Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

    ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

    ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

ইটালীয় সংস্থাৰ স’তে বিজেপি-ৰ ‘গোপন চুক্তি’ ! মোদী চৰকাৰৰ অস্বস্তি বঢ়ালে ৰাহুল গান্ধীয়ে

publisher by publisher
November 9, 2021
in India, News
Reading Time: 1 min read
0
ইটালীয় সংস্থাৰ স’তে বিজেপি-ৰ ‘গোপন চুক্তি’ ! মোদী চৰকাৰৰ অস্বস্তি বঢ়ালে ৰাহুল গান্ধীয়ে
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

ধনু ভঙা পণ লৈ ২৮ বছৰ খালী ভৰিৰে আছিল আঙুৰবালা

বিজেপিৰ কাৰ্যালয়ো গংগাজল চটিয়াই শুদ্ধিকৰণ কৰা হ’ল

ৰাফল যুদ্ধবিমান সন্দৰ্ভত ইউপিএ চৰকাৰক কটাক্ষ কৰিছিল বিজেপি চৰকাৰে । কেন্দ্রত অহাৰ পাছত ৰাফল ইৰ্ছ্যুত একাধিক ধন আত্মসাতৰ অভিযোগ কৰা হৈছিল কংগ্রেছৰ বিৰুদ্ধে । ফ্রান্সৰ স’তে ৰাফল যুদ্ধবিমান চুক্তিত দুর্নীতিত কংগ্রেছৰ নাম জড়িত কৰাৰ পাছত এইবাৰ ক্ষমতাত থকা বিজেপিক অগাষ্টা ৱেষ্টলেণ্ড ভিভিআইপি হেলিকপ্টাৰ চুক্তিত “দুর্নীতিৰ” অভিযোগ কৰা হয় ।

ADVERTISEMENT

প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু তেওঁৰ চৰকাৰক অগাষ্টা ৱেষ্টলেণ্ড আৰু ইয়াৰ মূল কোম্পানি ফিনমেকানিকাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ কৰা হয় । কংগ্রেছৰ প্রাক্তন সভাপতিয়ে কয়, ইউপিএ-২ ৰ শাসনকালত বিজেপিয়ে এই চুক্তিক দুর্নীতিগ্রস্ত বুলি কৈছিল, অথচ বিজেপিয়ে এতিয়া সেই চুক্তিৰেই হেলিকপ্টাৰ কিনিছে । তেন্তে, পদ্ম শিবিৰৰ স’তে ‘গোপন চুক্তি’ হৈছে নেকি ইটালীয় মহাকাশযান তৈয়াৰ কৰা সংস্থাৰ ? এইবাৰ সেই প্রশ্নই উত্থাপন কৰিলে ছোনিয়া-পুত্র‌ই ৷

এটা টুইটত মোদী চৰকাৰক কটাক্ষ কৰি ৰাহুল গান্ধীয়ে কয়, “আগতে অগাষ্টা দুর্নীতিগ্রস্ত আছিল, এতিয়া বিজেপিয়ে লন্ড্রিত ধোৱাৰ পাছত এইটো পৰিষ্কাৰ হৈ পৰিছে ।” তাৰ পাছত ৰাহুলে “#RIPlogic” হেছটেগো ব্যৱহাৰ কৰিছে । প্রসংগত ২০১৪ত ১২টা AW-101 VVIP চপাৰ সৰবৰাহ কৰাৰ কথা আছিল । সেই সময়ত এই চুক্তি বাতিল হয় । বিজেপি নেতাসকলে কংগ্রেছক দোষাৰোপ কৰি কৈছিল যে, দলৰ নেতাসকলে চুক্তিৰ বাবে ৪৫০ কোটি উৎকোচৰ ধন নোপোৱাৰ বাবেই চুক্তি বাতিল হৈছে ।

কিন্তু এইবাৰ বিজেপি চৰকাৰে সেই সংস্থাৰ পৰাই হেলিকপ্টাৰ ক্ৰয় কৰাৰ বাবে উভতি ধৰিছে কংগ্রেছে । এই সন্দৰ্ভত কংগ্রেছৰ প্রধান মুখপাত্র ৰণদীপ সুৰজেৱালাই সোমবাৰে কৈছিল, এইবাৰ মোদী চৰকাৰ আৰু অগাষ্টা/ফিনমেকানিকাৰৰ মাজত ‘গোপন চুক্তি’ হৈছে নেকি ? তেওঁলোকৰ প্রশ্ন ইউপিএ-ৰ আমোলত যাক দুর্নীতিগ্রস্ত বুলি কৈছিল, সেই সংস্থাৰ পৰাই কেনেদৰে চপাৰ কিনিছে মোদী চৰকাৰে ।

উল্লেখ্য, ২০১৬ত, ইটালীয়ান গ্রুপ ফিনমেকানিকাই কোম্পানীৰ নাম পৰিৱর্তন কৰি লিওনার্দো কৰিছে । কংগ্রেছৰ মুখপাত্র গৌৰব বল্লভে অভিযোগ কৰিছে যে, প্রধানমন্ত্রী মোদী আৰু তেওঁৰ চৰকাৰে ‘মেক ইন ইণ্ডিয়া’-ৰ অংশ হিচাপে এসময়ৰ ব্লেক লিষ্টেড অগাষ্টা ৱেষ্টলেণ্ডক অন্তর্ভুক্ত কৰিছে । ইয়াৰ উপৰি, ভাৰতীয় নৌবাহিনীৰ বাবে ১০০টা হেলিকপ্টাৰ কিনিবলৈ নতুন চুক্তি কৰাৰ অনুমতিও দিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BJPItalyRahul Gandhi
publisher

publisher

Related Posts

অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা
India

September 9, 2026
Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক
Assam

Burmese cigarettes seized in Nagaon:নগাঁও আৰক্ষীৰ অভিযানত ৩০ লাখ টকাৰ বার্মিজ চিগাৰেট সহ সৰবৰাহকাৰীক আটক

September 9, 2026
ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা
Assam

ADP 2026 Award:২০২৬ বৰ্ষৰ আনন্দৰাম ঢেকিয়াল ফুকন বঁটা ঘোষণা

September 9, 2026
ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন
India

ৰাষ্ট্ৰসংঘৰ নতুন মানচিত্রত অৰুণাচল-আকচাই চীনক সুকীয়া ৰাষ্ট্ৰৰূপে অংকন

September 9, 2026
Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ
Assam

Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

September 8, 2026
AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ
Assam

AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

September 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d