Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন

    Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান

    MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

    Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

    Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

    Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

    Sanjay Dutt :শ্বুটিঙৰ সময়ৰ বোমা বিস্ফোৰণ হৈ গুৰুত্বৰভাৱে আহত অভিনেতা সঞ্জয় দত্ত

    Rani Mukerji In Kamakhya Temple  : ওপজা দিনটোতে ‘মা’ কামাখ্যাৰ আশিস ল’লে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে

    Satish Kaushik : জনপ্ৰিয় কৌতুক অভিনেতা সতীশ কৌশিকৰ দেহাৱসান , বুধবাৰে খেলিছিল হোলি

    Black N White : এতিয়া চিএনডি প্লেত উপলব্ধ হ’ব ব্লেক এন হোৱাইট

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Pack Pain:কঁকালৰ বিষত ভুগিব ৮০ কোটি লোক !

    Horoscope: দিনটোৰ ৰাশিফল

    Horoscope : দিনটোৰ ৰাশিফল

    Vitamin E Capsule For Skin And Hair : ছাল, চুলিৰ যত্নৰ বাহিৰেও ক’ত ব্যৱহাৰ হয় ভিটামিন ই ?

    Benefits of Matka water : মাটিৰ পাত্ৰত পানী খাই শীতল হোৱাৰ লগতে হওঁক স্বাস্থ্যৱান

    Healthy Life : জানেনে পুৱাৰ আহাৰ আৰু ব্যায়ামৰ প্ৰয়োজনীয়তা কিমান !

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

Junmoni Mother Visit Nagaon:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃয়ে তৰিব গোচৰ

নগাঁও আৰু জখলাবন্ধা থানাত দিব এজাহাৰ, নগাৱঁলৈ ৰাওনা দুৰ্ভগীয়া মাতৃ সহ পৰিয়ালৰ লোক, ৰহস্যজনক মৃত্যুক লৈ ঘনে ঘনে সলনি হৈছে দৃশ্যপট, চি বিআইৰ তদন্তৰ দাবী দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাৰ

publisher by publisher
May 19, 2023
in India, Assam, Crime, News
Reading Time: 3 mins read
0
Junmoni Mother Visit Nagaon:জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃয়ে তৰিব গোচৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Junmoni Mother Visit Nagaon:

একমাত্র কন্যা আৰক্ষী বিষয়া জোনমণি ৰাভাক পৰিকল্পিতভাৱে হত্যা কৰা হৈছিল বুলি বাৰে বাৰে দুৰ্ভগীয়া মাতৃ সুমিত্ৰা ৰাভাই দাবী কৰি অহাৰ মাজতে শুক্ৰবাৰে মাতৃ গৰাকীয়ে পৰিয়াল সহ উপস্থিত হয় নগাঁৱত ৷ জোনমণি ৰাভাৰ মৃত্যুৰ তদন্ত বিচাৰি মাতৃ গৰাকীয়ে এজহাৰ দাখিল কৰিব নগাঁও আৰু জখলাবন্ধা থানাত ৷

ADVERTISEMENT

কন্যাক হেৰুৱাই মানসিকভাৱে ভাগি পৰা জোনমণিৰ মাতৃ সুমিত্ৰা ৰাভাৰ মুখত বাৰে বাৰে উচ্চাৰিত হৈছে অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নাম। জোনমণিৰ মৃত্যুৰ কাৰণ বাহ্যিক দৃষ্টিত এক দুর্ঘটনা যদিও প্রতিমূহূৰ্তত আৰক্ষী বিষয়াগৰাকীৰ মৃত্যুৰ দৃশ্যপট সলনি হৈছে আৰু পৰিয়ালে দাবী কৰা ধৰণেই পৰিকল্পিত হত্যাকাণ্ডৰ দিশে ঘটনাই গতি কৰিছে।

RelatedPosts

DGP Pressmeet In Assam Police Headquarter:জোনমণি ৰাভাৰ মৃত্যু সম্পৰ্কত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ সংবাদমেল

Protest In Rabha Orgranaigation :এছ আই জোনমণি ৰাভাৰ মৃত্যুৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী

Fake Gold Master Mind Azgar Ali Arrested :চি আই ডিৰ বিৰতিহীন তদন্ত ,লখিমপুৰৰ পৰা আটক নকল সোণ চক্ৰৰ মাষ্টাৰ মাইণ্ড আজগৰ আলীক

