Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Guwahati Jal Board Files Fir Against A k Construction:অৱশেষত গা লৰিল জলবৰ্ডৰ !

মহানগৰীত য'তে ত'তে পানীৰ পাইপ মেৰামতিৰ নামত গাঁত খান্দি মৰণফাণ্ড পতা, এ কে কনষ্ট্ৰাকশ্বনৰ বিৰুদ্ধে এজাহাৰ জলবৰ্ডৰ

publisher by publisher
June 9, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Guwahati Jal Board Files Fir Against A k Construction:অৱশেষত গা লৰিল জলবৰ্ডৰ !
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

Robbers snatched a gold chain from a woman’s neck:মহানগৰীত চিলনী চোৰৰ সন্ত্ৰাস অব্যাহত

Guwahati Murder:মহানগৰীত নৃশংস হত্যাকাণ্ড

ADVERTISEMENT

Guwahati Jal Board Files Fir Against A k Construction:

অৱশেষত গা লৰিল জলবৰ্ডৰ ৷ গুৱাহাটী মহানগৰীৰ অলিয়ে গলিয়ে পানীৰ পাইপ মেৰামতিৰ নামত জধে-মধে গাঁত খান্দি মৰণফাণ্ড পতা এ কে কনষ্ট্ৰাকচন নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানটোৰ বিৰুদ্ধে জলবৰ্ড দাখিল কৰিছে এজাহাৰ।

উল্লেখ্য যে,মহানগৰীত জাইকাৰ পানী যোগানৰ বাবে পাইপ লাইনৰ মেৰামতিৰ কাম কৰি আহিছে উল্লিখিত প্ৰতিষ্ঠানটোৱে ৷

এ কে কনষ্ট্ৰাকশ্বনৰ চৰম দায়িত্বহীনতা আৰু গাফিলতিৰ বাবেই বৃহস্পতিবাৰে পুৱাই গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত নিহত হয় হাতীগাঁৱৰ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰীৰ।

গণেশ মন্দিৰ চ’কৰ দিছপুৰ বিধায়ক কলনিৰ সদাব্যস্ত ৰাজপথৰ কাষতেই এ কে কনষ্ট্ৰাকশ্বনে পাইপ মেৰামতিৰ নামত খান্দিছিল এটা প্ৰকাণ্ড গাঁত ৷ গাঁত খান্দিলেই ঠিকেই। কিন্তু তাৰ চাৰিওফালে কোনো বেৰিকেড বা নাম ফলক আঁৰি নিদিয়াৰ ওপৰিও গাঁতটোৰ মাটি পথৰ এছোৱালৈকে দম কৰাৰ বাবেই স্কুটি আৰোহী ছাত্ৰী গৰাকী মাটি দমত নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথত পৰি যায় ৷

ফলত ছাত্ৰ গৰাকীৰ মুৰৰ ওপৰৰে পাৰ হৈ যায় ৰয়েল গ্লৱেল স্কুলৰ বাছ ৷ থিতাতে মৃত্যু হয় শিক্ষাৰ্থী গৰাকী ৷ এই শোকাৱহ দুৰ্ঘটনাটোৰ পাছতে ৰাজ্যৰ সৰ্বত্ৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ আনকি মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই উপায়ুক্তক ঘটনাটোৰ তদন্ত কৰিবলৈ নিৰ্দেশ দিয়ে ৷

উল্লেখ্য যে,জাইকাৰ এই কৰ্মকাণ্ডৰ বিৰুদ্ধে মহানগৰবাসী ক্ষোভিত হৈ পৰে ৷ জাইকাৰ বিৰুদ্ধে এক জনমত গঢ়লৈ উঠিছিল।

এনে প্ৰেক্ষাপটত চৰম দায়িত্বহীনতাৰে কামত পাল মৰা সংস্থাটোৰ বিৰুদ্ধে খৰ্গহস্ত হৈ উঠিছে জল ব’ৰ্ড ৷ আজি জলবৰ্ডে পাইপলাইনৰ মেৰামতিৰ কৰ্মত নিয়োজিত এ কে কনষ্ট্ৰাকচনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে ৷ জলবৰ্ডে স্পষ্ট কৰি দিয়ে যে,নিদিষ্ট কৰি দিয়া সময়ৰ ভিতৰত মেৰামতিৰ কাম সম্পন্ন কৰিব লাগিব ৷ একেদৰে মেৰামতিৰ কাম শেষ হোৱাৰ পাছতে পুতি পেলাব লাগিব গাঁত সমূহ ৷

উল্লেখ্য যে, মহানগৰীৰ মুঠ ১২ টা স্থানত এই এ কে কনষ্ট্ৰাকচনৰ পানীৰ পাইপ মেৰামতি কাম চলি আছে যদিও প্ৰতিটো কামত যথেষ্ট আসোঁৱাহ ৰৈ যোৱাৰ অভিযোগ উদ্থাপিত হৈছে ৷ কাম শেষ হোৱাৰ পাছতো খন্দা গাঁত সমূহ পুতি নেপেলাই এৰি থৈ আহিছে ৷

আনহাতে,হাতীগাওঁ অঞ্চলত খান্দি থোৱা এনে এটা গাঁততে এখন বাহন সোমাই যোৱাৰ ফলত বাহনখনৰ যথেষ্ট ক্ষতি হোৱা পৰিলক্ষিত হৈছে। আনকি যোৱা নিশা দিয়া এজাক বৰষুণত গাঁত সমূহ পানীৰে পৰিপূৰ্ণ হৈ কৃত্ৰিম বানত একাকাৰ হৈ এতিয়া পৰিণত হৈছে মৰণফাণ্ডত ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Against AK ConstuctionFiles FirJal Board
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d