Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

    ‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

    জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

    যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manpur Incident :অগ্নগৰ্ভ মণিপুৰ !

আঠ খনকৈ জিলাত ব্যাপক হিংসাত্মক ঘটনা,সান্ধ্য আইন জাৰি, কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা, মুখ্যমন্ত্ৰীৰে টেলিফোনিক বাৰ্তালাপ গৃহমন্ত্ৰী অমিত শ্বাহৰ

publisher by publisher
May 4, 2023
in India, Crime, News
Reading Time: 3 mins read
0
Manpur Incident :অগ্নগৰ্ভ মণিপুৰ !
1
SHARES
5
VIEWS
ShareShareShareShare

Manipur Incident :

চুবুৰীয়া ৰাজ্য মণিপুৰত অনুসূচীত জনজাতি শ্ৰেণীত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতাৰে বুধবাৰে ‘আদিবাসী একতা মাৰ্চ’ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰ পাছতে ভয়ংকৰ ৰূপ লয় অঞ্চল বিশেষে ৷

ADVERTISEMENT

জনজাতীয় আন্দোলনৰ সময়ত ৰাজ্যখনৰ আঠখন জিলাত ব্যাপক হিংসাত্মক ঘটনা সংঘটিত হয় ৷ প্ৰতিবাদকাৰীয়ে ৰাজপথত কে’ খনো যানবাহন জ্বলাই দিয়াৰ লগতে আৰক্ষীকো আক্ৰমণ কৰে ৷

RelatedPosts

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

Manipur Violence:মিছা তথ্যৰে উচ্চতম ন্যায়ালয়ক বিপথে পৰিচালনা মণিপুৰ চৰকাৰৰ

CM Has Issued a Strong Warning To Those Living In Manipur:১৯৬১ৰ পাছত মণিপুৰলৈ আহি বসবাস কৰাসকললৈ মুখ্যমন্ত্ৰীৰ কঠোৰ সকীয়নি

manipur incident 2ৰাজপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদকাৰীয়ে চৰকাৰ বিৰোধী শ্ল’ আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ ৰাজ্যখনৰ আঠ খনকৈ পাৰ্বত্য জিলাত মেইটেই সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰাৰ তীব্ৰ বিৰোধিতাৰে প্ৰতিবাদকাৰীয়ে ব্যাপক হিংসাত্মক কাৰ্যকলাপত নামি পৰাৰ বাবে ৰাজ্য চৰকাৰে আঠ খন জিলাত সান্ধ্য আইন জাৰি কৰাৰ লগতে সমগ্ৰ ৰাজ্য খনৰ ম’বাইল ইণ্টাৰনেট সেৱা কৰ্তন কৰিছে ৷

আনহাতে ‘আদিবাসী একতা মাৰ্চ’ৰ সময়ত সংঘটিত হিংসাত্মক ঘটনা অব্যাহত থকাৰ মাজতে মণিপুৰ অল ট্ৰাইবেল ষ্টুডেণ্টছ ইউনিয়নে সংবাদ মাধ্যমৰ আগত স্পষ্ট কৰি দিয়ে যে মেইটেই সম্প্ৰদায়ক অনুসূচিত জনজাতিৰ শ্ৰেণীত অন্তৰ্ভুক্তকৰণৰ বিৰোধিতাৰে তেওঁলোকৰ আন্দোলনে নতুন গতি লাভ কৰিছে ৷

অনুসূচিত জনজাতিৰৰণৰ বিৰুদ্ধে তেওঁলোকে এক পদযাত্ৰা গণতান্ত্ৰিক ভাৱে অব্যাহত থাকিব আৰু এই আন্দোলনত সকলোকে যোগদান কৰিবলৈ আহ্বান জনায় ৷

আনহাতে এনে ঘটনাক্ৰমৰ মাজতে টৰবাং অঞ্চলত জনজাতীয় আৰু অ-জনজাতীয় লোকসকলৰ মাজত হিংসাত্মক ঘটনা সংঘটিত হয়  ৷ ঠাৱে ঠাৱে দুৰ্বৃত্তই  জ্বলাই দিছে ঘৰ- দুৱাৰ  ৷

