Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

    ‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nalbari:দেশীয় নাগৰিক হৈও যেন শৰণাৰ্থীহে নলবাৰীৰ দিৰুৱাৰ ভৱেন দাস

 বেৰ নোহোৱা এখন চালিৰ তলতে দিন কটাইছে বৃদ্ধ মাতৃসহ ৭ জনীয়া পৰিয়ালটোৱে,  ৰেচন কাৰ্ডৰ পৰা আৰম্ভ কৰি সকলো চৰকাৰী সুবিধাৰ পৰা বঞ্চিত, বাপাহত চৰকাৰক কবিচোন আমাকো কিবা অলপ দিবলৈ- বৃদ্ধ মাতৃৰ কাতৰ অনুৰোধ

publisher by publisher
June 10, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Nalbari:দেশীয় নাগৰিক হৈও যেন শৰণাৰ্থীহে নলবাৰীৰ দিৰুৱাৰ ভৱেন দাস
1
SHARES
14
VIEWS
ShareShareShareShare

Nalbari:

ADVERTISEMENT

” ২০২৫ ত সকলোৰে বাবে পকী ঘৰ ” – দেশৰ প্ৰধান মন্ত্ৰীয়ে বিশেষকৈ দুখীয়া শ্ৰেণীৰ লোকসকলক লক্ষ্য কৰি এনে ধৰণে যি ঘোষণা কৰিছিল সেয়াই ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে নলবাৰী জিলাৰো প্ৰায়বোৰ অঞ্চলতে পকী ঘৰ নিৰ্মানে একপ্ৰকাৰ মিছন ৰূপ লাভ কৰিছে ।

RelatedPosts

Ghagrapar:ঘগ্রাপাৰ জিলা পৰিষদত বিজেপি-অগপৰ মিত্ৰজোঁটৰ প্রাৰ্থী ডিম্বেশ্বৰ বেজবৰুৱা বিপুল ভোটত জয়লাভ

নলবাৰী সমষ্টিৰ সাহানবিষ্টুপুৰত এটি পথৰ বাবে ৰাইজৰ হাহাকাৰ

ঘগ্ৰাপাৰৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰ সংযোগী একমাত্ৰ পথ বন্ধৰ বিকল্প পথ মেৰামতিৰ দাবীত আছুৰ বিক্ষোভ প্রতিবাদত

২০১১ আৰু ২০১৮ ৰ অনুমোদিত তালিকা অনুসৰি চৰকাৰে ২০২২ ৰ ফালে প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ ঘৰ অনুমোদন দিয়াৰ লগে লগে প্ৰায়বোৰ গাওঁতেই ব্যাপক হাৰত পকী ঘৰ নিৰ্মাণৰ কাম অহৰহ চলি আছে। বহুসংখ্যক পৰিয়ালে দুটা পৰ্যন্ত ঘৰ লাভ কৰিছে।

men 1আনকি কিছু কিছু অঞ্চলত মিস্ত্ৰী – সামগ্ৰীৰ অভাৱ পৰিলক্ষিত হৈছে। পৰিস্থিতিয়ে এনে ৰূপ লৈছে যে নলবাৰীত বৰ্তমান প্ৰতিটো ইটাৰ দাম ১৫-১৭ টকা হৈ পৰিছে। মাত্ৰ এটা বছৰ পূৰ্বে জিলাখনত ইটাৰ দাম সৰ্বাধিক ১২ টকা আছিল যদিও ২০২২.ৰ শেষৰ ফালে এই দাম আকস্মিকভাৱে বৃদ্ধি হয়।

ইটা ব্যৱসায়ী সকলে প্ৰকাশ কৰা অনুসৰি যথেষ্ঠ হাৰত চৰকাৰী ঘৰ অনুমোদন হোৱা বাবে নলবাৰী জিলাৰ ভাতা সমূহৰ উৎপাদিত ইটাই চাহিদা পূৰণ কৰিব নোৱাৰাত সোণাপুৰ আৰু অন্যান্য ঠাইৰ পৰা ইটা আমদানি কৰিব লগা হোৱাত ১১-১২ টকীয়া ইটাৰ দাম ১৫-১৭ টকা পর্যন্ত বৃদ্ধি হল।

কিন্তু এনে পৰিবেশৰ মাজতো দিন হাজিৰা কৰি বৃদ্ধ মাতৃৰ লগতে নিজৰ ৬ জনীয়া পৰিয়াল এটাক পোহপাল দি অহা অসুস্থ মানুহ এজনৰ পৰিয়াল এটালৈ চকু নপৰিল কোনো দলীয় বিষয়- ববীয়া, পঞ্চায়ত প্ৰতিনিধি অথবা চৰকাৰী বিভাগৰ। এই ঘটনা নলবাৰী জিলাৰ পাইকান দিৰুৱা গাঁওৰ। মানুহজনৰ নাম ভবেন দাস।

