Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক

কলকাতাৰ পৰা চেন্নাই অভিমুখী ক'ৰমণ্ডলএক্সপ্ৰেছ আৰু মালবাহী ৰেলৰ মুখামুখি সংঘর্ষ, বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰে ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু ৰে'লমন্ত্ৰী অশ্বিনী বৈষ্ণব, ৰে'ল দুৰ্ঘটনাৰ বাবে বাতিল ৪৮ খন যাত্ৰীবাহী ৰে'ল

publisher by publisher
June 3, 2023
in India, News
Reading Time: 3 mins read
0
Odisha Coromandel Express Accident:ওড়িশাত ভয়ংকৰ ৰে’ল দুৰ্ঘটনাত নিহত তিনি শতাধিক যাত্ৰী,আহত সহস্ৰাধিক
2
SHARES
16
VIEWS
ShareShareShareShare

Odisha Coromandel Express Accident:

ওড়িছাৰ বালাচ’ৰ জিলাৰ বাহানাগা বাজাৰ ষ্টেছনৰ কাষতে শুক্ৰবাৰে সন্ধিয়া সংঘটিত হয় এক ভয়ংকৰ ৰে’ল দুর্ঘটনা। কলকাতাৰ পৰা চেন্নাই অভিমুখী চালিমাৰ চেন্নাই ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে বিপৰীত দিশৰ পৰা এখন মালবাহী ৰে’লৰ স’তে মুখামুখি সংঘৰ্ষত লিপ্ত হয়। এই দুৰ্ঘটনাত যাত্রীবাহী ৰে’লখনৰ আঠটাকৈ দবা লাইনচ্যুত হৈ বাগৰি পৰে।

ADVERTISEMENT

তীব্ৰবেগী ৰে’লখনৰ এই দুর্ঘটনাত তিনি শতাধিক লোক নিহত হোৱা বুলি প্রাথমিক তথ্যত প্রকাশ পাইছে। ভাৰতীয় ৰে’লৱেই প্ৰকাশ কৰা তথ্য মতে, ক’ৰমণ্ডল এক্সপ্ৰেছৰ কে’বাটাও দবা বাগৰি কাষেৰে পাৰ হৈ যোৱা ৰে’লপথ আবদ্ধ কৰিছিল। সেই সময়তে সেই পথটোৰে যশৱন্তপুৰ এক্সপ্ৰেছ ৰেলখনেও ক’ৰমণ্ডলৰ পৰাত খুন্দা খোৱাত কেবাটাও দবা লাইনচ্যুত হয়।

RelatedPosts

No Content Available

উল্লেখ্য যে হাওৰা অভিমূখী বশৱপুৰ এক্সপ্ৰেছৰ তিনি-চাৰিটা দবা লাইনচ্যুত হোৱা বুলি ৰেলৱেৰ মুখপাত্র অমিতাভ শৰ্মাৰ উদ্ধৃতি দি সংবাদ সংস্থাই বাতৰি প্ৰকাশ কৰিছে।

ইফালে, ৰেল দুর্ঘটনাত গুৰুতৰভাৱে আহত হোৱা ‘মণ্ডল এক্সপ্ৰেছ সহস্ৰাধিক যাত্রীক চিকিৎসাধীন কৰা হৈছে। কলকাতাৰ পৰা চেন্নাই অভিমুখে যাত্রা কৰা ১২৮৪১ ইউপি ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনৰ হতাহতসকলৰ অধিকাংশই পশ্চিমবংগৰ বুলি ঠাৱৰ কৰা হৈছে।

দুর্ঘটনাৰ পাছতে নিকটবর্তী অঞ্চলসমূহৰ পৰা আৰক্ষী, এনডিআৰএফ আৰু এইডিআৰএফৰ কেবাটাও গোট উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে। ৰেল দুর্ঘটনাত আহতসকলক চিকিৎসাধীন কৰাৰ বাবে চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ বাবে প্ৰায় ৫০ জন এগুলেখাকে অভিযান চলোৱা হয়।

