Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰথমটো জুবিন দিৱসতেই ইতিহাস, নিশালৈকে জুবিনক্ষেত্ৰত নকমিল অনুৰাগীৰ সোঁত

    জুবিনবিহীন এটা বছৰ, এতিয়াও অনুৰাগীৰ মনত জীৱন্ত ‘জুবিন দা’

    জুবিন গাৰ্গৰ পৰাই শিকিছো প্রেম-ভালপোৱা, ইয়াত সকলো এটা পক্ষ

    জুবিনক কি কাৰণত-কি ধৰণে-কি পৰিৱেশত হত্যা কৰা হ’ল সাঁথৰ হৈয়ে ৰ’ল

    মুঠ শুল্ক ১১২ শতাংশ হ’বগৈ! প্রত্যাহ্বানৰ মুখত ভাৰতীয় অর্থনীতি

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    জুবিনে বিচৰা অসমেই উজলিল সমাধিত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    আপোনাৰ ফোনটো ব্যৱহাৰ নকৰাকৈয়ে গৰম হৈ আছে নেকি?

    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

কাকতি ফৰিঙৰ ধ্বংসলীলা ৰোধ কৰিব পাৰে বৃষ্টিয়ে

publisher by publisher
June 3, 2020
in India, News
Reading Time: 1 min read
0
কাকতি ফৰিঙৰ ধ্বংসলীলা ৰোধ কৰিব পাৰে বৃষ্টিয়ে
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

বৰষুণ আৰু ঘূর্ণীধুমুহা নিসৰ্গৰ আগমনত যি পৰিৱেশৰ সৃষ্টি হৈছে, সেয়া কাকতি ফৰিঙৰ বংশবিস্তাৰৰ বাবে আদৰ্শ । সেইবাবেই কিছুদিনৰ বাবে স্তব্ধ হ’ব পাৰে এই বিশাল পতংগজাকৰ ধ্বংসলীলা । কেন্দ্ৰীয় চৰকাৰৰ ল’কাষ্ট ৱাৰ্ণিং সংস্থাৰ তৰফৰ পৰা এই কথা জনোৱা হৈছে । সংস্থাটোৰ উপ-সঞ্চালক কে এল গুৰ্জাৰে কয়, ‘ৰাজস্থানত যদি ভাল বৰষুণ হ’লহেঁতেন, তেন্তে সিবিলাক মৰু অঞ্চলতে থাকি গ’লহেঁতেন । তাৰ পৰা আঁতৰি নাহিলহেঁতেন । সেই পৰিৱেশত ১৫ ৰ পৰা ৩০ দিনৰ ভিতৰত তাতে প্ৰজনন কৰিলেহেঁতেন।’

ADVERTISEMENT

উল্লেখ্য যে বিগত কিছু সপ্তাহৰ ভিতৰত কাকতি ফৰিঙৰ জাকে একাধিক অঞ্চলত আক্ৰমণ কৰিছে । ধ্বংস কৰিছে পঞ্জাৱ, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, উত্তৰপ্ৰদেশ আৰু চত্তিছগড়ৰ বিভিন্ন অঞ্চলৰ কৃষিভূমিৰ ফচল । বাচি যোৱা নাই অসংখ্য গছৰ পাত । কাকতি ফৰিঙৰ আক্ৰমণৰ সন্দৰ্ভত ইতিমধ্যে কেন্দ্ৰই একাধিক ৰাজ্যক সতৰ্ক কৰিছে । এই প্ৰসংগত গুৰ্জাৰে কয়, ‘কাকতি ফৰিঙৰ বিশাল দলটো সম্প্ৰতি মধ্যপ্ৰদেশৰ শিৱপুৰী অঞ্চলত আছে । ৰাজস্থানৰ অশোকনগৰ, বিকানেৰ আৰু নাগৌড়, মহাৰাষ্ট্ৰৰ নাগপুৰ আৰু উত্তৰপ্ৰদেশৰ ঝান্সিৰ দিশে সিহঁত ক্ৰমাৎ আগুৱাই আছে ।

