Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

    বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

    বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

    মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

    হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

    নেপালৰ ধ্বংসস্তূপৰ মাজতো বাচি থাকিল প্রেম

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Two Years Of Himanta Viswa Sarma Government :চৰকাৰৰ দুবছৰ : প্ৰতিশ্ৰুতি দিও পুনৰুদ্ধাৰত ব্যর্থ

চৰম দুৰৱস্থালৈ গতি কৰিছে ৰাজ্যৰ নিকায়-নিগম, যিকোনো মুহূৰ্ততে বন্ধ হ'ব পাৰে অসমৰ এটাৰ পাছত আনটো প্ৰতিষ্ঠান, ৰাজনীতিকক সংস্থাপনতে সীমাৱদ্ধ নিগমসমূহ

publisher by publisher
May 7, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Two Years Of Himanta Viswa Sarma Government :চৰকাৰৰ দুবছৰ : প্ৰতিশ্ৰুতি দিও পুনৰুদ্ধাৰত ব্যর্থ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Cm Himanta Viswa Sarma:১২মে’ত অসমত এনডিএ চৰকাৰৰ শপত গ্ৰহণৰ ইংগিত মুখ্যমন্ত্ৰীৰ

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Two Years Of Himanta Viswa Sarma Government :

সফলতাৰ জয়গান গাবলৈ শাসনৰ দুবছৰ বিশাল আয়োজনৰে উদযাপন কৰিবলৈ অসম চৰকাৰে উপপথপ লগাইছে। কিন্তু এই দুবছৰৰ চৰকাৰখনে যিবোৰ কাম কৰিব নোৱাৰিলে তাৰে অন্যতম হ’ল চৰম দুৰৱস্থাত ভুগি থকা নিগমসমূহৰ উন্নয়ন সাধন। অথচ প্ৰতিটো এনে নিগমক পূৰ্বৰ ভাল দিনলৈ ঘুৰাই নিয়াৰ প্ৰতিশ্ৰুতি এইখন চৰকাৰেই দিছিল।

ADVERTISEMENT

কিন্তু প্রতিশ্রুতি ৰক্ষা নহ’ল। এইবোৰ কেৱল মাত্র ৰাজনৈতিক সংস্থাপনৰহে একোটা উৎস হৈ ৰ’ল। কেইটামান দুর্দশাগ্রস্ত অতি গুৰুত্বপূৰ্ণ নিগমৰ উদাহৰণেই ইয়াৰ বাবে যথেষ্ট। ৰাজ্যৰ শিপিনী আৰু আত্মসহায়ক গোটবোৰৰ সবাহৰ বাবে থকা আর্টফেডক সীমাহীন দুৰৱস্থাই হেঁচি ধৰিছে। অথচ কেইবছৰমান আগলৈ আর্টকেড আছিল অসমৰ বেছিভাগ লোকৰে আবেগৰ এক অনুষ্ঠান।

সেই আর্টফেড যিকোনো মুহূর্ততে বন্ধ হোৱাৰ উপক্ৰম হৈছে। যোৱা ১৬ মাহে ইয়াৰ কৰ্মচাৰীসকলে দৰমহা লাভ কৰা নাই। জাগৰণ নামৰ ইয়াৰ বিক্ৰী কেন্দ্ৰবোৰো বন্ধ হৈছে। কোনো কোনো স্থানত জাগৰণৰ দৰ্জা খোলা থাকিলেও তাত বিক্ৰী কৰিবলৈ সামগ্রী নাই। যি আছে সেয়া বহু আগৰ। কাৰণ এই কেন্দ্ৰবোৰত অসমৰ থলুৱা হস্ততাঁত আৰু হস্তশিল্পৰ যিবোৰ সামগ্ৰী উপলব্ধ হৈছিল তাৰ যোগান বন্ধ হৈছে।