ওড়িশাৰ মুখ্য সচিবে সদৰী কৰা মতে, আহতসকলক এগুলেৰ উপৰি কিছু সংখ্যকক বাহেৰেও চিকিৎসালয়লৈ স্থানান্তৰ কৰাৰ লগতে চুবুৰীয়া পশ্চিমবংগৰ চিকিৎসালয়ত অৰ্ধ শতাধিক যাত্ৰীক ভৰ্তি কৰা হয়। উল্লেখ্য যে ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে সন্মুখৰ পৰা অহা মালবাহী ৰে’লখনক প্ৰচণ্ড জোৰেৰে খুন্দা মাৰি লাইনচ্যুত হোৱাৰ সমগ্ৰ দুৰ্ঘটনাটোৰ প্ৰকৃত কাৰণ শুক্ৰবাৰে নিশা পর্যন্ত স্পষ্ট কৰা নাই ৰে’ল বিভাগে।

একেটা পথেৰে মুখামুখিকৈ দুখন ৰে’ল অগ্ৰসৰ হোৱাৰ অতি সংকটৰ বিভ্রান্তি নে ৰে’ল চালকৰ ভুল সেই সকলো তদন্তৰ পাছতহে পোহৰলৈ আহিব বুলি ৰে’লৱেৰ মূখপাত্রই প্রকাশ কৰিছে।

উল্লেখ্য যে নিশাৰ আধাৰৰ বাবে উদ্ধাৰ অভিযানত কিছু ব্যাঘাত জন্মিছে যদিও বিভিন্ন স্থানৰ পৰা অহা এনডিআরএফৰ লগতে ওড়িছাৰ দুর্যোগ ব্যবস্থাপনা বিভাগৰ জোৱানৰ দলে নিশাৰে পৰা উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে।

ওড়িশাত যোৱা নিশা সংঘটিত শোকাৱহ ৰে’ল দুৰ্ঘটনাৰ পাছতে গভীৰ শোক প্ৰকাশ কৰিছে দ্রৌপদী মুর্মুৱে। এক বিবৃতিযোগে ৰাষ্ট্ৰপতিয়ে কয় যে দুর্ঘটনাত নিহত লোকসকলৰ পৰিয়ালক তেওঁ সমবেদনা জনাইছে আৰু উদ্ধাৰ অভিযান তথা আহত লোকসকল যাতে সোনকালে আৰোগ্য হয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছে।

শুক্ৰবাৰে সন্ধিয়া ৭-২০ বজাত বাহানাথা বাজাৰ ষ্টেচনৰ সমীপত সংঘটিত হোৱা এই দুর্ঘটনাটোৰ পাছতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে গভীৰ উদ্বেগ আৰু শোক প্ৰকাশ কৰে। প্ৰধানমন্ত্রীয়ে গুড়িশাত সংঘটিত এই দুর্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ আত আৰোগ্য কামনা কৰাৰ লগতে ইতিমধ্যে তেওঁ ৰেলমন্ত্রীক পৰিস্থিতি পর্যবেক্ষণৰ বাবে নির্দেশ দিছে । চৰকাৰীভাৱে উদ্ধাৰ অভিযান অব্যাহত ৰখাৰ উপৰি প্রয়োজনীয় সকলো সহযোগিতা আগবঢ়োৱা হ’ব বুলিও প্রধানমন্ত্রীয়ে নিশ্চিতি দিয়ে।

