Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Violence Update:পুনৰ ভয়ানক পৰিস্থিতি মণিপুৰত, গুলীত পুনৰ চাৰিজন নিহত

ব্যাপক হিংসাত মণিপুৰত মৃত্যু কমেও ১৬ জনৰ, চৰম উত্তেজনা অব্যাহত, ১৫ সহস্রাধিক স্থানান্তৰিত বিভিন্ন থানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটপাট, কাছাৰত আশ্ৰয় লোৱা শৰণাৰ্থীৰ বাবে ছয়টা আশ্ৰয় শিৱিৰ মুকলি প্ৰশাসনৰ

publisher by publisher
May 6, 2023
in India, Assam, Crime, News
Reading Time: 4 mins read
0
Manipur Violence Update:পুনৰ ভয়ানক পৰিস্থিতি মণিপুৰত, গুলীত পুনৰ চাৰিজন নিহত
3
SHARES
28
VIEWS
ShareShareShareShare

Manipur Violence Update:

ADVERTISEMENT

এতিয়াও অপৰিৱৰ্তিত হৈ আছে মণিপুৰৰ পৰিস্থিতি। ক্ৰমাৎ ভয়ংকৰ ৰূপ ধাৰণ কৰিছে ৰাজ্য খনৰ হিংসা ৷ ভিন্ন ভিন্ন অঞ্চলত হিংসাত্মক ঘটনা অব্যাহত থকাৰ মাজতে শনিবাৰে সেনাৰ ফ্লেগমাৰ্চৰ মাজতে আৰক্ষীৰ গুলীত নিহত হৈছে চাৰি উপদ্ৰৱকাৰী ৷ চুড়াচন্দপুৰত সেনাই মেইতেই সকলক উদ্ধাৰ কৰি থকিৰ সময়তে এই ঘটনা সংঘটিত হয় ৷

RelatedPosts

Kherani Situation:খেৰণিৰ হিংসাত্মক পৰিস্থিতি ক্ৰমাৎ শান্ত !

Meitei & Kuki BJP MLAs come under same roof since 2023 conflict:মণিপুৰত পুনৰ চৰকাৰ গঠনৰ কুজকাৱাজ বিজেপিৰ কুকি-মেইটেই বিধায়কৰ

4 Assam Rifles Soldiers Injured In Militant Attack: মণিপুৰৰ ভাৰত -ম্যানমাৰৰ সীমান্তৱৰ্তী য়েংপ’কপিত আছাম ৰাইফলচক আক্ৰমণ উগ্ৰপন্থীৰ

আনহাতে শেহতীয়া খবৰ অনুসৰি ৰাজধানী চহৰ ইম্ফলত দুৰ্বৃত্তই হত্যা কৰে এজন আয়কৰ কৰ্মচাৰীক ৷ তিনিদিন ধৰি হিংসাৰ দাবানলত পোত খাই থকা মণিপুৰৰ পৰিস্থিতি এতিয়াও শান্ত হোৱা নাই। সংখ্যাগুৰু মেইটে আৰু জনজাতীয় নগা-কুকি সম্প্রদায়ৰ লোকৰ মাজত যোৱা তিনিদিন ধৰি হিংসাত্মক ঘটনাই ভয়াবহ ৰূপ ধাৰণ কৰে।

হিংসা বিয়পি পৰা গাঁও অঞ্চলসমূহৰ পৰা কমেও ১৫ হেজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰা হৈছে। ইতিমধ্যে কালি দেখা মাত্রকে গুলি কৰাৰ নিৰ্দেশ দিয়া হৈছিল। শুক্ৰবাৰে সেনাই পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বিভিন্ন অঞ্চলত ফ্লেগ মাৰ্চ কৰে।

manipur violence2আজিও বিভিন্ন ঠাইতবিক্ষিপ্ত হিংসাৰ ঘটনা সংঘটিত হৈছে আৰু এক চেপা উত্তেজনা বিৰাজ কৰি আছে। ইপিনে, মণিপুৰৰ ঘটনাৱলীৰ নিকট নিৰীক্ষণ কৰি আছে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে। শ্বাহে নির্বাচনমুখী কর্ণাটকত প্ৰচাৰ সভা বাতিল কৰে। মণিপুৰত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে আজি তেওঁ কৰ্ণাটকৰ যাত্রা বাতিল কৰি দিল্লীৰ পৰাই পৰিস্থিতিৰ বুজ লয়।

তেওঁ মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ স’তে ফোনযোগে বাৰ্তালাপ কৰি পৰিস্থিতিৰ বুজ লয়। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে পৰিস্থিতিৰ সন্দৰ্ভত এক বিবৃতিত কয়, ‘ৰাজ্যখনত পৰিস্থিতি কম-বেছি পৰিমাণে নিয়ন্ত্ৰিত হৈ আছে। ঠায়ে ঠায়ে সৰু-সুৰা ঘটনা সংঘটিত হোৱাৰ বাতৰি আহিছে।’ ইপিনে, আজি ইম্ফল উপত্যকাত পৰিস্থিতি শান্তিপূর্ণ যদিও চেপা উত্তেজনা বিৰাজ কৰি আছে। ঠায়ে ঠায়ে উগ্রপন্থী সংগঠন আৰু নিৰাপত্তাৰক্ষীৰ মাজত ইম্ফল উপত্যকাৰ চৌপাশে থকা জিলাসমূহত গুলিচালনাৰ ঘটনা সংঘটিত হয়।

আনহাতে, শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে মণিপুৰলৈ অধিক পৰিমাণৰ নিৰাপত্তাৰক্ষী প্ৰেৰণ কৰিছে। এই পর্যন্ত হিংসাত্মক ঘটনাত কমেও ১৬ জন লোকৰ মৃত্যু হৈছে। ৰাজ্যখনত হিংসাৰ ঘটনা আজি হ্ৰাস পোৱাৰ সমান্তৰালভাৱে পোহৰলৈ আহিছে ধ্বংসলীলাৰ ভয়াৱহ তথ্য।

ভয়াৱহ সংঘৰ্ষত পতিত হোৱা অঞ্চলসমূহত এতিয়া জুলি ছাৰখাৰ হোৱা ঘৰ, খ্ৰিৰীকিৰে নিৰ্গত হোৱা ক’লা ধোঁৱা, দুই পক্ষৰ হিংসাত ভাঙি ছিঙি লণ্ডভণ্ড কৰা অথবা ওপৰমুৱাকৈ পৰি থকা গাড়ীবোৰে বিভিন্ন অঞ্চলৰ ভয়াৱহতাৰ তথ্য দাঙি ধৰিছে।

manipur violence3এনে এক দৃশ্য দৃষ্টিগোচৰ হ’ল ইম্ফল উপত্যকাৰ মাজমজিয়াত কুকি সম্প্রদায়ত দীৰ্ঘসময় ধৰি বাস কৰি অহা এখন গাঁৱত। এই হাউকিপ নামৰ গাঁওখন সম্পূৰ্ণৰূপে জ্বলি ভস্মীভূত হৈছে। বিগত তিনিদিন ধৰি মণিপুৰৰ কঁপাই তোলা হিংসাত্মক ঘটনাৰ ফলত এনেদৰে বহু গাঁও ছাইত পৰিণত হৈছে।

ঘটনাৰ ভয়াৱহতাত আতংকিত সকলো লোকেই গাঁও এৰি পলায়ন কৰে। এই মুহূৰ্তলৈ মৃত্যুৰ সংখ্যা চৰকাৰীভাৱে প্ৰকাশ পোৱা নাই যদিও বেচৰকাৰী সূত্র মতে কমেও ১৬ জন লোকে প্ৰাণ হেৰুৱাইছে। মণিপুৰৰ আৰক্ষী সঞ্চালক প্রধান পি ডংগলে দাবী কৰা মতে, পৰিস্থিতি সামান্য উন্নত হৈছে ।

উল্লেখ্য যে হিংসাত্মক ঘটনাত মণিপুৰৰ বিভিন্ন আৰক্ষী থানাৰ পৰা অস্ত্ৰ-শস্ত্ৰ লুটপাট কৰা হৈছে। আজি আৰক্ষী সঞ্চালক প্রধানজনে সকলো থানাৰ পৰা চুৰি কৰি নিয়া অস্ত্ৰ-শস্ত্ৰবোৰ জমা দিবলৈ আহ্বান জনায়। অৱশ্যে কিমান অস্ত্ৰ চুৰি হ’ল সেই বিষয়ে তেওঁ মন্তব্য কৰাৰ পৰা বিৰত থাকে।

একেদৰে তেওঁ নিৰাপত্তাৰ কাৰণত কিমানজন হতাহত সংখ্যাও ক’ব নোৱাৰে বুলি সংবাদ মাধ্যমক কয়। সূত্ৰত প্ৰকাশ যে এই মুহূৰ্তলৈ মণিপুৰত ৰেপিড একছন ফ’ৰ্চ চিআৰপি, বিএছএফৰ কমেও ১৪ টা কোম্পানী কর্তব্যত নিয়োজিত হৈ আছে আৰু অহা দুই-এদিনতে ২০তকৈ অধিক কোম্পানী মণিপুৰত আহি উপস্থিত হ’ব।

উল্লেখ্য যে ইম্ফলত সৃষ্টি হোৱা খাণ্ডৱ দাহৰ পৰিস্থিতিত কুকি সম্প্ৰদায়ৰ লোকসকল অধিক লক্ষ্য হৈছে যদিও মণিপুৰৰ আন এক বৃহৎ জনগোষ্ঠী নগাসকলেও বৃহৎ আক্রমণৰ সন্মুখীন হোৱা বুলি কয় আশ্রয় শিবিৰত। থকা বাসিন্দাই।

manipur incident 2 1উল্লেখ্য যে বুধবাৰে অল ট্রাইবেলছ ইউনিয়ন অৱ মণিপুৰে সংখ্যাগুৰু মেইটেইসকলক জনজাতি মর্যাদা প্ৰদানৰ পদক্ষেপৰ বিৰুদ্ধে জনজাতি সংহতি সমদল উলিওৱাৰ সময়তে প্রথম হিংসাত্মক ঘটনা দুয়োপক্ষৰ মাজত সংঘটিত হয় সীমান্তৱৰ্তী বিষ্ণুপুৰ আৰু চুৰাচান্দপুৰ জিলাত।

ইয়াৰ পাছত নিশাটোৰ ভিতৰতে ভয়াৱহ হৈ পৰে পৰিস্থিতি আৰু নিয়ন্ত্ৰণৰ বাহিৰলৈ যায়। মুখ্যমন্ত্ৰী বীৰেণ সিঙে বহু মূল্যবান জীৱন হেৰুৱালে বুলি স্বীকাৰ কৰি শান্তি সম্প্ৰীতি বজাই ৰাখিবলৈ আহ্বান জনায়।

উল্লেখ্য যে ইম্ফল, চুৰাচান্দপুৰ, বিষ্ণুপুৰ, কামপকপি আৰু টেংনুপাল জিলাৰ শ শ ঘৰ, গির্জা, মন্দিৰ আৰু যানবাহন সম্পূৰ্ণৰূপে জ্বলাই দিয়া হৈছে অথবা ভাঙি-ছিঙি লণ্ডভণ্ড কৰা হৈছে। এই পাঁচখন জিলাতে সর্বাধিক হিংসাত্মক ঘটনা সংঘটিত হৈছে।

বিভিন্ন জিলাত অব্যাহত আছে সান্ধ্য আইন। সেনা আৰু অসম ৰাইফলছ জোৱানে আজিও ফ্লেগ মার্চ কৰাৰ লগতে আৰু আকাশমাৰ্গৰেও ক্ষতিগ্রস্ত অঞ্চলসমূহৰ ওপৰত নিৰীক্ষণ অব্যাহত ৰাখে। অৱশ্যে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী নিয়োগ কৰিলেও উন্মত্ত জনতা ক্ষান্ত হোৱা নাই।

মুখ্যমন্ত্রী সিঙৰ মতে, দুয়োপক্ষৰ ভুল বুজাবুজিৰ ফলতে এই হিংসাত্মক ঘটনা সংঘটিত হ’ল। বিভিন্ন মহলৰ ব্যাখ্যা অনুসৰি একেদিনাই এনে ভয়াৱহ হিংসাৰ উদ্ভৱ হোৱা নাই। দীৰ্ঘদিনীয়া পুঞ্জীভূত ক্ষোভে শেষ মুহূৰ্তত খাণ্ডৱ দাহ ৰূপ লোৱা বুলি বিশেষজ্ঞসকলে কয়।

মুখ্যমন্ত্রী সিঙে সকলো সম্প্ৰদায়ৰ দীৰ্ঘদিনীয়া ওজৰ-আপত্তি আলোচনাৰ মাধ্যমৰে সমাধান কৰিব বুলি কয় যদিও এনে পৰ্যায়লৈ পৰিস্থিতি কিয় হ’ল তাকে লৈ প্ৰশ্ন উদ্ভৱ হৈছে। মুখ্যমন্ত্রী সিঙে কয় যে বহু শতিকা ধৰি বিভিন্ন সম্প্ৰদায়ৰ লোকে মণিপুৰ শান্তিপূর্ণ সহাৱস্থান কৰি আহিছে। এয়া বিনষ্ট হ’বলৈ দিব নোৱাৰি বুলি তেওঁ কয়।

ইপিনে, মণিপুৰত গির্জাত অগ্নিসংযোগ কৰাৰ ঘটনাক লৈ ভাৰতৰ খ্ৰীষ্টানধর্মী নেতাসকলে উদ্বেগ প্রকাশ কৰিছে। মণিপুৰ বেপ্তিষ্ট কনভেনচন চেণ্টাৰৰ ৰেভাৰেণ্ট জেড ডাইমেলে কয় যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছে। তেওঁ চৰকাৰে পৰিস্থিতি তাৎক্ষণিকভাৱে নিয়ন্ত্ৰণ নকৰিলে অধিক ভয়াৱহতাৰ আশংকা ব্যক্ত কৰে।

তেওঁ দাবী কৰা অনুসৰি বিগত দুদিনত ৫০তকৈ অধিক গিৰ্জাঘৰ লণ্ডভণ্ড কৰা হৈছে আৰু পাঁচ সহস্ৰাধিক খ্ৰীষ্টান লোক ঘৰ-বাৰী এৰি যাবলগীয়া হৈছে। তেওঁ কয়, ‘আমাৰ মানুহ আতংকিত হৈছে আৰু শান্তিৰ বাবে প্ৰাৰ্থনা কৰিছে। পৰিস্থিতি শোচনীয় অৱস্থালৈ গৈছে।’

আনহাতে মণিপুৰৰ পৰা বহুলোক আতংকিত হৈ অসমৰ সীমান্তৱৰ্তী কাছাৰত উপস্থিত হৈছে ৷ জিলা প্ৰশাসনে শৰনাৰ্থী সকলক আশ্ৰয় প্ৰদানৰ বাবে ছয়টা আশ্ৰয় শিৱিৰৰ ব্যৱস্থা কৰি খাদ্যৰো যোগান ধৰিছে।

মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই শৰণাৰ্থী সকলক থকা- খোৱাৰ সু-ব্যৱস্থা কৰিবলৈ কাছাৰ জিলা উপায়ুক্তক নিৰ্দেশ দিছে ৷ মুখ্যমন্ত্ৰী গৰাকীয়ে সঘনাই মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ স’তে টেলিফোনিক বাৰ্তালাভ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে সকলো ধৰণৰ সহায়ৰ আগবঢ়োৱাৰ আশ্বাস দিয়ে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian Army Flag MarchManipurViolence
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d