Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !

চৰকাৰে বিদ্যালয় সমুহত যোগান ধৰা টেবলেট ওভতাই দিব শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে, শালবাৰীৰ সাউদৰভিঠাত এক সংবাদমেলযোগে এই ঘোষণা শিক্ষক সন্মিলনীৰ

publisher by publisher
May 8, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Teacher Association Pressmeet :বাৰে বাৰে চৰকাৰৰ প্ৰতাৰণা !
1
SHARES
7
VIEWS
ShareShareShareShare

Teacher Association Pressmeet :

অসমৰ প্ৰাথমিক বিদ্যালয় সমুহত শিক্ষা বিভাগে প্ৰধান শিক্ষকৰ পদ সৃষ্টি নকৰাকে ধৰি কেবাটাও দাবীৰ প্ৰতিশ্ৰুতি আজি পৰ্য্যন্ত পালন নকৰাৰ প্ৰতিবাদত বাগ্‌সাৰ শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে এক সংবাদমেল যোগে ৰাজ্য চৰকাৰে বিদ্যালয় সমুহত যোগান ধৰা টেবলেট সমুহ ওভতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

ADVERTISEMENT

বাগ্‌সাৰ শালবাৰীৰ সাউদৰভিঠাত অনুষ্ঠিত হোৱা সংবাদমেলখনৰ জৰিয়তে অহা ২২ মে’ত শালবাৰী মহকুমাৰ অধীনস্থ জালাহ আৰু গোৱৰ্ধনা শিক্ষাখণ্ডৰ অধীনস্থ প্ৰতিখন প্ৰাথমিক বিদ্যালয়কে খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত টেবলেটসমুহ ওভতাই দিবলৈ আহ্বান জনাইছে ৷

RelatedPosts

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Guwahati:অসমবাসীলৈ পৱিত্ৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱাৰ শুভেচ্ছা ৰাজ্যিক বিজেপিৰ

Raijor Dal Pressmeet :আমি বিচৰা ১৮ টা সমষ্টিৰ ভিতৰত মাত্র ৪টা আমাক দিছে:ভাস্কো দি শইকীয়া

সংবাদমেলখন সম্বোধন কৰি শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি জামাল উদ্দিন আহমেদে কয়,আমি চৰকাৰী শিক্ষক৷চৰকাৰৰ নিৰ্দেশ আমি পালন কৰিবই লাগিব ৷ আমি পালন কৰি আহিছিলোঁ ৷ কিন্তু বিদ্যালয় এখনত যদি প্ৰধান শিক্ষকেই নাই তেন্তে সেই বিদ্যালয়খন কেনেকৈ চলিব ৷

গৰাকীবিহীন পৰিয়াল এটা কেনেকৈ চলি ব৷ প্ৰাথমিক বিদ্যালয়ৰ অৱস্থা এতিয়া গৰাকীবিহীন পৰিয়ালৰ দৰেই৷চৰকাৰে ইমানদিন যিমান নিৰ্দেশ জাৰি কৰি আহিছে আমি সকলো নিৰ্দেশ পালন কৰি আহিছোঁ ৷ কিন্তু আমি এতিয়া অধৈৰ্য্য হৈ গৈছোঁ৷চৰকাৰে বাৰে বাৰে আমাৰ লগত প্ৰতাৰণা কৰি আহিছে ৷

যাৰ বাবে আমি সিদ্ধান্ত লৈছোঁ শিক্ষাসেতুৰ দৰে জটিল কামৰ আমি সহকাৰী জ্যেষ্ঠ প্ৰধান শিক্ষক হিচাপে দ্বায়িত্ব ল’ব নোৱাৰিম,যাৰবাবে আমি টেবলেটবোৰ ঘুৰাই দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ ৷

তেওঁ কয়,যোৱা বৰ্ষতো ৰিম্‌ছ বুলি চৰকাৰে এটা এপ খুলি তাত ব্যক্তিগত তথ্য ভৰাবলৈ জোৰ দিছিল৷তাতো আমি অমান্তি হৈছিলোঁ এইকাৰণে যে আমি শিক্ষক সকলে নিজৰ ভোটাৰ কাৰ্ড,পানকাৰ্ড আদিৰ তথ্য দিলে হয়টো ভৱিষ্যতে কিবা অসুবিধাৰ সমুখীন হ’বলগীয়া হ’ব পাৰে ৷

যিটো বিষয় এতিয়াও আদালতৰ বিচৰাধীন হৈ আছে ৷ একেদৰে টেবলেটৰ ক্ষেত্ৰতো চৰকাৰে একে অৱস্থাই সৃষ্টি কৰিছে৷টেবলেট দিছে ঠিকেই কিন্তু টেবলেটৰ বাবে প্ৰয়োজনীয় যি চিম কাৰ্ড সেয়া বনাবলৈ নিৰ্দেশ দিয়া হৈছে বিদ্যালয় প্ৰধান সকলক ৷

য’ত চিম বনাবলৈ হ’লে বিদ্যালয় প্ৰধান সকলৰ ব্যক্তিগত তথ্যপাতি জমা দিব লাগিব৷গতিকে ইয়াৰ বিপৰীতে চৰকাৰে আমাক অৰ্থাৎ বিদ্যালয় সমুহক নিজাকৈ চিম বনাই দিব লাগে ৷

শালবাৰী মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক ৰমেন কুমাৰ দাস,বিটিএডিৰ সাংগঠনিক সম্পাদক ৰাধাকান্ত তালুকদাৰ,এচাহাক আলী,লীলা বসুমতাৰী আদিয়েও সংবাদমেল সম্বোধন কৰি প্ৰাথমিক শিক্ষক সন্মিলনীৰ চৰ্ত,প্ৰতিশ্ৰুতিক ৰাজ্য চৰকাৰে গুৰুত্ব নিদিয়াৰ বাবে অহা ২২ মে’ত প্ৰতিখন প্ৰাথমিক বিদ্যালয়ৰে টেবলেট সমুহ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ জৰিয়তে চৰকাৰক ওভতাই দিবলৈ আহ্বান জনায়৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BASKAPressmeetSalbariTeacher Association
publisher

publisher

Related Posts

এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ
India

March 11, 2026
হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ
News

হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

March 11, 2026
Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল
News

Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

March 11, 2026
Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা
News

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

March 11, 2026
ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d