যাৰবাবে ঘটনাস্থলীত আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ বৃহৎ দল উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কন্দুৱা গেছৰ শেল নিক্ষেপ কৰে ৷

manipur incident 3জ্যেষ্ঠ আৰক্ষী বিষয়া এজনে সংবাদ মাধ্যমক সদৰি কৰা মতে, পৰিস্থিতি সামান্য হৈছে যদিও উত্তেপূৰ্ণ হৈ আছে কেতবোৰ অঞ্চলত ৷
প্ৰতিবাদীকাৰী সংগঠনে শান্তিপূৰ্ণভাবে কৰ্মী সকলক প্ৰতিবাদ অব্যাহত ৰাখিবলৈ আহ্বান জনোৱা পাছত অগ্নিগৰ্ভ পাহাৰীয়া কে’বা খনো জিলাৰ প্ৰতিবাদ কাৰী ৰাজপথৰ পৰা আতঁৰি গৃহাভিমুখী হৈছে বুলি আৰক্ষী সূত্ৰে জানিব দিয়ে ৷

ইতিমধ্যে তৎকালীনভাবে কাৰ্যকৰী হোৱাকৈ বৃহস্পতিবাৰ পৰা আগন্তুক পাচঁদিনলৈ অ-জনজাতীয় অধ্যুষিত ইম্ফল পশ্চিম, জিৰিবাম কাকচিং, থৌবাল, আৰু বিষ্ণুপুৰ জিলা আৰু জনজাতীয় অধ্যুষিত টেংনুপাল, চুৰাচান্দপুৰ, কাংপোকপি আৰু  জিলাত কাৰফিউ জাৰি কৰাৰ উপৰিও সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট সেৱা কৰ্তন কৰিছে মণিপুৰ চৰকাৰে ৷ অৱশ্যে ব্ৰডবেণ্ড সেৱাসমূহ কাৰ্যকৰী বাহাল আছে ৷

ইপিনে মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতিত টুইটযোগে তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰে অলিম্পিক বঁটা বিজয়ী বক্সাৰ মেৰীকমে ৷ ৰাজ্যসভাৰ সাংসদ গৰাকীয়ে এই ক্ষেত্ৰত সময়োচিত পদক্ষেপ ল’বলৈ আহ্বান জনায় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক ৷

শেহতীয়া খবৰ অনুসৰি গৃহমন্ত্ৰী অমিত শ্বাহে মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ স’তে টেলিফোনিক বাৰ্তালাপৰে মণিপুৰৰ পৰিস্থিতিৰ বুজ লয় আৰু প্ৰয়োজনীয় সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷

মণিপুৰত অব্যাহত থকা উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে বৃহস্পতিবাৰে বিয়লী মণিপুৰলৈ প্ৰেৰণ কৰে RAF বাহিনী ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm N Biren SingManipur IncidentUnion Home Minister Amit Shah
publisher

publisher

Related Posts

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

May 11, 2025
বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’
India

বায়ুসেনাৰ বৃহৎ ঘোষণা !এতিয়াও চলি আছে ‘অপাৰেচন সিন্দূৰ’

May 11, 2025
‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা
India

‘ভাৰতে যুদ্ধ নিবিচাৰে, কিন্তু…’! চীনৰ বৈদেশিক মন্ত্ৰীক স্থিতি স্পষ্ট কৰে ড’ভালে, পাকিস্তানলৈও বাৰ্তা

May 11, 2025
জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত
India

জম্মু-কাশ্মীৰৰ উধামপুৰত পাকিস্তানৰ গোলাবৰ্ষণত বায়ুসেনাৰ এজন চিকিৎসা কৰ্মী নিহত

May 11, 2025
যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 
India

যুদ্ধবিৰতি চুক্তি কাৰ্যকৰী কৰিবলৈ পাকিস্তানে দৃঢ়প্ৰতিজ্ঞ, কিন্তু ভাৰতে কিছু ঠাইত চৰ্ত উলংঘা কৰিছে , বিবৃতি পাকিস্তানৰ 

May 11, 2025
India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d