অসম ৰাজ্যিক কৃষি বিপণন পৰিষদ তেনে এটি নিগম। বিভাগীয় সূত্ৰত প্ৰকাশ যে ইয়াৰো কাম-কাজ বন্ধ হৈ পৰাৰ পাছত নিগমটো নামত চলাই থকাৰ বাবে সাৰ যোগান ধৰাৰ দায়িত্ব দিয়া হৈছে। অৱশ্যে এয়াও ন্যায়ালয়ৰ হস্তক্ষেপৰ বাবেহে সম্ভৱ হৈছে। পৰিষদখন বন্ধ কৰিবলৈ চৰকাৰে তৎপৰতা চলোৱাৰ সময়ত কৰ্মচাৰীসকল ন্যায়ালয়ৰ দ্বাৰস্থ হয় আৰু ন্যায়ালয়ৰ হস্তক্ষেপত চৰকাৰে বন্ধ কৰাত বাধাৰ সৃষ্টি হয় ।

দুৰৱস্থাই গ্রাস কৰা আন এটি অনুষ্ঠান হ’ল অসম ৰাজ্যিক পৰিবহণ নিগম। এক স্বতন্ত্র অনুষ্ঠান হোৱা সত্ত্বেও নিগমটো চৰকাৰৰ দয়াৰ ওপৰতহে চলি আছে। কৰ্মচাৰীৰ দৰমহাৰ বাবে বছৰি বৃহৎ পৰিমাণৰ ধন ৰাজ্য চৰকাৰে আদায় দি থাকিবলগীয়া হৈছে। উন্নয়নৰ ঢাক-ঢোল বজাবলৈ পৰিবহণ বিভাগে নতুন নতুন বাছ নিগমৰ জৰিয়তে ক্ৰয় কৰিছে।

কিন্তু ইয়াৰ বিপৰীতে নিগমৰ আস্থান আৰু কাৰখানাত দম লাগিছে বিকল লাখ লাখটকীয়া বাছবোৰ। অসম চাহ নিগম চৰকাৰৰ বিফলতাৰ আন এক উদাহৰণ। নিগমৰ ইখনৰ পাছত সিখন বাগিচা নিগমে লীজত দিছে। চৰকাৰৰ লক্ষ্য অনুসৰি আটাইকেইখন বাগিচা পৰ্যায়ক্রমে ব্যক্তিগত খণ্ডক হস্তান্তৰ কৰা হ’ব।

উল্লেখ্য যে অসম চাহ নিগমৰ নিজা বাগিচাৰ সংখ্যা হ’ল ১৮ খন। ইয়াৰে নখনৰো অধিক ইতিমধ্যে লীজত দিয়া হৈছে। চৰকাৰে নিগমৰ কমেও ১৫ খন বাগিচা লীজত দিয়াৰ বাবে আগবাঢ়িছে। পৰৱৰ্তী সময়ত আন তিনিখনো লীজত দিয়া হ’ব। অসম পশুধন উন্নয়ন নিগম, বেচা-কিনা নিগমো এনে দুটা প্রতিষ্ঠান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cm Himanta Biswa SarmaTwo Years Of Government
publisher

publisher

Related Posts

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ
Assam

নিখাৰী নৈত দলং নাই , যাতায়তৰ ক্ষেত্ৰত ৰাইজৰ দুৰ্ভোগ

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!
International

বিপৰ্যয়ৰ পূৰ্বে ‘ঘাম’ ওলাইছিল দেৱী প্রতিমাৰ!

September 1, 2026
বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান
International

বিপৰ্যয়ৰ পূৰ্বে অনুৰোধৰ পাছতো চীনে নজনালে বতৰৰ পূৰ্বানুমান

September 1, 2026
মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ
International

মৰ্গত ঠাই নাই, ভিৰ হাস্পতালত: গণ কবৰৰ সিদ্ধান্ত নেপাল চৰকাৰৰ

September 1, 2026
হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল
International

হিমবাহ ভাঙি নামি অহা প্ৰৱল স্রোতত ইমান বোকা ক’ৰ পৰা আহিল

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d