Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Prepaid Meter:ভিৰৰ বাবে বহু উপভোক্তাই ৰিচাৰ্জ কৰিব নোৱাৰিলে, কে’বাঘণ্টাও বন্ধ বিদ্যুৎ যোগান

বলপূর্বক প্রিপেইড মিটাৰ ব্যৱস্থাত গ্ৰাহকৰ হাহাকাৰ, দীঘলীয়া শাৰী কাৰ্যালয়ত

publisher by publisher
May 12, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Prepaid Meter:ভিৰৰ বাবে বহু উপভোক্তাই ৰিচাৰ্জ কৰিব নোৱাৰিলে, কে’বাঘণ্টাও বন্ধ বিদ্যুৎ যোগান
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

APDCL Prepaid Meter:বিদ্যুতৰ কেৰামতালিত ক্ষোভৰ অগনি ৰাজ্যৰ সৰ্বত্ৰে

Prepaid Meter:

মাছৰ তেলেৰে মাছ ভজা নীতিৰে ৰাজ্যৰ বিদ্যুৎ বিভাগে প্রিপেইড মিটাৰ ব্যৱস্থাৰ নামত অব্যাহত ৰখা অতপালিত সাধাৰণ গ্ৰাহকে ত্রাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে।

ADVERTISEMENT

বিদ্যুৎ কার্যালয়বোৰত সম্প্রতি বাহাল থকা পৰিৱেশেই তাৰ প্ৰমাণ। উদাহৰণ স্বৰূপে অন্য জিলাৰ লগতে বৰপেটাৰো অংশ বিশেষত যোৱা ন মে’ৰ পৰা প্রিপেইড ব্যৱস্থা সূচনা কৰা হয়। ইয়াকে লৈ সকলো শ্ৰেণীৰ উপভোক্তাৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে।

ইয়াৰ ভিতৰত আটাইতকৈ হাহাকাৰ লাগিছে আর্থিকভাৱে আটাইতকৈ পিছপৰা লোকসকলৰ। কাৰণ অসমৰ দৰে দুখীয়া লোকেৰে ভৰি থকা ৰাজ্য এখনত পেটে ভাতে খাই থকা মানুহৰ সংখ্যা যথেষ্ট বেছি। সেইসকলৰ বাবে ইণ্টাৰনেট সংযোগসহ এনড্রইড ম’বাইল ফোন এটা ক্ৰয় কৰাটো সপোনৰো অগোচৰ।

এনে লোকসকলেই কালিৰ পৰা হাহাকাৰ কৰিবলগীয়া হৈছে। সমস্যাৰ সমাধান বিচাৰি দৈনিক উপাৰ্জন বাদ দিও তেওঁলোকে পুৱাৰ পৰা বিদ্যুৎ বিভাগ তথা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)ৰ কাৰ্যালয়ত দীঘলীয়া শাৰীত থিয় দিবলগীয়া হৈছে।

ইপিনে, প্রিপেইড মিটাৰ ব্যৱস্থাত সন্মুখীন হোৱা জটিলতাৰ সমাধান বিচাৰি কাৰ্যালয়বোৰত হোৱা ভিৰৰ বাবে বহু লোকে ৰিচাৰ্জ কৰিব নোৱাৰিলে। ইয়াৰ ফলত বহু লোকৰ কালি বিদ্যুৎ যোগান বন্ধ হৈ পৰে। বৰপেটা চহৰৰ এক নম্বৰ ৱাৰ্ডত এনে ঘটনা সংঘটিত হয়।

আনহাতে, পাঠশালাসহ কোনো কোনো স্থানত ৰিচাৰ্জ কৰাৰ পাছতো বিদ্যুৎ যোগান ব্যাহত হৈ থকাৰ অভিযোগ উত্থাপিত হৈছে। মন কৰিবলগীয়া যে এনে জটিলতাৰ সমাধান দিবলৈ এপিডিচিলৰ বহু বিষয়া-কৰ্মচাৰীও সমর্থ নহয় ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCL BARPETAPrepaid MeterRecharge
publisher

publisher

Related Posts

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা
Assam

Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

September 8, 2026
Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত
Assam

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

September 8, 2026
TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা
Assam

TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

September 8, 2026
দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d