Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আইচকিউব নিউট্ৰিনো অবজাৰভেটৰীলৈ অৱদানৰ বাবে পদাৰ্থ বিজ্ঞানত ন’বেল ফ্ৰান্সিছ হালজেনৰ

    বাহিৰৰ পৰা অহা চেনিয়েই পৃথিৱীত আদিম প্ৰাণৰ কাৰিকৰ?

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    একে খাদ্য খাব নোৱাৰে বিমানৰ দুই পাইলটে

    আমেৰিকা-জার্মানীৰ তিনি বিজ্ঞানীলৈ চিকিৎসা বিজ্ঞানৰ ন’বেল বঁটা ঘোষণা

    জ্ঞানেশৰ মুখা খুলিল সর্বোচ্চ ন্যায়ালয়ত

    গাদী হেৰুওৱাটো নিশ্চিত হ’ল হৰদ্বীপ পুৰীসহ দুই মন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ওড়িছা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধিবক্তালৈ আহ্বানঃ মোক ‘মাই লৰ্ড’ বুলি নক’ব

publisher by publisher
January 5, 2022
in India, News
Reading Time: 1 min read
0
ওড়িছা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অধিবক্তালৈ আহ্বানঃ মোক ‘মাই লৰ্ড’ বুলি নক’ব
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

পুৰীৰ মাটিৰ তলত সন্ধান ওলাল প্রাচীন চহৰৰ

চিকিৎসালয়ৰ ICUত ভয়ংকৰ অগ্নিকাণ্ড!

ওড়িছা উচ্চ ন্যায়ালয়ত এক আমোদজনক ঘটনা সংঘটিত হ’ল । উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এছ মুৰলীধৰে অধিবক্তাসকলক আহ্বান জনাই ক’লে যে তেওঁক যাতে কোনেও ‘মাই লৰ্ড’ বা ‘ইয়ৰ লৰ্ডশ্বিপ’ বুলি সম্বোধন নকৰে । সোমবাৰে মুখ্য ন্যাশাধীশজনৰ বিচাৰপীঠে এক গোচৰৰ শুনানিৰ সময়ত এইদৰে আহ্বান জনাই অধিবক্তাসকলক কয়, ‘সকলো অধিবক্তা আৰু সংশ্লিষ্ট পক্ষক মোৰ আহ্বান যে তেওঁলোকে এই বিচাৰপীঠৰ ন্যায়াধীশসকলক ‘মাই লৰ্ড’ বা ‘ইয়ৰ লৰ্ডশ্বিপ’ বা ‘ইয়ৰ অনাৰ’ বুলি সম্বোধন কৰাৰ পৰা বিৰত থাকে । ইয়াৰ পৰিৱৰ্তে অন্য ধৰণৰ সম্বোধন, যিসমূহ ন্যায়ালয়ৰ মৰ্যাদা উপযোগী হয় যেনে ‘ছাৰ’ বুলি কৰিব পাৰিব ।’

ADVERTISEMENT

মুখ্য ন্যায়াধীশজনৰ এনে আহ্বানক অধিবক্তাসকলে আদৰণি জনাইছে । ওড়িছা উচ্চ ন্যায়ালয়ৰ বাৰ এছ’চিয়েছনৰ সম্পাদক জে কে লংকাই মুখ্য ন্যায়াধীশ মুৰলীধৰৰ সিদ্ধান্তক আদৰণি জনাই কয় যে অন্যান্য ন্যায়াধীশসকলেও এই পদক্ষেপ গ্ৰহণ কৰা উচিত । ‘এয়া এক স্বাগতমযোগ্য পদক্ষেপ । অন্যান্য ন্যায়াধীশ, অধিবক্তা আৰু বাদী-বিবাদীয়েও ইয়াক পালন কৰা উচিত । ‘ছাৰ’ সম্বোধন ‘মাই লৰ্ড’ৰ দৰেই সন্মানজনক ।’ লংকাই এইদৰে‌ কয় ।

উল্লেখ্য যে ১৯৭০ৰ দশকতে ওড়িছা উচ্চ ন্যায়ালয়ে ন্যায়াধীশক ‘ছাৰ’ সম্বোধন কৰাৰ বাবে প্ৰথম পদক্ষেপ গ্ৰহণ কৰিছিল যদিও বৰ্তমানলৈকে আদালতৰ কাম-কাজত অধিবক্তাসকলে ন্যায়াধীশক ‘ইয়ৰ লৰ্ডশ্বিপ’ বুলি সম্বোধন কৰি আহিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: judgeOdishaS. Muralidhar
publisher

publisher

Related Posts

অতিৰিক্ত বোজাই কঢ়িওৱা ডাম্পাৰৰ দৌৰাত্ম্যত হাৱাইপুৰ ৰেলৱ ষ্টেচনৰ লৈ যোৱা পথ জৰাজীৰ্ণ
Assam

October 6, 2026
ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!
Assam

ৰাতাবাড়িত মাদককাণ্ডত এনকাউণ্টাৰ!

October 6, 2026
মৰিগাঁও-নগাঁও উপ-নিৰ্বাচনত SSB জোৱানৰ প্ৰশংসনীয় অৱদান

BSFৰ গুলীচালনাত আহত অসমৰ দুজন, চিকিৎসাধীন

প্ৰশ্নকাকত চুৰি আৰু ফাদিলৰ অভিযোগ, নিলম্বিত বিজনীৰ ভাংনামাৰী হাইস্কুলৰ প্ৰধান শিক্ষক

স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচন: গুৱাহাটী বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা তথ্য স্পষ্ট, বিভ্ৰান্তিকৰ দাবী নাকচ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d