ঘটনাৰ দৃশ্যপট যিমানেই সলনি হৈছে, সিমানেই শয্যাগত জোনমণিৰ মাতৃয়ে চিঞৰি উঠিছে, ‘জোনক সিঁহতি হত্যা কৰিছে। মাতি নি তাইক মাৰি পেলালে। চিআইডি নহয়, চিবিআইৰ তদন্ত দিয়ক।’

উল্লেখ্য যে মহানগৰীৰ কাহিলীপাৰাৰ দক্ষিণগাঁৱৰ শিৱপুৰৰ জোনমণিৰ ঘৰলৈ আজিও বিভিন্নজনৰ সোঁত অব্যাহত থাকে। বিভিন্ন দল- সংগঠনৰ নেতৃত্বই জোনমণিৰ মাতৃক সাক্ষাৎ কৰাৰ সময়তো তেওঁ কন্যাক সম্পূৰ্ণ পৰিকল্পিতভাৱে হত্যা কৰা হ’ল বুলি অভিযোগ কৰিছে ৷

“দৈনিক অগ্রদুত ‘ক মাতৃ সুমিত্ৰাই এই সমগ্ৰ ঘটনাত নগাঁৱৰ উচ্চ পদস্থ আৰক্ষী বিষয়া জড়িত থকাৰ অভিযোগ কৰি কয়, এয়া কোনো দুর্ঘটনা বা আত্মহত্যাৰ ঘটনা নহয়, জোনমণিক হত্যা কৰা হৈছিল। এতিয়া লাহে লাহে কথাবোৰ ওলাইছে। চিআইডিয়ে তদন্ত কৰিছে, কৰক; কিন্তু এই ঘটনা চিবিআইক তদন্ত কৰিবলৈ দিয়ক।’

একেদৰে জোনমণিৰ অসুস্থ ভ্রাতৃ কৰুণা ৰাভায়ো এই সম্পূৰ্ণ পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি ঘটনাৰ চিবিআই নতুবা ন্যায়িক তদন্তৰ দাবী জনায়। চিআইভিৰ তদন্তত পৰিয়ালটোৱে কিছু সকাহ লাভ কৰিছে যদিও এই তদন্তই ঘটনাৰ ৰহস্য কিমানলৈ ভেদ কৰিব পাৰিব সেই লৈ পৰিয়ালটোৱে সন্দেহ প্ৰকাশ কৰিছে।

বিশেষকৈ চিআইডিৰ যিজন বিষয়াক তদন্তৰ দায়িত্ব দিয়া হৈছে, সেই বিষয়াজনে এসময়ত বৰ্তমানৰ নগাঁৱৰ আৰক্ষী অধীক্ষকৰ তলত কাম কৰিছিল বুলি উল্লেখ কৰি পৰিয়ালৰ লোকে কয়, ‘মেডাম বুলি সম্বোধন কৰি সেই বিষয়াজনে কিদৰে সোধ-পোছ কৰিব? কেইদিনমান চাই লওঁ আৰু চিবিআইৰ তদন্ত ঘোষণা নকৰিলে আমি নিজাববীয়াকৈ ন্যায়ালয়ৰ কাষ চাপিম।

‘ উল্লেখ্য যে জোনমণিৰ মৃত্যুৰ ঘটনা এক গভীৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰাৰ সময়তে মাতৃগৃহৰ লগতে অঞ্চলটোত দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হোৱা বুলি বিষয়টোরে চর্চা লাভ কৰিছে।বৃহস্পতিবাৰে জোনমণিৰ বাসগৃহত উপস্থিত থকা বিভিন্ন লোকৰ মাজত হোৱা চৰ্চা অনুসৰি, নগাঁও আৰু লখিমপুৰ জিলাৰ আৰক্ষীৰ মাজত থকা সংঘাতৰ ফলতেই হয়তো জোনমণি ৰাভাই প্ৰাণ হেৰুৱাবলগীয়া ঘটনা সংঘটিত হোৱাৰ অৱকাশ আছে।

প্রতি প্রতিমূহূৰ্তত সলনি হোৱা ঘটনাৰ দৃশ্যপটলৈ চাই লোকসকলে চোৰাং নকল সোণ বেহাক লৈ দুয়োখন জিলাৰ শীৰ্ষ আৰক্ষী বিষয়াৰ লগত সুত্রপাত হোৱা সংঘাতেই ইয়াৰ মূল কাৰণ বুলি সন্দেহ প্ৰকাশ কৰিছে। শীৰ্ষ আৰক্ষীৰ বিষয়াৰ নির্দেশ নাথাকিলে এখন জিলাৰ পৰা গৈ আন এখন জিলাত অভিযান চলোৱাটো থানা পৰ্যায়ৰ এগৰাকী বিষয়াৰ বাবে সহজ নহয় বুলিও বিভিন্নজনে মত প্রকাশ কৰিছে।

