Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Incident Update:উত্তপ্ত মণিপুৰ, দেখা মাত্রেই গুলি !

মেইটেই আৰু জনজাতিৰ মাজত তীব্ৰ হিংসাত্মক পৰিস্থিতি-সংঘর্ষ , ঠায়ে ঠায়ে সেনাৰ ফ্লেগ মাৰ্চ, কেন্দ্ৰৰ ৫৫ টা অৰ্ধ সামৰিক বাহিনীৰ কোম্পানী প্ৰেৰণ, গুৱাহাটীৰ মণিপুৰ বস্তিত মেইটেই সম্প্ৰদায়ৰ উত্তাল প্ৰতিবাদ

publisher by publisher
May 5, 2023
in India, Assam, News
Reading Time: 3 mins read
0
Manipur Incident Update:উত্তপ্ত মণিপুৰ, দেখা মাত্রেই গুলি !
2
SHARES
21
VIEWS
ShareShareShareShare

RelatedPosts

Narikali Murder Incident Update: নাৰিকলিৰ তিনিজনীয়া হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য !

Guwahati Lanslide Incident Update:গুৱাহাটীত ভূমিস্খলনৰ ভয়ংকৰ ৰূপ

NESO Protest:মণিপুৰত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ দাবীত মহানগৰীত নেছ’ৰ বিশাল  প্ৰতিবাদ

Manipur Incident Update:

মণিপুৰত হিংসাত্মক ঘটনা প্রাবল্য বৃদ্ধি হোৱাৰ লগে লগে উত্তৰ – পূবৰ চুবুৰীয়া আন ৰাজ্যসমূহ সতৰ্ক হৈছে ৷ ইতিমধ্যে মেঘালয় চৰকাৰে এক জৰুৰীকালীন বৈঠক অনুষ্ঠিত কৰি হিংসাত্মক ঘটনাই ভয়ংকৰ ৰূপ লোৱাৰ বাবে মণিপুৰত অধ্যয়নৰত মেঘালয়ৰ দুশ ছাত্ৰ-ছাত্ৰীক উভতাই সিদ্ধান্ত গ্ৰহণ কৰে ৷

ADVERTISEMENT

আনহাতে মণিপুৰৰ অৱস্থা বেয়াৰ পিনে গতি কৰাত তীব্ৰ উদ্বিগ্ন হৈ পৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয় ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিং সহ উত্তৰ- পূবৰ মুখ্যমন্ত্ৰীৰ স’তে বাৰ্তালাপ কৰি পৰিস্থিতি পুনৰিক্ষণ কৰে ৷ কেন্দ্রীয় গৃহমন্ত্ৰীয়ে আজি ফোনযোগে নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ৰিঅ’,মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা আৰু অসমৰ মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ স’তে বার্তালাপ কৰি পৰিস্থিৰ বুজ লয় ৷

গৃহমন্ত্ৰী গৰাকীয়ে মণিপুৰৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ স’তে এক ভাৰ্চুৱেল বৈঠকত মিলিত হৈ ৰাজ্য খনৰ শেহতীয়া পৰিস্থিতিৰ বুজ লয় ৷ মুখ্যমন্ত্ৰী এন বিৰেন সিঙে স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে জনায়। গৃহমন্ত্ৰী শ্বাহে পৰিস্থিতি পুনৰীক্ষণ কৰিবলৈ দুখন ভিডিঅ’ কনফাৰেন্সযোগে বৈঠক কৰে।

ইতিমধ্যে গৃহমন্ত্ৰীৰ নিৰ্দেশনামৰ্মে চিআৰপি আৰু বিএছএফকে ধৰি অৰ্ধসামৰিক বাহিনীৰ ১২টা কোম্পানী মণিপুৰত কালি নিয়োগ কৰা হয় আৰু  বৃহস্পতিবাৰে ১৪টা নতুন বাহিনী নিয়োগ কৰা হয়। কাইলৈ আঠৰ পৰা ১০ টা অৰ্ধসামৰিক বাহিনীৰ কোম্পানী নিয়োগ কৰা হ’ব মণিপুৰত ।

manipur incident 2 1উল্লেখ্য যে নিশাৰ ভিতৰতে মণিপুৰত ভয়াৱহ ৰূপ ধাৰণ কৰে সংঘৰ্ষই। কালি দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত আক্রমণ-প্রত্যাক্রমণ ঘটনাই নিশাৰ ভাগলৈ ভয়াৱহ ৰূপ ধাৰণ কৰে। মণিপুৰৰ সংখ্যাগুৰু মেইটেই সম্প্রদায়ক অনুসূচিত জনজাতিৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্তৰ বিৰুদ্ধে নগা আৰু কুকি জনজাতীয় লোকসকলে জনজাতীয় সংহতি সমদলৰ আয়োজন কৰাৰ পাছতে ফিৰিঙতিৰ পৰা খাণ্ডৱদাহ সদৃশ পৰিস্থিতিত জ্বলি উঠে মণিপুৰ।