ইপিনে আজি দুপৰীয়া বায়ু সেনাৰ বিশেষ হেলিকপ্টাৰৰে দুৰ্ঘটনাস্থলীত উপস্থিত প্ৰধানমন্ত্ৰী মোডী আৰু ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণব ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে ঘটনাৰ বুজ লোৱাৰ লগতে চিকিৎসালয়ত আহত সকলৰ কাষত উপস্থিত হৈ আহত সকল আৰু পৰিয়ালৰ স’তে মতবিনিময় কৰে ৷ প্ৰধানমন্ত্ৰী গৰাকীয়ে দুৰ্ঘটনা সম্পৰ্কত এক উচ্চস্তৰীয় বৈঠক অনুষ্ঠিত কৰে ৷

train accident
আনহাতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহেও ৰে’ল দুর্ঘটনাত নিহত হোৱা লোকসকলৰ পৰিয়াললৈ গভীৰ সমবেদনা প্রকাশ কৰি কৰে যে ইতিমধ্যে এনডিআৰএফৰ কেবাটাও দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

আনহাতে এন ডি আৰ এফৰ বহুসংখ্যক জোৱানক সেই স্থানলৈ প্ৰেৰণ কৰা হৈছে বুলি কেন্দ্রীয় গৃহমন্ত্রীজনে প্রকাশ কৰে। তেওঁ আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰে।

ওড়িশাৰ বালাচৰত সংঘটিত দুর্ঘটনাটোৰ পাছতে ৰাজ্য চৰকাৰে কেবাটাও হেল্পলাইন নম্বৰ মুকলি কৰিছে। হাওধান হেল্পলাইন নম্বৰ হ’ল -২৬৩৮২২১৭, ডগপুৰৰ হেল্পলাইন নম্বৰ ৮৯৭-০৭৩৯২৫ আৰু ১০০২৩৯ ২০০৯,৯৯০৩৩-৭০৭৪৬৷

বালাচ বা হেল্পলাইন নম্বৰ ৮২৪১৫১১৫৫১ আৰু ৭৯৭৮৪১৮৩২২ আৰু হালিমাৰৰ হেল্পলাইন নম্বৰ হ’ল ভূমিকম্পৰ দৰে জোঁকাৰণি হৈছিল সমগ্ৰ ৰে’লখনত কলকাতা ছালিমাৰৰ পৰা চেয়াই অভিমুখে ৰাওনা হোৱা দ্ৰুতবেগী ক’ৰমণ্ডল এক্সপ্ৰেছ ৰে’লখনে দুর্ভাগ্যজনক পৰিস্থিতিত বালাচৰৰ সমীপত বিপৰীত দিশৰ অহা এখন মালবাহী ৰেলৰ স’তে মুখামুখি সংঘৰ্ষৰ ফলত লাইনচ্যুত হোৱাৰ লগে লগে ট্ৰেকৰ বাকীসমূহ দবাৰ আৰোহীসকল এক শক্তিশালী ভূমিকম্পৰ দৰে জোঁকাৰনি অনুভব কৰিছিল। ৰেলখনৰ এজন যাত্রীয়ে এই অনুভৱ বাস্ত কৰিছে। উল্লেখ্য যে দুর্ঘটনাটো সংঘটিত হোৱাৰ লগে লগে লাইনত আতংকিত যাত্ৰীসকলৰ প্ৰাণকাতৰ আৰ্তনাদে কঁপাই তুলিছিল অঞ্চলটো।

অভিশপ্ত কৰমণ্ডল এক্সপ্রেছহখনে চেন্নাইলৈ যাত্ৰা কৰা পশ্চিমবংগৰ গোবিন্দ মণ্ডল নামৰ যাত্ৰীজনে আজি গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন অবস্থাত কম যে বেলখনে প্রচণ্ড শব্দ আৰু নিয়ন্ত্রণ হেৰুৱাই ইটোৰ পাছত সিটোকৈ দখাবোৰ বাগৰিবলৈ ধৰোতে সকলো আশা শেষ বুলি ভাবিছিলো।