ফলশ্ৰুতিত জিলা শীৰ্ষ বিষয়াই জোনমণিক ব্যৱহাৰ কৰিছিল আৰু দুই ম’হৰ যুঁজত বিৰিণাৰ মৰণ হ’ল বুলি বহুতে মন্তব্য কৰে। ফলত এই সমগ্ৰ ঘটনাৰ ৰহস্যৰ ভেদ কৰিবলৈ ন্যায়িক তদন্ত নাইবা চিবিআইৰ তদন্ত দাবী কৰিছে পৰিয়ালৰ লগতে অঞ্চলবাসীয়ে। উল্লেখ্য যে অহা ৩০ মে’ত জোনমণিৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ আয়োজন কৰা হৈছে।

চিবিআই তদন্তৰ দাবী কৰিলে যুৱ-ছাত্ৰ পৰিষদে একেটা বিভাগৰ অধীনত থকা উচ্চ পদস্থ আৰক্ষী বিষয়াক চিআইডিয়ে কিমান জবাবদিহি কৰিবলৈ সক্ষম হ’ব, ইয়াক লৈ প্রশ্ন উত্থাপন কৰি সমগ্ৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰিছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে ।

পৰিষদৰ সভাপতি পলাশ চাংমাইৰ নেতৃত্বত এটা সঁজাতী দলে জোনমণিৰ বাসগৃহত উপস্থিত হৈ দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে। পৰিয়ালটোৰ স’তে বাৰ্তালাপ কৰাৰ অন্তত সভাপতি চাংমায়ে সমগ্র ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰি কয়, ‘প্রতি মুহূৰ্তত ঘটনাৰ দৃশ্যপট সলনি হৈছে আৰু ইয়াৰ অন্তৰালত কি অন্তর্নিহিত হৈ আছে সেই কথা অসমৰ ৰাইজে জানিব বিচাৰিছে।

লগতে পৰিয়ালটোৱে ন্যায় পোৱতো উচিত। সমান্তৰালভাৱে ঘটনাৰ তদত্ত চিআইডিক অৰ্পণ কৰা কৰা হৈছে। আনহাতে, ঘটনাত আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ নাম পৰিয়ালে লৈ আছে। গতিকে চিআইডি অসম আৰক্ষীৰ অন্তৰ্গত এটা সংস্থা। ফলত এই সংস্থাই অসম আৰক্ষীৰ উচ্চ পদস্থ বিষয়াৰ ওপৰত কিমান জবাবদিহি কৰিব পাৰিব সেয়া সন্দেহৰ আৱৰ্তত।

গতিকে পৰিয়ালটোক ন্যায্যতা দিবৰ কাৰণে আৰু অসমৰ জনতাই সময়ে সময়ে যি দৃশ্যপট দেখি আহিছে, আটাইখিনি নির্মূল হ’ব কাৰণে চিবিআইৰ তদন্তৰ দাবী জনাইছো।’ বাসগৃহত ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ দল

আনহাতে, জোনমণিৰ দক্ষিণগাঁৱস্থিত বাসগৃহত উপস্থিত হয় ৰাজ্যিক মানৱ অধিকাৰ আয়োগৰ এটা দল। আয়োগৰ সদস্য শান্তনু ভৰালীৰ নেতৃত্বত যোৱা সাতজনীয়া দলটোৱে জোনমণিৰ মাতৃৰ স’তে বাৰ্তালাপ কৰি পৰিয়ালটোক সমবেদনা জ্ঞাপন কৰে।

লগতে আয়োগে মাতৃৰ ভাষ্য বাণীবদ্ধ কৰি আনে। সদস্য ভৰালীয়ে গৃহ বিভাগে ঘটনাৰ সঠিক তদন্ত কৰিব বুলি জোনমণিৰ মাতৃক আশ্বাস প্ৰদান কৰি কয় যে আয়োগে ঘটনাৰ সন্দৰ্ভত বৰ্তমানলৈ কোনো গোচৰ পঞ্জীয়ন কৰা নাই যদিও আৰক্ষী অধীক্ষক অনিল শৰ্মাক ঘটনাৰ স্থান পৰিদৰ্শন কৰাৰ লগতে সংশ্লিষ্ট ব্যক্তিক সাক্ষাৎ কৰি তথ্য সংগ্ৰহৰ দায়িত্ব দিয়া হৈছে। পৰিয়ালটোৱে ন্যায় লাভ কৰিব বুলি তেওঁ আশ্বাস প্ৰদান কৰে।

