Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

All Assam Electricity Consumers Association Assam State Committee:স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ  

publisher by publisher
June 6, 2023
in Assam, India, News
Reading Time: 3 mins read
0
All Assam Electricity Consumers Association Assam State Committee:স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ  
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

All Assam Electricity Consumers Association Assam State Committee:

স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ চাৰ্ভাৰৰ ত্ৰুটিয়ে ৰাজ্যৰ বিভিন্ন ঠাইৰ জনগণক যোৱা দুদিন ধৰি যি চৰম অশান্তিৰ ফালে ঠেলি দিছে তাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ আৰু ধিক্কাৰ জনাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটিৰ পক্ষৰ পৰা এক প্ৰেছ বিবৃতিত কোৱা হয়‌ যে, বৰ্তমান ৰাজ্যৰ মাত্ৰ ৬ শতাংশ গ্ৰাহকসকলক স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ অধীনত অনা হৈছে।

ADVERTISEMENT

এই ৬ শতাংশ গ্ৰাহকসকলৰ বাবেই তথাকথিত অত্যাধুনিক প্ৰযুক্তিয়ে সঠিকভাৱে কাম কৰিবলৈ যে ব্যৰ্থ হৈছে সেয়া বাৰে বাৰে প্ৰমাণিত হৈছে। ফলত ভৱিষ্যতে গ্ৰাহসকল এই ব্যৱস্থাত যে নানা ধৰণৰ হাৰাশাস্তিৰ সন্মুখীন হ’ব সেয়া স্পষ্ট ।

কৰ্পোৰেটসকলৰ স্বাৰ্থত প্ৰস্তুত কৰা এই ব্যৱস্থাৰ সপক্ষে চৰকাৰে যিবোৰ যুক্তি প্ৰদৰ্শন কৰিছিল সেইবোৰ যুক্তি আজি সম্পূৰ্ণ ৰূপে মিছাত পৰ্যবসিত হৈছে।

শিলচৰ, গুৱাহাটী,তেজপুৰ সহ যিবিলাক ঠাইত গ্ৰাহক সকলৰ ঘৰত বা বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানত স্মাৰ্ট মিটাৰ প্ৰতিস্থাপন কৰা হৈছে অথচ পোষ্টপেইড ব্যৱস্থা এতিয়াও চলি আছে সিহঁতৰ বিলৰ টকা জমা দিওঁতে অলপ বিলম্ব হোৱা কাৰণে বিদ্যুৎ সংযোগ বিচ্ছিন্ন কৰি দিয়া হৈছে যিটো আইনৰ পৰিপন্থী।

ফলত অতিৰিক্ত চাৰিশ টকা পুণৰ সংযোগৰ বাবদ ভৰিবলগা হৈছে। যিসকলৰ প্ৰি-পেইড ব্যাৱস্থা হৈ গৈছে সেইসকল গ্ৰাহকে অগ্ৰিম ৰিচাৰ্জ কৰাৰ পিছতো চাৰ্ভাৰৰ ত্ৰুটিৰ বাবে মিটাৰ ৰিচাৰ্জ নোহোৱাত প্ৰচণ্ড গৰমত বিদ্যুতহীন অৱস্থাত থাকিবলগীয়া হৈছে ।

জনসাধাৰণ এই অৱস্থাত থকাৰ পিছতো এ পি ডি চি এল কৰ্তৃপক্ষ ও ৰাজ্য চৰকাৰৰ ভূমিকা এই ক্ষেত্ৰত কেৱল নিৰ্বিকাৰেই নহয়, বৰঞ্চ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ পিছতো জনগণৰ দাবীক উপেক্ষা কৰি স্মাৰ্ট মিটাৰ ব্যৱস্থাৰ সপক্ষে প্ৰচাৰ কৰি আছে।

জনগণৰ দ্বাৰা উত্থাপিত অভিযোগবোৰৰ যুক্তিসংগত ব্যাখ্যা দিব নোৱাৰাৰ পিছতো তাৰ সপক্ষে প্ৰচাৰ কৰাৰ দ্বাৰা এইটো স্পষ্ট কৰি দিয়ে যে, স্মাৰ্ট মিটাৰ কোম্পানীৰ লগত চৰকাৰৰ গোপন চুক্তি আছে। স্মাৰ্ট মিটাৰ ব্যৱস্থা যে চূড়ান্ত গ্ৰাহক স্বাৰ্থবিৰোধী সেয়া আৰম্ভণিৰ পৰাই অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে উল্লেখ কৰি আছে।

এই ব্যৱস্থাত সাধাৰণ গ্ৰাহক সকল সৰ্বোতোপ্ৰকাৰে সৰ্বস্বান্ত হব। চৰকাৰে বিদ্যুৎ খণ্ডক কৰ্পোৰেট গোষ্ঠীক গতাই দিয়াৰ অভিসন্ধিৰে পৰিসেৱা আইনৰ নিয়ম-নীতিকবহু ক্ষেত্ৰত লঙ্ঘন কৰা হৈছে আৰু আইনগতভাৱে বিদ্যুৎ এটা অত্যাৱশ্যকীয় পৰিসেৱা হলেও সেয়া লাভজনক পণ্য হিচাবে বিবেচনা কৰা হৈ আছে।

কেৱল সেয়াই নহয়, গ্ৰাহক সকলৰ লগত কোনো ধৰণৰ আলাপ-আলোচনা নকৰি আৰু সংসদ বা বিধানসভাত আলোচনাৰ‌ সুযোগ নিদি কোভিড পৰিস্থিতিৰ সুযোগ লৈ কেৱলমাত্ৰ এটা গেজেট নোটিফিকেচন জাৰি কৰি প্ৰিপেইড স্মাৰ্ট ব্যাৱস্থা জনগণৰ কান্ধত জোৰ কৰি জাপি দিয়া হৈছে। ফলত আমি অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনে আকৌ এবাৰ স্মাৰ্ট মিটাৰ স্থাপন বাতিল কৰাৰ বাবে দৃঢ়ভাৱে দাবী জনাইছো।

ইয়াৰ লগতে এই প্ৰিপেইড স্মাৰ্ট‌‌‌ মিটাৰ ব্যৱস্থাৰ বিৰুদ্ধে ঐক্যবদ্ধ শক্তিশালী গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলি ইয়াক বাতিলৰ বাবে চৰকাৰক বাধ্য কৰাবলৈ সকলো বিদ্যুৎ গ্ৰাহকক আগুৱাই আহিবলৈ আহ্বান জনাই ‘ অল আছাম ইলেক্ট্ৰিছিটি কনজুমাৰ্জ এছ’ছিয়েচনৰ অসম ৰাজ্যিক কমিটি’য়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: All Assam Electricity Consumers AssociationAssam State CommitteePress releaseSERVERSmart Meter Apdcl
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d