Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Ganeshguri Accident:মহানগৰীৰ গণেশগুৰিত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা

ৰয়েল গ্ল'বেল স্কুলৰ বাছৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী, বায়েকৰ সৈতে বিদ্যালয়লৈ গৈ থকা পথত প্ৰিয়াৰ মুৰৰ ওপৰৰে চলি গ'ল স্কুল বাছ, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় প্ৰিয়াৰ বায়েকো

publisher by publisher
June 8, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Ganeshguri Accident:মহানগৰীৰ গণেশগুৰিত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা
4
SHARES
35
VIEWS
ShareShareShareShare

RelatedPosts

Accident in Amoni:ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল নিৰ্বাচনী কৰ্তব্যত নিয়োজিত আৰক্ষী জোৱান

Accident in Narayanpur:নাৰায়নপুৰৰ ভোগপুৰত পুৱাই সংঘটিত শোকাৱহ দুৰ্ঘটনাত প্ৰাণ গ’ল এজনৰ

Guwahati Beltala basistha murder update:পুৱতি নিশা জিএমচিলৈ নিয়াৰ পথত আৰক্ষীৰ জিম্মাতে মৃত্যু পত্নী হত্যাত অভিযুক্ত ৰামানুজৰ

Ganeshguri Accident:

ADVERTISEMENT

মহানগৰীৰ সদাব্যস্ত গণেশগুৰিত পুৱাই সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ ৰয়েল গ্ল’বেল স্কুলৰ বাছৰ খুন্দাত নিহত এগৰাকী ছাত্ৰী ৷ প্ৰাপ্ত খবৰ মতে,হাতীগাওঁস্থ লিটিল ফ্লাৱাৰ স্কুলৰ একাদশ শ্ৰেণীৰ ছাত্ৰী প্ৰিয়া কুমাৰী বায়েকৰ স্কুটিৰে স্কুললৈ গৈ থকা পথত সংঘটিত হয় মৰ্মান্তিক দুৰ্ঘটনাটো ৷ আনহাতে ঘটনাত গুৰুতৰ ভাৱে আহত হয় নিহত প্ৰিয়াৰ বায়েক। ইতিমধ্যে তেওঁক ততাতৈয়াকৈ ভৰ্তি কৰা হয় স্থানীয় এখন ব্যক্তিগত হাস্পতালত।

প্ৰত্যক্ষদৰ্শীৰ মতে, দ্ৰুত গতিত অহা মহানগৰীৰ অভিজাত বিদ্যালয় ৰয়েল গ্ল’বেল স্কুলৰ এখন বাছে গণেশমন্দিৰ চ’ক পাৰ হৈ বিধায়ক আবাসৰ সমীপতে সংঘটিত কৰে এই শোকাৱহ দুৰ্ঘটনা।

উল্লেখ্য যে, গনেশ মন্দিৰ চ’কৰ কিছু আঁতৰত জাইকাই পাইপ মেৰামতিৰ বাবে প্ৰকাণ্ড গাঁত খান্দি থোৱাৰ বাবেই দুৰ্ঘটনাটি সংঘটিত হোৱাৰ অভিযোগ কৰে পথচাৰীয়ে ৷

মহানগৰীৰ অলিয়ে গলিয়ে এতিয়া জাইকাৰ মৰণফান্দ ৷ ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হয় কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত আৰু জাইকাৰ উচ্চপদস্থ বিষয়া বৰ্গ ৷  কিছু সময়ৰ পাছতে গাঁতটো পুতি পেলাই জাইকাৰ শ্ৰমিকে ৷ ৰাইজে জাইকাৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰে ঘটনাস্থলীত ৷

আনহাতে ছাত্ৰী গৰাকীক খুন্দিয়াই ৰয়েল গ্ল’বেল স্কুল বাছ খন পলায়ন কৰে ৷ যাৰবাবে স্থানীয় লোক ক্ষুব্ধ হৈ পৰে৷ সেই পথছোৱাৰে যোৱা গ্ল’বেল স্কুলৰ আন আন বাছ সমুহ পথৰ ওপৰত আবদ্ধ কৰি বিক্ষোভ প্ৰদৰ্শন কৰে ৷ ফলত গণেশ মন্দিৰ চ’কত ব্যাপক যানযঁটৰ সৃষ্টি হয় ৷উৎকট গৰমত দুয়োফালে বহু বাহন আবদ্ধ হৈ পৰে ৷

আনহাতে শোকাৱহ দুৰ্ঘটনাটি সংঘটিত হোৱাৰ বহু সময়ৰ পাছতহে নাটি দূৰত থকা দিছপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷  ৰাইজে আবদ্ধ কৰি থোৱা গ্ল’বেল স্কুলৰ বাছ কেইখন যাবলৈ দিয়াত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ক্ষুব্ধ ৰাইজে ৷ আৰক্ষীক ৰাইজে নানান বাক্যবাণেৰে কৰ্কথনা কৰে  ৷

আনহাতে ১০৮ এম্বুলেন্সক মতাৰ বহু সময়ৰ পাছত ঘটনাস্থলীত উপস্থিত হোৱাত ৰাইজে জবাবদিহি কৰে এম্বুলেন্সৰ চালকক  ৷এম্বুলেন্স অহাৰ পূৰ্বেই ৰাইজে ৰাজপথত পৰি থকা ছাত্ৰী মীনা কুমাৰী নিথৰ দেহৰ ওপৰত বগা কাপোৰ ঢাকি দিয়ে ৷

ইপিনে,শেহতীয়া প্ৰাপ্ত খবৰ মতে,দুৰ্ঘটনা সংঘটিত কৰা ৰয়েল গ্ল’বেল স্কুলৰ বাছ খন বশিষ্ঠ আৰক্ষীয়ে জব্দ কৰাৰ লগতে আটক কৰে বাছ খনৰ চালকজনকো ।

উল্লেখযোগ্য ,মহানগৰীত উৎকট গৰমৰ বাবে চৰকাৰী- বেচৰকাৰী সকলো শিক্ষানুষ্ঠান পুৱা ৭-৩০ বজাৰ পৰা পাঠদান আৰম্ভ হোৱাত সাত বজাৰ পৰা ৰাজপথ সমূহত বৃদ্ধি পাইছে স্কুল বাছ সমূহৰ চলাচল ৷

মনকৰিবলগীয়া যে, পুৱাৰ ন বজাৰ পৰা গণেশগুৰি পৰা হাতীগাওঁলৈ যোৱা পথছোৱাত যথেষ্ট যানজঁটৰ সৃষ্টি হয় যদিও নিয়ন্ত্ৰণৰ বাবে নাথাকে এজনো ট্ৰেফিক পুলিচ ৷স্বয়ংক্ৰিয় ট্ৰেফিক চিগনেল ব্যৱস্থাৰ ওপৰতে এৰি দি হাত সাবটি বহি থাকে যানবাহন আৰক্ষী ৷ যাৰবাবে চেগাচোৰোকাকৈ হৈ থাকে পথ দুৰ্ঘটনা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ACCIDENTGaneshguriGirl InjuredStudent Dead
publisher

publisher

Related Posts

বিশিষ্ট লেখক তথা অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ভুৱন চন্দ্ৰ বৰাৰ বিয়োগ
Assam

September 25, 2026
খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী
Assam

খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

September 25, 2026
কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?
Entertainment

কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

September 25, 2026
Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী
Assam

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

September 25, 2026
ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল
International

ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

September 25, 2026
CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া
Assam

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

September 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d