Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Master Chef India winner Assam’s Nayanjyoti Saikia: পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উজ্জ্বলি উঠিল দুগৰাকীকৈ অসমীয়া

মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ী নয়নজ্যোতি শইকীয়া,দ্বিতীয় স্থানত অসমৰে শান্তা শৰ্মা

publisher by publisher
April 1, 2023
in Assam, India, News
Reading Time: 3 mins read
0
Master Chef India winner Assam’s Nayanjyoti Saikia: পুনৰ ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত উজ্জ্বলি উঠিল দুগৰাকীকৈ অসমীয়া
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

Mumbai:মুম্বাইৰ ৰাজপথত মহিলা সংৰক্ষণ বিধেয়কক লৈ আয়োজিত প্ৰতিবাদৰ মাজতে এগৰাকী মহিলাৰ ৰণচণ্ডী ৰূপ

দিল্লীত ব্যৰ্থ ভয়ংকৰ বোমা চক্ৰান্ত : মুম্বাইত গ্ৰেপ্তাৰ দুজন, দেশজুৰি সতৰ্কতা 

Master Chef India winner Assam’s Nayanjyoti Saikia:

ৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত পুনৰ উজ্জ্বলি উঠিল দুগৰাকীকৈ অসমীয়া৷ দেশৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব‘ মাষ্টাৰ চেফ ইণ্ডিয়া চিজন সাতত অসমৰ নাম উজ্বলালে দুগৰাকী অসম সন্তানে।

ADVERTISEMENT

মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ী খিতাপ অৰ্জন কৰে নয়নজ্যোতি শইকীয়াই ৷আনহাতে অসমৰে শান্তা শৰ্মাই প্ৰথম ৰানাৰ্চ আপ পাবলৈ সক্ষম হয় ৷

দৰ্শকৰ ব্যাপক সহাৰী লাভ কৰা ৰিয়েলিটি শ্ব’টোৰ সাতৰ চিজনত অসমৰ পৰা তিনিগৰাকীকৈ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ৷ নিজৰ সুকীয়া ব্যতিক্ৰমী শৈলীৰে ৰন্ধন প্ৰস্তত কৰি দুগৰাকী অসমীয়া শীৰ্ষ খিতাপ অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই আনে ৷

উল্লেখ্য যে, তিনিচুকীয়াৰ ২৬ বছৰীয়া নয়নজ্যোতি শইকীয়াই প্ৰতিযোগিতাৰ শুক্ৰবাৰৰ চুড়ান্ত ৰাউণ্ডত কোমোৰাৰে হাঁহৰ মাংস ৰান্ধি বিচাৰকৰ মন আকৰ্ষিত কৰি ফাইনেলত ট্ৰফীৰ লগতে ২৫ লাখ টকা চেক পুৰস্কাৰ হিচাপে লাভ কৰিবলৈ সক্ষম হয়।

দেশৰ জনপ্ৰিয় ৰন্ধন ৰিয়েলিটি শ্ব’টোৰ বিচাৰক হিচাপে অংশ লয় ৰণবীৰ ব্ৰাৰ আৰু গৰিমা অৰোৰা আৰু বিকাশ খান্নাই৷ আনহাতে ফাইনেলক মুখ্য বিচাৰক ৰূপে ভাগ লয় দেশৰ খ্যাতনামা চেফ সঞ্জীৱ কাপুৰে ।

মনকৰিবলগীয়া যে, প্ৰতিযোগিতাৰ খনৰ ফাইনেলত শীৰ্ষ তিনিজন প্ৰতিযোগী আছিল অসমৰ নয়নজ্যোতি শইকীয়া আৰু শান্তা পৱন শৰ্মাৰ বিপৰীতে মুম্বাইৰ সুৱৰ্ণ বাগুল আছিল।

শুক্ৰবাৰে তিনি প্ৰতিযোগিৰ মাজত মৰণপণ যুঁজ হয় ৷কোনে শ্ব’টোৰ খিতাপ অৰ্জন কৰে ৷ তিনিও গৰাকীয়ে প্ৰতিযোগিতায়ে নতুন তিনি ব্যঞ্জন ৰান্ধিব লগা হৈছিল ৷

প্ৰতিযোগিতাৰ মুখ্য বিচাৰক সমন্বিতে আন তিনি বিচাৰকে ব্যঞ্জনৰ সোৱাদ পৰীক্ষা কৰিছিল ৷ অৱশেষত বিচাৰকৰ তুলাচনীত শ্ৰেষ্ঠ মাষ্টাৰচেফ ইণ্ডিয়া চিজন সাতৰ চূড়ান্ত বিজয়ীৰ খিতাপ লাভ কৰে নয়নজ্যোতি শইকীয়াই ৷

স্মতৰ্ৱ্য যে,ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জিলিকি উঠা তিনিচুকীয়াৰ ২৬ বছৰীয়া নয়নজ্যোতিয়ে ৰন্ধনৰ ক্ষেত্ৰত কোনো পেছাদাৰি প্ৰশিক্ষণ বা শিক্ষা লোৱা নাছিল ৷

ৰন্ধনৰ প্ৰতি থকা আগ্ৰহৰ বাবে সময় উলিয়াই মাজে সময়ে বিভিন্ন শৈলীৰে ব্যঞ্জন ৰান্ধিবলৈ শিকাৰ লগতে নিজৰ কিছু সুকীয়া ৰেচিপি প্ৰস্তুত কৰিছিল ৷

গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইনষ্টিটিউট অৱ মেনেজমেণ্ট এণ্ড টেকন’লজীৰ পৰা স্নাতক ডিগ্ৰী লোৱা নয়নে ২০২০ ত নৰ্থ-ইষ্ট কুকিং চেম্পিয়নশ্বিপত চুড়ান্ত বিজয়ী খিতাপ অৰ্জনৰ বাবেই ‘মাষ্টাৰচেফ ইণ্ডিয়া’লৈ যোৱাৰ বাবে প্ৰস্তুতি চলাইছিল ৷

ইয়াৰ মাজতে নয়নে নিজৰ ইনষ্টাগ্ৰাম হেণ্ডেলট বিভিন্ন ৰন্ধন প্ৰণালী উপস্থাপন কৰিছিল ৷’ মাষ্টাৰচেফ ইণ্ডিয়া’ৰ বিচাৰক তথা দেশৰ প্ৰখ্যাত ৰান্ধনী বিকাশ খান্নাই নয়নৰ ইনষ্টাগ্ৰাম হেণ্ডেল লক্ষ্য কৰিছিল। যিয়ে নয়নক অনুপ্ৰেৰণা যোগায় ৷

নয়নজ্যোতিৰ দেউতাকে তেওঁৰ পুত্ৰ এজন চেফ বা এই কেৰিয়াৰ পুত্ৰই হোৱাটো কামনা কৰা নাছিল  ৷ যাৰবাবে বিকাশ খান্নাই স্বয়ং নিজে তিনিচুকীয়ালৈ আহি নয়নৰ পিতৃক বুজাইবঢ়াই সৈমান কৰাই নয়নক মাষ্টাৰচেফ ইণ্ডিয়া শ্ব’লৈ গৈছিল ৷

তাৰ পাছতে যেন গতিপথ সলনি হয় নয়নৰ ৷ আজি নয়ন দেশৰ ৰন্ধন জগত খনৰ বাবে এক পৰিচিত নাম হৈ পৰিল ৷
শেহতীয়া প্ৰাপ্ত খবৰ অনুসৰি শুক্ৰবাৰে মাষ্টাৰচেফ ইণ্ডিয়া  চিজন সাতৰ খিতাপ অৰ্জন কৰাৰ পাছতে নয়নক চেফ হিচাপে নিযুক্তি দিবৰ বাবে তাজ সহ বহু কেইখন ফাইভ ষ্টাৰ হোটেল কৰ্তৃপক্ষই যোগাযোগ কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: 1st Runner-up Santa SharmaMaster Chef IndiaMUMBAINayanjyoti SaikiaSony Entertainment Televisionwinner
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

September 27, 2026
ৰহাৰ পাখিমৰীয়াত কংগ্ৰেছৰ বিশাল সমাৱেশত নিৰ্বাচন আয়োগ

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d