এনে লাগিছিল যেন মোৰ মৃত্যু ঘটিল। তেনে অবস্থাতে দেখিলো কেইজনমান সহযাত্রীয়ে এখন ভগা খিৰিকীৰে দবাটোৰ পৰা বাহিৰলৈ ওলাবলৈ চেষ্টা কৰিছে। ময়ো খিৰিকী খনেৰে বাহিৰলৈ ওলাই আহিছে অনুভৱ কৰিলো যে মোৰ প্ৰাণ ৰক্ষা পৰিল। লগে লগে আমাক ওচৰৰ চিকিৎসালয়লৈ নি প্রাথমিক চিকিৎসাৰ অন্তত নিকটৱর্তী আন এখন চিকিৎসালয়লৈ স্থানান্তৰ কৰিছে। মোৰ দবাটোত মই বহুকেইজন লোকক আহত অবস্থাত চিঞৰি থকা দেখিছো। তাৰ ভিতৰত এজনে বুকুত বিষ হোৱাত সহায় বিচাৰি চিঞৰি থকা শুনিছিলো।

শুক্ৰবাৰে ওড়িশাৰ বাহানাগা বাজাৰ ষ্টেছনৰ সমীপত সংঘটিত হোৱা দুৰ্ঘটনাত নিহতসকলৰ নিকটাত্মীয়লৈ ১০ লাখ টকাকৈ সাহায্য ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্রীয় ৰেলমন্ত্রী অশ্বিনী বৈষ্ণবে এই ঘোষণা কৰি আহত সকলকো দুই লাখ টকাকৈ সাহায্য নিয়াৰ কথা সদৰী কৰে। একেদৰে আহতসকলক উপযুক্ত চিকিৎসাৰ নিৰ্দেশ দিয়ে ৰে’ল মন্ত্রীজনে। তেওঁ কয় যে দুর্ঘটনাত গুৰুতৰভাৱে আহতসকলক দুই লাখ টকা আৰু সামান্যভাৱে আহতসকলক ৫০ হেজাৰকৈ টকা সাহায্য দিয়া হ’ব। ইফালে, দুর্ঘটনাস্থলীলৈ এখন জৰুৰীকালীন চিকিৎসাৰ সা-সুবিধাযুক্ত ৰেল প্ৰেৰণৰ কথাও সদৰী কৰে।

দুর্গতসকলক সহায় কৰিবলৈ কংগ্ৰেছ কৰ্মীক আহ্বান কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আজি সংঘটিত ৰে’ল দুৰ্ঘটনাৰ ঘটনাত গভীৰ দুখ প্ৰকাশ কৰি কয় যে ক’ৰমণ্ডল এক্সপ্ৰেছৰ দুর্ঘটনাত বিসকালে প্ৰাণ হেৰুৱাইছে সেই লোকসকলৰ আত্মীয়-স্বজনক তেওঁ সমবেদনা জনাইছে। আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰি ৰাহুল গান্ধীয়ে কংগ্ৰেছ কৰ্মীসকলক দুর্ঘটনাস্থলীত উদ্ধাৰ অভিযানত নিয়োজিত হ’বলৈ আহ্বান জনায় ৷

পশ্চিমবংগৰ মমতা বেনাৰ্জীৰ উদ্বেগ প্রকাশ : ঘটনাস্থলীত উপস্থিত মমতা বেনাৰ্জী, উচ্চ পৰ্যায়ৰ দল প্ৰেৰণ

যোৱা নিশা সংঘটিত ৰে’ল দুর্ঘটনাৰ পাছতে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে ওড়িশালৈ ৰাজ্য চৰকাৰৰ এটা উচ্চস্তৰীয় দলক প্ৰেৰণ কৰাৰ লগতে আজি দুৰ্ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাটোৰ বুজ লয় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

উল্লেখ্য যে, ৰে’লখনৰ অধিকাংশ যাত্রীয়ে পশ্চিমবংগৰ সেয়েহে গৃহৰাজ্যৰ দুৰ্গত লোকসকলক উদ্ধাৰ আৰু সহায় আগবঢ়োৱাৰ বাবে পশ্চিমবংগ চৰকাৰৰ দলটোক প্ৰেৰণ কৰা হৈছে বুলি মুখ্যমন্ত্রী বেনাৰ্জীয়ে প্রকাশ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 1000 Injured300 Passenger DeadOdisha Train AccidentSpots Visit PM Modi
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d