একেদৰে নগাঁৱৰ মৰিকলং আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হিচাপে কৰ্মৰত জোনমণিৰ মৃত্যুৰ ঘটনা ৰহস্যজনক আখ্যা দিছে ৰাইজৰ দলে। দলটোৰ সভাপতি তথা বিধায়ক অখিল গগৈ, কার্যকৰী সভাপতিদ্বয় ভাস্কো ডি শ‍ইকীয়া আৰু কবীন্দ্ৰ চেতিয়া ফুকনে এই ঘটনা এক সাধাৰণ পথ দুৰ্ঘটনাৰ পৰিবৰ্তে এক পৰিকল্পিত হত্যাকাণ্ড হ’ব পাৰে বুলি মত ব্যক্ত কৰিছে।

কালি দলটোৰ এটা সঁজাতী দলে ৰাভাৰ বাসগৃহলৈ গৈ মাতৃ, ভাতৃ আৰু পৰিয়ালৰ আনসকলক সাক্ষাৎ কৰি সমগ্ৰ ঘটনাৰ গভীৰতা বুজি লৈ এয়া এক বৃহৎ ষড়যন্ত্ৰৰ অংশ বুলি সন্দেহ প্ৰকাশ কৰিছে। যাৰ ফলত এই সমগ্ৰ ঘটনাৰ তদন্তৰ দ্বায়িত্ব চিবিআইলৈ হস্তান্তৰৰ দাবী জনাইছে দলটোৱে।

এই ঘটনাই মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দ্বায়িত্বত থকা গৃহ বিভাগৰ ফোঁপোলা স্বৰূপ উদঙাই দিলে বুলি দলটোৱে এক প্ৰেছ বাৰ্তাত উল্লেখ কৰিছে। ৰহস্যজনক মৃত্যুৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী আপৰ

ৰাভাৰ মৃত্যুৰ ঘটনা চিবিআইৰ তদন্তৰ দাবী কৰিছে আম আদমি পার্টি, অসমে। এক প্ৰেছ বাৰ্তাত দলটোৱে দুখন জিলাৰ আৰক্ষীৰ মাজত সহযোগিতাৰ নথকা আৰু চোৰাং নকল সোণ, নকল টকাৰ প্ৰসংগ ঘটনাত সাঙুৰ খাই পৰাৰ পাছতে এই মৃত্যু অতি ৰহস্যজনক বুলি উল্লেখ কৰি এই সমগ্ৰ ঘটনাৰ তদস্ত শীঘ্ৰে চিবিআইৰ হাতত অৰ্পণ কৰিবলৈ দাবী জনাইছে।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: FIRJakhalabandhajunmoni MotherNagonPolice StationSI Junmoni Rabha Dead
publisher

publisher

Related Posts

Pm Narendra Modi To Open New Parliament Building:বৈদিক ৰীতিনীতি অনুসৰি উদ্বোধন কৰা হ’ল দেশৰ নতুন সংসদ ভৱন
India

May 28, 2023
Chirang Police Drug & Child Marriage Awareness: বাল্য বিবাহ আৰু ড্ৰাগছৰ বিৰুদ্ধে চিৰাং আৰক্ষীৰ সজাগতা অনুষ্ঠান
Assam

May 27, 2023
MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !
India

MP Umaria Unique Goat Price Is One Crore:মধ্য প্ৰদেশৰ এটা ছাগলী,যাৰ মূল্য এক কোটি টকা !

May 27, 2023
Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ
Assam

Withdrow AFSPA 28 Dist Of 36 Dist :ৰাজ্যৰ ৩৬খন জিলাৰ ২৮খনৰ পৰাই আফস্পা প্ৰত্যাহাৰ

May 27, 2023
Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া
India

Sania Mirza:অৱসৰৰ পাছত নতুন ৰূপত অনুৰাগীৰ মাজলৈ আহিব ছানিয়া

May 27, 2023
Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ
International

Elon Musk:মানৱ মস্তিষ্কত চিপ প্ৰতিষ্ঠাপনৰ পৰীক্ষাৰ অনুমতি মাস্কৰ নিউৰালিংকৰ

May 27, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d bloggers like this: