Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • New Year 2023
    • Politics
    • Sports
    Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ

    Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

    ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

    APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

    Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

    Cocaine Seized In Hengerabai:মহানগৰীৰ হেঙেৰাবাৰীত ক্রাইম ব্ৰাঞ্চৰ মাৰাথন অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Maruti Suzuki :জানুৱাৰীত দেশত ১৪ শতাংশ বিক্ৰী বৃদ্ধি গাড়ীৰ, শীৰ্ষত মাৰুতি -ছুজুকীয়ে

    Electronic : দেশত বৃদ্ধি পাইছে বৈদ্যুতিক বাহনৰ চাহিদা-বিক্ৰী

    Apple : আমেৰিকাৰ চাৰি কোম্পানীয়ে হেৰুৱালে তিনি ত্ৰিলিয়ন ডলাৰ, সৰ্বাধিক লোকচান এপেলৰ

    Smart Phone : স্মাৰ্টফোনৰ বেটাৰীৰ চাৰ্জ দ্ৰুত গতিত হ্ৰাস পোৱাৰ ৫ টা কাৰণ কি ? জানিবলৈ পঢ়ক

    Mobile Battery Charging : কিমান শতাংশ বেটাৰী থাকিলে এটা ফোনৰ চাৰ্জ দিব লাগে

    WhatsApp Update : ৩১ ডিচেম্বৰৰ পৰা ৪৯ টা ফোনত বন্ধ হ’ব হোৱাটছএপ !

  • Entertainment
    • All
    • Movie
    • Music
    Dadasaheb Phalke Lifetime Achievement Award to Waheeda Rehman:প্ৰথিতযশা বলিউড অভিনেত্ৰী-নৃত্যশিল্পী ৱাহিদা ৰেহমানলৈ দাদাচাহেব ফাল্কে জীৱনজোৰা সাধনা বঁটা

    69th National Film Awards Announced:৬৯সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা ঘোষণা

    Chirang Sidli  koch-Rajbonshi Video Song :চিৰাঙৰ চিদলীত কোচ-ৰাজবংশী ভিডিঅ গীতৰ শুভমুক্তি

    Sri Raghupati:ফেচবুক, ইউটিউবত আপলোড ‘শ্ৰী ৰঘুপতি’ৰ দৃশ্যাংশ !

    5th Chitra Bharati Film Festival: পঞ্চম চিত্ৰ ভাৰতী চলচ্ছিত্ৰ মহোৎসৱৰ প্ৰস্তুতি

    Flimfare : ফিল্মফেয়াৰ বঁটাত উজ্বলিল অসম সন্তান

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    Papaya Leaves Prevention Of Dengue:অমিতা পাতৰে ডেংগু ৰোধ

    Air India Flight Attendants to be Replaced:সলনি হ’ব এয়াৰ ইণ্ডিয়াৰ বিমান সেৱিকাৰ পৰিধান!

    Sneezing Unceremoniously:অনর্গলভাৱে হাঁচি মাৰিছে !

    Car Can Also Lead To Disease:মৰমৰ গাড়ীখনেও ৰোগ মাতি আনিব পাৰে

    Lipstick Usage: লিপষ্টিক ব্যৱহাৰৰ ফলত হ্ৰাস পাব পাৰে বুদ্ধিমত্তা

    Mangaldoi Food Poisoning :মঙ্গলদৈত খাদ্যত বিষক্ৰিয়া

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Kaziranga:কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে চাৰি মাহত সংগ্ৰহ কৰিলে পাঁচ কোটিৰ অধিক ৰাজহ

    Longest Elevated Flyover : একলগে ছটা লেনত চলাচল কৰিব গাড়ী !

  • Videos
No Result
View All Result

Home News Assam

All Assam Electricity Consumers Association Assam State Committee:স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ  

publisher by publisher
June 6, 2023
in India, Assam, News
Reading Time: 3 mins read
0
All Assam Electricity Consumers Association Assam State Committee:স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ  
2
SHARES
16
VIEWS
ShareShareShareShare

All Assam Electricity Consumers Association Assam State Committee:

স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইৰ জনগণক যোৱা দুদিন ধৰি যি চৰম অশান্তিৰ ফালে ঠেলি দিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু ধিক্কাৰ জনাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা এক প্ৰেছ বিবৃতিত কোৱা হয়‌ যে, বৰ্তমান ৰাজ্যৰ মাত্ৰ ৬ শতাংশ গ্ৰাহকসকলক স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ অধীনত অনা হৈছে।

ADVERTISEMENT

এই ৬ শতাংশ গ্ৰাহকসকলৰ বাবেই তথাকথিত অত্যাধুনিক প্ৰযুক্তিয়ে সঠিকভাৱে কাম কৰিবলৈ যে ব্যৰ্থ হৈছে সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। ফলত ভৱিষ্যতে গ্ৰাহসকল এই ব্যৱস্থাত যে নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব সেয়া স্পষ্ট ।

RelatedPosts

Assam State Bjp:কংগ্ৰেছৰ দিনত ৰাতিৰ আন্ধাৰত ৰাজকোষত লুণ্ঠন চলিছিলঃ ৰাজ্যিক বিজেপি

Assam Bjp Press Release:লোকসভা ৰণলৈ সাজু ভাৰতীয় জনতা পার্টি

Aap Assam President Bhaben Choudhari :১৬ নবেম্বৰৰ পৰা আপ অসমৰ গাঁৱলৈ যাত্ৰা কাৰ্যসূচী৷ চহৰৰ লগতে গাঁৱতো বৃদ্ধি পাইছে আম আদমি পাৰ্টীৰ জনপ্ৰিয়তা

কৰ্পোৰেটসকলৰ স্বাৰ্থত প্ৰস্তুত কৰা এই ব্যৱস্থাৰ সপক্ষে চৰকাৰে যিবোৰ যুক্তি প্ৰদৰ্শন কৰিছিল সেইবোৰ যুক্তি আজি সম্পূৰ্ণ ৰূপে মিছাত পৰ্যবসিত হৈছে।

শিলচৰ, গুৱাহাটী,তেজপুৰ সহ যিবিলাক ঠাইত গ্ৰাহক সকলৰ ঘৰত বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন কৰা হৈছে অথচ পোষ্টপেইড ব্যৱস্থা এতিয়াও চলি আছে সিহঁতৰ বিলৰ টকা জমা দিওঁতে অলপ বিলম্ব হোৱা কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে যিটো আইনৰ পৰিপন্থী।

ফলত অতিৰিক্ত চাৰিশ টকা পুণৰ সংযোগৰ বাবদ ভৰিবলগা হৈছে। যিসকলৰ প্ৰি-পেইড ব্যাৱস্থা হৈ গৈছে সেইসকল গ্ৰাহকে অগ্ৰিম ৰিচাৰ্জ কৰাৰ পিছতো চাৰ্ভাৰৰ ত্ৰুটিৰ বাবে মিটাৰ ৰিচাৰ্জ নোহোৱাত প্ৰচণ্ড গৰমত বিদ্যুতহীন অৱস্থাত থাকিবলগীয়া হৈছে ।

জনসাধাৰণ এই অৱস্থাত থকাৰ পিছতো এ পি ডি চি এল কৰ্তৃপক্ষ ও ৰাজ্য চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত কেৱল নিৰ্বিকাৰেই নহয়, বৰঞ্চ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতো জনগণৰ দাবীক উপেক্ষা কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ সপক্ষে প্ৰচাৰ কৰি আছে।

জনগণৰ দ্বাৰা উত্থাপিত অভিযোগবোৰৰ যুক্তিসংগত ব্যাখ্যা দিব নোৱাৰাৰ পিছতো তাৰ সপক্ষে প্ৰচাৰ কৰাৰ দ্বাৰা এইটো স্পষ্ট কৰি দিয়ে যে, স্মাৰ্ট মিটাৰ কোম্পানীৰ লগত চৰকাৰৰ গোপন চুক্তি আছে। স্মাৰ্ট মিটাৰ ব্যৱস্থা যে চূড়ান্ত গ্ৰাহক স্বাৰ্থবিৰোধী সেয়া আৰম্ভণিৰ পৰাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে উল্লেখ কৰি আছে।

এই ব্যৱস্থাত সাধাৰণ গ্ৰাহক সকল সৰ্বোতোপ্ৰকাৰে সৰ্বস্বান্ত হব। চৰকাৰে বিদ্যুৎ খণ্ডক কৰ্পোৰেট গোষ্ঠীক গতাই দিয়াৰ অভিসন্ধিৰে পৰিসেৱা আইনৰ নিয়ম-নীতিকবহু ক্ষেত্ৰত লঙ্ঘন কৰা হৈছে আৰু আইনগতভাৱে বিদ্যুৎ এটা অত্যাৱশ্যকীয় পৰিসেৱা হলেও সেয়া লাভজনক পণ্য হিচাবে বিবেচনা কৰা হৈ আছে।

কেৱল সেয়াই নহয়, গ্ৰাহক সকলৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰি আৰু সংসদ বা বিধানসভাত আলোচনাৰ‌ সুযোগ নিদি কোভিড পৰিস্থিতিৰ সুযোগ লৈ কেৱলমাত্ৰ এটা গেজেট নোটিফিকেচন জাৰি কৰি প্ৰিপেইড স্মাৰ্ট ব্যাৱস্থা জনগণৰ কান্ধত জোৰ কৰি জাপি দিয়া হৈছে। ফলত আমি অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে আকৌ এবাৰ স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰাৰ বাবে দৃঢ়ভাৱে দাবী জনাইছো।

ইয়াৰ লগতে এই প্ৰিপেইড স্মাৰ্ট‌‌‌ মিটাৰ ব্যৱস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি ইয়াক বাতিলৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ সকলো বিদ্যুৎ গ্ৰাহকক আগুৱাই আহিবলৈ আহ্বান জনাই ‘ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটি’য়ে ।

Share this:

  • Twitter
  • Facebook
  • LinkedIn
  • WhatsApp
  • More
  • Pinterest
  • Telegram

Like this:

Like Loading...
Tags: All Assam Electricity Consumers AssociationAssam State CommitteePress releaseSERVERSmart Meter Apdcl
publisher

publisher

Related Posts

Behind This Compassion For The Capitalists:পুঁজিপতিলৈ এই দৰদৰ আঁৰত
Assam

December 11, 2023
Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ
Assam

Appointment Letter Distribution Programme In Sankardev kalakhetra:শংকৰদেৱ কলাক্ষেত্ৰত ৮৩৯গৰাকী প্রার্থীক নিযুক্তি পত্র প্রদান মুখ্যমন্ত্ৰীৰ

December 8, 2023
Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি
Assam

Assam Police:অসম আৰক্ষীত এদিনতে বৃহৎ পদোন্নতি

December 8, 2023
ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
India

ZPM leader Lalduhoma is Sworn in as the New C M of Mizoram:ZPMৰ নেতা লালডুহোমাৰ মিজোৰামৰ নতুন মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ

December 8, 2023
APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ
Assam

APSC Scam Update:নগাঁৱৰ কৰ অধীক্ষক ৱাহিদা বেগমক ডিফুৰ পৰা গ্ৰেপ্তাৰ এছ আই টিৰ

December 8, 2023
Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক
India

Sarbanandra Sonowal:তিনি ৰাজ্যত মুখ্যমন্ত্ৰী কেন্দ্ৰীক সংঘাত উপশমৰ বাবে দায়িত্ব ন্যস্ত ৯ পৰ্যবেক্ষকক

December 8, 2023
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d