পৰিস্থিতি সম্প্ৰতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাত চৰকাৰে চূড়ান্ত পৰিস্থিতিত দেখা মাত্ৰকে গুলিচালনাৰ নিৰ্দেশ দিছে। সতর্কবাণী, বুজনি আৰু যুক্তিপূৰ্ণ পদ্ধতিৰে পৰিস্থিতি চম্ভালিবলৈ চেষ্টা কৰাৰ পাছতো যদি নিয়ন্ত্ৰণৰ বাহিৰলৈ যায় তেন্তে দেখা মাত্রকে গুলি কৰিবলৈ চৰকাৰে নিৰ্দেশ দিছে। স্বয়ং ৰাজধানী ইম্ফলতে জনজাতি আৰু সংখ্যাগুৰু মেইটেই সম্প্ৰদায়ৰ মাজত সংঘর্ষ বৃদ্ধি পোৱাত চৰকাৰে এনে ব্যৱস্থা লোৱা বুলি কয়।

আনহাতে আজি এনে উত্তপ্ত পৰিস্থিতিৰ মাজতে প্ৰতিবাদকাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয়  বিজেপিৰ বিধায়ক ভাংজিন ভান্টে  ৷ আঘাতপ্ৰাপ্ত বিধায়ক গৰাকীক উন্নত চিকিৎসাৰ বাবে ইম্ফল চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে ৷

এই পৰিস্থিতি পুনৰীক্ষণ কৰি থকা কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সংঘৰ্ষৰ মোকাবিলাৰ বাবে বিশেষ পাৰদৰ্শী ৰেপিড একছন ফ’ৰ্চৰ বাহিনীও প্ৰেৰণ কৰিছে। ইতিমধ্যে সেনা আৰু অসম ৰাইফলছে চুৰাচান্দপুৰৰ খুগা, টাম্পা আদি অঞ্চলত ফ্লেগ মাৰ্চ কৰে।

ইম্ফলৰ অন্যান্য অঞ্চলতো ফ্লেগ মাৰ্চ কৰে নিৰাপত্তা বাহিনীয়ে। ৰাজ্যখনৰ বিভিন্ন স্থানত অগ্নিসংযোগ আৰু সা-সামগ্ৰী লণ্ডভণ্ড কৰাৰ ঘটনা বৃদ্ধি পাইছে। ইতিমধ্যে ৰাজ্য চৰকাৰে ইণ্টাৰনেট সেৱা পাঁচদিনৰ বাবে বন্ধ কৰি দিছে।

মণিপুৰৰ এই ভয়াৱহ পৰিস্থিতিক লৈ উদ্বেগ প্ৰকাশ কৰিছে মেৰী কমে। বিশ্ব বক্সিং চেম্পিয়ন মেৰী কমে শান্তি বজাই ৰখাৰ আহ্বান জনোৱাৰ লগতে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা সহায় বিচাৰে। টুইটাৰত মেৰী কমে কয়, ‘মোৰ ৰাজ্য মণিপুৰ জ্বলিছে, দয়া কৰি সহায় কৰক।’ মেৰী কমে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙক উদ্দেশি সহায় বিচাৰে।

উল্লেখ্য যে জনজাতীয় সংহতি সমদল শীৰ্ষক প্ৰতিবাদী সমদলৰ আয়োজন কৰিছিল অল ট্রাইবেল স্টুডেন্ট ইউনিয়ন মণিপুৰে। চুৰাচান্দপুৰ জিলাত আয়োজন কৰা সমদলৰ উদ্দেশ্য আছিল ৰাজ্যখনৰ সংখ্যাগুৰু অজনজাতীয় মেইটেই কসকলক জনজাতিৰ মৰ্যাদা প্ৰদানৰ বিৰোধিতা কৰাটো।

এই সমদলত হেজাৰ হেজাৰ লোকে অংশগ্ৰহণ কৰাৰ সময়তে জনজাতি আৰু অজনজাতিসকলৰ মাজত সংঘৰ্ষৰ সূচনা হয় আৰু বনজুইৰ দৰে অন্যান্য জিলালৈ উত্তেজনা বিয়পি পৰে। এই পর্যন্ত মণিপুৰত নিৰাপত্তা বাহিনীয়ে কমেও চাৰি হেজাৰ লোকক সুৰক্ষিত স্থানলৈ লৈ গৈছে বুলি স্থানীয় আৰক্ষী বিষয়াই সদৰী কৰে।

আনহাতে, এই পর্যন্ত কমেও আঠখন জিলাত সান্ধ্য আইন বলৱৎ কৰা হৈছে বুলি বিষয়াজনে কয়। ইতিমধ্যে ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন অঞ্চলত জ্বলাই দিয়া হৈছে শ শ চৰকাৰী তথা ব্যক্তিগত গৃহ, বাহন আদি।

