য বতাহত, বিমানখনে লাহে লাহে নিয়ন্ত্ৰণ হেৰুৱাই যাৰ ফলত ঘটনাটোত পাঁচজন ভাৰতীয়কে ধৰি মুঠ ৬৭ জন লোকৰ প্ৰাণ গ’ল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: DubaiNepal Plane Crashplane fall
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d