Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Baksa:বাগ্‌সাৰ দাওধাৰা সংৰক্ষিত বনাঞ্চলত বনৰক্ষী-চোৰাং চিকাৰীৰ সংঘৰ্ষ

সংঘৰ্ষত গুলীবিদ্ধ দুটাকৈ চোৰাং চিকাৰী, পাঁচটা হস্তনিৰ্মিত বন্দুক, বনগাহৰিৰ মাংস সহিতে আটক দুই চোৰাং চিকাৰী, তিনিটা চোৰাং চিকাৰীৰ পলায়ন

publisher by publisher
June 7, 2023
in India, Assam, Crime
Reading Time: 2 mins read
0
Baksa:বাগ্‌সাৰ দাওধাৰা সংৰক্ষিত বনাঞ্চলত বনৰক্ষী-চোৰাং চিকাৰীৰ সংঘৰ্ষ
1
SHARES
10
VIEWS
ShareShareShareShare

Baksa:

বাগ্‌সা ফৰেষ্ট ডিভিজন, মুছলপুৰৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৱৰ্তী দাওধাৰা সংৰক্ষিত বনাঞ্চলত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত সংঘৰ্ষ ৷ সংঘৰ্ষত দুটাকৈ চোৰাং চিকাৰী গুলীবিদ্ধ হয় ৷ আজি দিনৰ প্ৰায় ১০-৪৫ বজাত সংঘটিত এই সংঘৰ্ষত দুটা চোৰাং চিকাৰীক পাঁচটা হস্তনিৰ্মিত বন্দুক আৰু বন গাহৰিৰ মাংস সহিতে মানাহৰ বন বিভাগে আটক কৰিবলৈ সক্ষম হয় ৷

ADVERTISEMENT

ধৃত চোৰাং চিকাৰী দুটা ডুমৰুগুৰিৰ গোপাল বাহাদুৰ আৰু বৰপামৰ ধৰ্মেন্দ্ৰ ওৱাৰী৷চোৰাং চিকাৰী দুটা বনৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত হয় আৰু দুয়োকে চিকিৎসাৰ বাবে বৰপেটা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

RelatedPosts

Uttar Pradesh Firing incident:উত্তৰ প্ৰদেশৰ বুলণ্ডশ্বহৰ খুৰজা নগৰৰ এটা জীমত গুলীচালনাৰ ঘটনা

Firing incident in Paresh Asom Residence:আলফা(স্বাঃ)ৰ সেনাধ্যক্ষ পৰেশ অসমৰ বাসগৃহলৈ গুলীচালনা

Kaziranga Incident:কাজিৰঙাৰ আৰক্ষী অতিথিশালাত অঘটন !

আনহাতে ঘটনাস্থলীৰ পৰা আন তিনিটা চোৰাং চিকাৰী পলায়ন কৰে বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি দাওধাৰা সংৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰীৰ অৱস্থিতিৰ উমান পাই মানাহৰ বন বিভাগক প্ৰথমে খবৰ দিছিল বেচৰকাৰী প্ৰকৃতিপ্ৰেমী সংগঠন মানাহ মাউজিগেন্দ্ৰি ইক’টুৰিজ্যিম ছচাইটিয়ে ৷

ইয়াৰ পাছতে মানাহৰ ভূঞাপাৰা ৰেঞ্জৰ ভাৰপ্ৰাপ্ত বন বিষয়া কামেশ্বৰ বড়োৰ নেতৃত্বত ককলাবাৰী বীটৰ বনৰক্ষী আৰু আন বনৰক্ষী সহিতে বন বিভাগৰ দলে অভিযান চলাইছিল দাওধাৰা সংৰক্ষিত বনাঞ্চলত ৷

বনাঞ্চলখনৰ এটুকুৰা ঠাইৰ পৰা ধোঁৱা ওলোৱা প্ৰত্যক্ষ কৰি বন বিভাগৰ দলে সন্তপৰ্ণে উক্ত স্থান তৰিৎ গতিৰে ঘেৰাও কৰে আৰু তাতেই চোৰাং চিকাৰীৰে সংঘৰ্ষ হয় ৷

জানিব পৰা মতে চোৰাং চিকাৰীয়ে হস্তনিৰ্মিত বন্দুকেৰে বন বিভাগৰ দলক আক্ৰমণ কৰিবলৈ লৈছিল যদিও বনৰক্ষীয়ে তাৰ পূৰ্বেই গুলীয়াই আঘাতপ্ৰাপ্ত কৰে দুই চোৰাং চিকাৰীক আৰু আটক কৰে দুয়োকে ৷

অৱশ্যে ছেগ বুজি আন তিনিটা চিকাৰী ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত আহত দুই চোৰাং চিকাৰীক চিকিৎসাৰ বাবে বৰপেটালৈ প্ৰেৰণ কৰে বন বিভাগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BaksaDaudhara Reserve ForestFiring IncidentPoachers Injured
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d