মণিপুৰৰ পৰিস্থিতিত দৃষ্টি ৰাখিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আহ্বান জনাইছে ৰাহুল গান্ধীয়ে। কংগ্ৰেছ নেতাজনে অভিযোগ কৰে যে মণিপুৰৰ অৱস্থা পাহৰি মোদী আৰু বিজেপিয়ে কর্ণাটকত নির্বাচনী জয় লাভৰ চেষ্টাত মগ্ন হৈছে। আনহাতে, পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ৰাজনীতি আৰু নিৰ্বাচনৰ ঊৰ্ধ্বলৈ গৈ পৰিস্থিতি চম্ভালিবলৈ আবেদন জনাইছে।

উল্লেখ্য যে মণিপুৰ উচ্চ ন্যায়ালয়ে ৰাজ্যখনৰ মেইটেই সম্প্রদায়ক অনুসূচিত জনজাতিৰ তালিকাত অন্তর্ভুক্ত কৰিব পাৰি নে নোৱাৰি এই বিষয়ে বিতং পর্যালোচনা কৰিবলৈ ৰাজ্য চৰকাৰক নির্দেশ দিয়ে। উচ্চ ন্যায়ালয়ৰ এই সিদ্ধান্তৰ বিৰোধিতাত প্ৰতিবাদী সমদলৰ আয়োজন কৰা হয়। বিষয়টোক লৈ পূৰ্বৰে পৰা অব্যাহত থকা উত্তেজনা পৰিস্থিতিত আয়োজন কৰা পদযাত্রাক কেন্দ্ৰ কৰি নতুনকৈ হিংসাত্মক ঘটনা আৰম্ভ হয়।

পৰিস্থিতি চম্ভালিবলৈ প্ৰথমতে সান্ধ্য আইন জাৰি কৰা হয় যদিও ফলপ্রসূ নোহোৱাত সেনা নিয়োগ কৰা হয়। ইয়াৰ পাছতে দেখা মাত্ৰকে গুলিৰ নিৰ্দেশ দিয়ে চৰকাৰে। আজিও পৰিস্থিতি অপৰিৱৰ্তিত হৈয়ে আছে ৷

অসমৰ মুখ্যমন্ত্ৰীৰ সহায়ৰ হাত :

আনহাতে মণিপুৰ চৰকাৰক সহায়ৰ আশ্বাস দিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মণিপুৰৰ পৰা একাংশ লোক আহি উপস্থিত হৈছে কাছাৰত। এই লোক সকলক সহায় কৰিবলৈ অহ্বান জনাই মুখ্যমন্ত্ৰীয়ে।

মণিপুৰৰ চৰকাৰ অনুৰোধত এন এফ ৰে’লয়ে চাৰি ৰে’ল সেৱা বাতিল:

অগ্নিগৰ্ভ মণিপুৰৰ অৱস্থা স্বাভাৱিক নোহোৱালৈকে ৰাজ্যখনৰ চাৰি ৰে’ল সেৱা বাতিলৰ বাবে এন এফ ৰে’লৱেক মণিপুৰ চৰকাৰে জনোৱা অনুৰোধৰ প্ৰতি সহাৰী জনাই উত্তৰ পূৱ সীমান্ত ৰে’লৱে ৷

এন এফ ৰে’লয়ে আজিৰ পৰা কাৰ্যকৰী হোৱাকৈ চাৰি ৰে’ল সেৱা আগন্তুক দুটা দিনলৈ বাতিল কৰিছে বুলি জানিব দিয়ে এন এফ ৰে’লৱে জনসম্পৰ্কৰক্ষী বিষয়া সৰ্বসাচী দে-এ ৷

গুৱাহাটী মণিপুৰীবস্তিৰ মেইটেই সম্প্ৰদায়ৰ উত্তাল প্ৰতিবাদ:

মণিপুৰ মেইটেই আৰু জনজাতিৰ মাজত তীব্ৰ হিংসাত্মক কাৰ্য অব্যাহত থকাত তীব্ৰ উদ্বিগ্ন প্ৰকাশ কৰে মহানগৰীৰ মণিপুৰী লোক সকল ৷ শুক্ৰবাৰে কে’বা শতাধিক মণিপুৰী লোকে মেইটেই সম্প্ৰদায়ৰ ওপৰত জনজাতি লোকে উপদ্ৰৱ আৰু নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত মহানগৰীৰ মণিপুৰীবস্তিৰ বিহুতলী ফিল্ডত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷হাতে হাতে প্লেকাৰ্ড লৈ মণিপুৰী যুৱক- যুৱতী মণিপুৰৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ নিয়ন্ত্ৰণৰ দাবী তুলি বিভিন্ন শ্লগানেৰে আকাশ- বতাহ মুখৰিত কৰি তোলে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Manipur Incidentupdate
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d