Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Himanta Viswa Sarma:গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অসম

এটা গছপুলি ৰোপন কৰিলে লাভ কৰিব পাৰে ১০০ ৰ পৰা ২০০ টকা !

publisher by publisher
June 8, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অসম
2
SHARES
17
VIEWS
ShareShareShareShare

Cm Himanta Viswa Sarma:

 গছপুলি ৰোপনেৰে বিশ্ব অভিলেখ গঢ়াৰ দিশে অগ্ৰসৰ ৰাজ্য। বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰে ৷

ADVERTISEMENT

মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে, দুই অক্টোবৰৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতি গভীৰ শ্ৰদ্ধা নিবেদি ৰাজ্য চৰকাৰৰ উদ্যোগত সমগ্ৰ ৰাজ্যতে এক কোটি গছপুলি ৰোপন কৰা হ’ব ৷

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

Cm Himanta Viswa Sarma Pressmeet:কংগ্ৰেছ মুখপাত্ৰ পৱন খেড়াই উদ্থাপন কৰা সকলো অভিযোগক এক সংবাদমেলত মিছা বুলি দাবী মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাৰ

cm 2পুৱা ন বজাৰ পৰা এঘাৰ বজাৰ ভিতৰত ৰাজ্যৰ সৰ্বত্ৰে গছপুলি ৰোপন কাৰ্যসূচী সম্পন্ন কৰা হ’ব। আনহাতে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে যে গছপুলিটো প্ৰতিপালন কৰাৰ বাবে চৰকাৰে প্ৰতিগৰাকী ব্যক্তিকেই দিব ১০০ টকাকৈ এককালীন মাননি। আনহাতে গছপুলিটো জোপা তিনিবছৰলৈ জীয়াই থাকিলে অতিৰিক্তভাবে দুশ টকা উপহাৰ হিচাপে দিয়া হ’ব বৃক্ষৰোপণ কৰা ব্যক্তিজনক৷

উল্লেখ্য যে আজি ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া আৰু সহধৰ্মিনী তথা ৰাজ্যৰ প্ৰথম মহিলা অনিতা কাটাৰিয়াৰ উপস্থিতিত কামৰূপ জিলাৰ চানডুবি অঞ্চলত অমৃত গছপুলি ৰোপণ অনুষ্ঠানত অংশ লৈছিল মুখ্যমন্ত্ৰী গৰাকী ৷

এই উপলক্ষে আয়োজিত জনসভাত অংশগ্ৰহণ লৈ মুখ্যমন্ত্ৰীয়ে দুই অক্টোবৰত এক কোটে গছপুলি ৰোপণৰ বৃহৎ কাৰ্যসূচীৰ কথা ভাষণত সদৰি কৰে ৷

cm 3মুখ্যমন্ত্ৰীয়ে তেওঁৰ ভাষণত কয়, বন্যপ্ৰাণী সংৰক্ষণ আৰু বন্যপ্ৰাণীৰ প্ৰাকৃতিক বাসস্থানসমূহ সুৰক্ষিত কৰাৰ দিশত আমাৰ চৰকাৰে বিশেষ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে ৷

আজিৰ এই গছপুলি ৰোপণেৰে চানডুবিৰ সৌন্দৰ্যত কেৱল নতুন মাত্ৰা সংযোজন কৰাৰ লগতে সেউজ আৰু বহনক্ষম ভৱিষ্যতৰ বীজ ৰোপণ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে ৷  স্থানীয় প্ৰজাতিৰ গছ যেনে শাল, শিলিখা, ভোমোৰা, আমলখি, কঁঠাল, এজাৰ, জামুক, কদম, সোণাৰু আদিয়ে এই অঞ্চলটোৰ নান্দনিক সৌন্দৰ্য বৃদ্ধি কৰিব বুলিও প্ৰকাশ কৰে।

ৰাজ্যৰ মুঠ ভৌগলিক অঞ্চলৰ বনভূমি ৩৬ শতাংশৰ পৰা ৩৮ শতাংশলৈ বৃদ্ধি কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা ৰখাৰ কথাও মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে ৷

অনুষ্ঠানত ৰাজ্যৰ কেবিনেট মন্ত্ৰীসকলৰ লগতে সাংসদ আৰু বিধায়ক সকলৰ লগতে শীৰ্ষ বিষয়াসকলে প্ৰায় ৫০০টাতকৈও অধিক গছপুলি ৰোপণ কৰে।

অনুষ্ঠানতে ‘প্রাকৃতিক কৃষিৰ দিশত এখোজ’ শীর্ষক এখন সহায়িকা পুথি আৰু Rare and threatened plant species of Assam শীৰ্ষক পুস্তিকা উন্মোচন কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।

cm4গছ থাকিলেহে মানুহ থাকিব ৷ এই মহান উক্তি সৰোগত কৰি ৰাজ্য চৰকাৰৰ উদ্যোগত ৰাজ্যৰ সৰ্বত্ৰে বৃক্ষৰোপণ দৰে বৃহৎ কাৰ্যসূচী সচাঁকৈয়ে প্ৰশংসনীয় যদিও এই খিনিতে প্ৰশ্ন হয়, গছপুলি ৰোপণ কৰি পৰৱৰ্তী সময়ত কোনো কানষাৰ নিদিয়াৰ ফলত পুলি তাতে মৰহি যাব নে পুলিটোৰ প্ৰতি দায়িত্ব অব্যাহত থাকিব ৷ সেইয়া আগন্তুক দিনত অৱশ্যেই হ’ব লক্ষণীয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Amrit PlanationChandublCm Himanta Biswa SarmaGovernor Gulab Chand Kataria
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d