বৃদ্ধ মাতৃকে ধৰি লৰা- ছোৱালী ৪ জন সহ তেওঁৰ ৭ জনীয়া এটা পৰিয়াল। ঘৰ বুলি কলে ১০/১২ ফুট দীঘ- পুতালৰ এখন টিনপাতৰ চালি। এখন বেৰ নাই। বিচনাৰ নামত এখন বাঁহৰ চাং আৰু আন এখন বিছনা মাটিতে। গোটেই পৰিয়ালটোৰ থকা – খোৱা আৰু লৰা- ছোৱালীকেইটাৰ পঢ়া- শুনাৰ ঠাই এইখিনিয়েই।

ৰন্ধা- বঢ়া, শৌচ- পেচাব মুকলিতেই। আজিৰ সময়ত চকুৰে নেদেখিলে ভবেন দাসৰ পৰিয়ালৰ ঘৰৰ পৰিৱেশ বিশ্বাস কৰিব পৰাটো হয়তো অসম্ভব। কিন্তু এই পৰিয়ালটোৱে এইবাৰো নাপালে ঘৰ। দুৰ্ভগীয়া ভৱেন দাসে দৈনিক অগ্ৰদূতক ক্ষোভ প্ৰকাশ কৰিলে এইবুলি – দৰ্খাস্ত কিমান দিম, বছৰৰ পাছত বছৰ ধৰি দৰ্খাস্ত দিয়েই থাকিলোঁ, কিন্তু মই ঘৰ নাপাওঁ ।

দলৰ মানুহবোৰেও সভাই সমিতিয়ে যলৈকে মাতে তালৈকে যাওঁ। প্ৰতিবাৰেই ঘৰটো হব বুলি আশ্বাস দিয়ে, কিন্তু দেখিছেই নহয় মোৰ ঘৰৰ অৱস্থা। যোৱা বানপানীৰ সময়ত এখন বেৰ নষ্ট হৈ পৰাৰ পাছত বেৰখনৰ ব্যৱস্থা এতিয়াও কৰিব পৰা নাই।

কি কৰিম, এজন মানুহে দিন হাজিৰা কৰি ভাতেই খাম নে বেৰখনৰ ব্যৱস্থাই কৰিম। চাউলকেইটা পালেও ভাল আছিল, ৰেচন কাৰ্ডখনেই নিদিলে চাউল কত পাম। ” লক্ষণীয় যে ভৱেন দাসৰ পৰিয়ালটোয়ে যিধৰণে দিন কটাইছে যেন দেশীয় নাগৰিক নহৈ কোনোবা শৰণাৰ্থীহে। আনকি খাদ্যৰ অধিকাৰৰ পৰা আৰম্ভ কৰি কৃষকৰ সাহায্য পৰ্যন্ত প্ৰায় সকলোবোৰ চৰকাৰী সা- সুবিধাৰ পৰা বঞ্চিত হৈ আছে ভৱেন দাসৰ পৰিয়াল।

ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত দেশৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালক চৰকাৰে খাদ্যৰ অধিকাৰ প্ৰদান কৰিছে যদিও ভৱেন দাসে পোৱা নাই ৰেচন কাৰ্ডখন পৰ্যন্ত। ফলত তেওঁ চৰকাৰীভাৱে পেটৰ ভাতমুঠিৰ পৰাও বঞ্চিত হৈ আহিছে। তেওঁ কয় – এজন মানুহে হাজিৰা কৰোঁ।

তাকো সদায় কৰিব নোৱাৰোঁ, অসুস্থ মানুহ। ইয়াৰে চাউলৰ পৰা আৰম্ভ কৰি সকলো কিনিব লগা। আগতে অলপ কৃষকৰ ধন লাভ কৰিছিলো যদিও যোৱা ছয়মাহমানৰ পৰা সেয়াও বন্ধ কৰি দিছে। চৰকাৰে কেৱল দিছেহে দিছে, এই ভৱেন দাসলৈ কিন্তু কাৰো চকুত নপৰে।

” ইপিনে ভৱেন দাসৰ বৃদ্ধ মাতৃয়ে কান্দি কান্দি কয় – বাপাহত চৰকাৰক কবিচোন, আমাকো কিবা অলপ দিবলৈ। ” পিছে ভৱেন দাস আৰু তেওঁৰ বৃদ্ধ মাতৃৰ দুখ, কাতৰ শুনিবলৈ সময় হবনে চৰকাৰযন্ত্ৰৰ ? পূৰণ হবনে ২০২৫ ত সকলোৰে বাবে পকী ঘৰ নিৰ্মান কৰাৰ প্ৰধান মন্ত্ৰীৰ সপোন ? আগন্তুক সময়ে এনে প্ৰশ্নসমূহৰ উত্তৰ কি দিব সেয়া লক্ষণীয় হব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: CMONALBARIPMAY SchemePoor Family
publisher

publisher

Related Posts

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন
News

Buddha purnima:আজি বৌদ্ধ পূৰ্ণিমা, মহানগৰীৰ আদিংগিৰিৰ বৌদ্ধ বিহাৰ ট্ৰাষ্টত বিশেষ আয়োজন

May 12, 2025
‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!
India

‘অপাৰেচন সিন্দূৰ’ৰ পাছত প্ৰথমবাৰৰ বাবে দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে!

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d