সংস্থাৰ উপ-সঞ্চালকজনে লগতে কয় যে যোৱা দেওবাৰে কাকতি ফৰিঙৰ বৃহৎ জাক এটাই ৰাজস্থানৰ জয়ছালমীৰত প্ৰৱেশ কৰিছিল । অৱশ্যে সেইবোৰক নিয়ন্ত্ৰণ কৰা হৈছে । কাকতি ফৰিঙে এই বছৰ ভাৰতৰ কৃষিত মাৰাত্মক ক্ষতিসাধন কৰিছে । এই ৰাক্ষসৰ দৰে আহাৰ খোৱা পতংগৰ বিয়াগোম জাকটোত নিৰীক্ষণ অব্যাহত ৰখাৰ লগতে সিহঁতৰ গতিবিধি পৰ্যবেক্ষণ আৰু প্ৰয়োজনত ড্ৰ’ণৰ সাহায্য ল’বলৈকো ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা পৰামৰ্শ দিছে । কাকতি ফৰিঙৰ আক্ৰমণত দেশৰ কৃষিৰ গ্ৰাফ নিম্নমুখী হ’ব পাৰে বুলিয়ে আশংকা কৰা হৈছে । এই কাকতি ফৰিঙৰ জাকে দিনে ১৫০কিলোমিটাৰ পৰ্যন্ত উৰি যোৱাৰ লগতে এক বৰ্গ কিলোমিটাৰ স্থানৰ শস্যহানি কৰিব পাৰে ।

এটা কাকতি ফৰিঙৰ দলে এটা এদিনত ৩৫হেজাৰ মানুহৰ খাদ্য খোৱাৰ ক্ষমতা আছে । ৰাষ্ট্ৰীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ প্ৰবীণ বিজ্ঞানী আৰ কে জেনামানিয়ে কয়,’আৰব সাগৰৰ ওপৰত সম্প্ৰতি যি ঘূর্ণীবতাহৰ সৃষ্টি হৈছে, তাৰ ফলত উত্তৰ ভাৰতত আৰ্দ্ৰতা বৃদ্ধি পাইছে আৰু বৰষুণৰ সম্ভাৱনা আছে । ইতিমধ্যেই পূব ৰাজস্থানৰ কিছু অংশত বৰষুণ পৰিছে । উত্তৰ ভাৰততো এই বছৰ বৰষুণ পূৰ্বৰ তুলনাত বেছি হোৱাৰ সম্ভাৱনা আছে ।একেদৰে পূব ভাৰততো বৰ্ষাত কাকতি ফৰিঙৰ বংশবিস্তাৰৰ উপযুক্ত বতৰ সৃষ্টি হ’ব।’

ধাৰণা কৰা হৈছে যে কাকতি ফৰিঙৰ দলে বৰ্ষাৰ পূৰ্বেই ভাৰতৰ পূব দিশলৈ অগ্ৰসৰ হ’ব । ইয়াৰে এটা জাকে ইতিমধ্যে ভূপালৰ উত্তৰ-পূবত উপস্থিত হৈছিল । কিন্তু বংগোপসাগৰৰ মহাঘূর্ণী আমপানৰ পশ্চিম বায়ুৰ প্ৰভাৱত জাকটোৰ যাত্রাপথ ঘূৰি যায় । ৰাজস্থানলৈ জুলাই পৰ্যন্ত ফৰিঙৰ দল যাব পাৰে । অনুকূল বতৰ হোৱাৰ বাবে পূব দিশৰ বিহাৰ আৰু ওড়িছা পৰ্যন্ত কাকতি ফৰিঙৰ দল যোৱাৰ সম্ভাৱনা আছে । অৱশ্যে পশ্চিমা বায়ুৰ প্ৰভাৱত জাকটোৱে পুনৰ ৰাজস্থানলৈ ঘূৰি যোৱাৰে সম্ভাৱনা অধিক বুলি এই পৰ্যন্ত বিশেষজ্ঞই অনুমান কৰিছে । অৱশ্যে দক্ষিণ ভাৰতত কাকতি ফৰিঙৰ জাকে প্ৰৱেশ নকৰিব বুলিয়ে ধাৰণা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: indiaLocust Attack
publisher

publisher

Related Posts

ঘৰৰ পৰা আটক ইমৰাণ খানৰ ভগ্নী! ২৭ তাৰিখে পিটিআইৰ নিৰ্ধাৰিত অনুষ্ঠানৰ পূৰ্বে পাকিস্তানত কঠোৰ অভিযান।
International

September 20, 2026
ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ভাৰতক প্ৰতিনিধিত্ব কৰি শনিবাৰে ভাষণ প্ৰদান কৰিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰে
India

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই
Entertainment

পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

September 20, 2026
সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 
India

সন্ধান ওলাল নতুন প্ৰজাতিৰ মেকুৰীৰ 

September 20, 2026
এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক
International

এছিয়াডৰ লবীত শুবলগীয়া হোৱা খেলুৱৈক থাকিবলৈ অলপ ঠাই দিয়ক

September 20, 2026
পানীৰ পাইপ মেৰামতি কৰোতে উদ্ধাৰ হোৱা প্ৰাচীন শিলৰ অস্ত্ৰই দিলে সন্ধান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d