Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbanandra Sonowal:ৰাছিয়াৰ ভ্লাদিভষ্টকত অনুষ্ঠিত পূব অর্থনৈতিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল

চেন্নাই-ভ্লাদিভষ্টক ৰুটক বৈকল্পিক বাণিজ্যিক পথ হিচাপে কাৰ্যকৰী কৰাৰ লক্ষ্যৰে পূব সামুদ্রিক কৰিড'ৰ বিষয়ত অংশীদাৰ বৈঠকত মিলিত হ'ব কেন্দ্রীয় মন্ত্ৰীগৰাকী

publisher by publisher
September 11, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Union Minister Sarbanandra Sonowal:ৰাছিয়াৰ ভ্লাদিভষ্টকত অনুষ্ঠিত পূব অর্থনৈতিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ ৰাওনা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
5
SHARES
51
VIEWS
ShareShareShareShare

Union Minister Sarbanandra Sonowal:

ADVERTISEMENT

ৰাছিয়াৰ বন্দৰ চহৰ ভ্লাদিভষ্টকত অনুষ্ঠিত পূব অর্থনৈতিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ তথা আয়ুষ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি পুৱাই গুৰু দায়িত্ব লৈ ৰাছিয়ালৈ ৰাওনা হয়।

RelatedPosts

No Content Available

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰাছিয়াৰ গুৰুত্বপূৰ্ণ মন্ত্রীদ্বয় এলেক্সি চেকুনকভ আৰু ভিটালী ছেডলিয়েডক সাক্ষাৎ কৰি বিভিন্ন ক্ষেত্ৰত শক্তিশালী পাৰস্পৰিক সম্পৰ্ক বজাই ৰখা আৰু কৌশলগত, বাণিজ্যিক তথা ল’জিষ্টিক সহযোগিতা বৃদ্ধি কৰাৰ উদ্দেশ্যৰে আলোচনা কৰিব।

এই প্রসংগত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয়, “এয়া মোৰ বাবে সঁচাকৈয়ে অতি সন্মানজনক আৰু দায়িত্ববোধৰ বিষয় যে মোক সন্মানীয় পূব অর্থনৈতিক মঞ্চত আমাৰ মহান দেশখনক সমুখৰ পৰা প্ৰতিনিধিত্ব কৰাৰ সুযোগ প্ৰদান কৰা হৈছে। প্রধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীৰ গতিশীল নেতৃত্বত ভাৰত আৰু ৰাছিয়াৰ মাজৰ ঐতিহাসিক সম্পৰ্ক এক নতুন শিখৰত উপনীত হৈছে। আমি আমাৰ পাৰস্পৰিক বাণিজ্যিক সম্পর্ক শক্তিশালী কৰাত বিশেষ গুৰুত্ব আৰোপ কৰিছোঁ।

ভাৰত-ৰাছিয়াৰ সম্পৰ্কত এই নতুন গতিশীলতাৰ প্ৰতি লক্ষ্য ৰাখি আমি ৰাছিয়াৰ ঐতিহাসিক বন্দৰ চহৰ ভ্লাদিভষ্টক আৰু ভাৰতৰ চেন্নাইৰ মাজত এক বৈকল্পিক বাণিজ্যিক পথ বিকশিত কৰাৰ বাবে একেলগে কাম কৰি আছোঁ। মই বিশ্বাস কৰোঁ যে ৰাছিয়া ভ্ৰমণ আৰু দেশখনৰ নেতৃবৰ্গৰ সৈতে হ’বলগীয়া মোৰ বৈঠকসমূহৰ যোগেদি আমি এই গুৰুত্বপূৰ্ণ দিশটোত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হ’ম। তদুপৰি ইয়াৰ জৰিয়তে দুয়োখন দেশৰ মাজত কৌশলগত, বাণিজ্যিক আৰু ল’জিষ্টিক সহযোগিতা বৃদ্ধি কৰিবলৈও সক্ষম হ’ম।”

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূব অর্থনৈতিক সন্মিলনত ‘ভাৰত-ৰাছিয়া ব্যৱসায়িক আলোচনা’ অনুষ্ঠানত ভাষণ প্ৰদান কৰিব য’ত তেওঁ ভাৰত আৰু ৰাছিয়াৰ মাজৰ কৌশলগত অংশীদাৰিত্বৰ ক্ষেত্ৰত স্থিৰতা বৃদ্ধিত ব্যৱসায়-বাণিজ্যৰ সম্প্ৰসাৰণৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ সন্দৰ্ভত আলোকপাত কৰিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে পূব সামুদ্রিক কৰিড’ৰ সন্দৰ্ভতো অধিৱেশনত ভাষণ প্ৰদান কৰিব, লগতে ৰাছিয়ান ফেডাৰেচনৰ জ্যেষ্ঠ মন্ত্ৰীসকলৰ সৈতে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পর্ক অধিক শক্তিশালী কৰাৰ সম্ভাৱনা সন্দৰ্ভত বৈঠকত মিলিত হ’ব, যাৰ ভিতৰত আছে উত্তৰ সাগৰীয় পথৰ সম্ভাৱনা অন্বেষণ কৰা আৰু বংগোপসাগৰত ট্ৰেন্স শিপমেন্ট হাব স্থাপন কৰা ।

পূব সামুদ্রিক কৰিড’ৰৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰসমূহৰ মাজত কাৰ্গ’ ট্রেঞ্জিট সময় হ্ৰাস কৰা। নভোৰোছিস্ক বন্দৰৰ মাজেৰে ৩০ দিনৰ তুলনাত ভাৰতীয় বন্দৰৰ পৰা ৰাছিয়াৰ দূৰ প্ৰাচ্যলৈ যাত্ৰাত মাত্ৰ ২৪ দিন লাগে। এই কৰিড’ৰটোৱে ভাৰত আৰু ৰাছিয়া দুয়োৰে বাবে বাণিজ্য আৰু পাৰস্পৰিক সহযোগিতাৰ বাবে নতুন সুযোগ মুকলি কৰাৰ অপৰিসীম সম্ভাৱনা আছে।

এই অষ্টম পূব অর্থনৈতিক সন্মিলন ১০-১৩ ছেপ্টেম্বৰ ২০২৩ তাৰিখে ভ্লাদিভষ্টকৰ ‘ফাৰ ইষ্টাৰ্ণ ফেডাৰেল বিশ্ববিদ্যালয়’ চৌহদত অনুষ্ঠিত হ’ব। এই ফ’ৰাম হৈছে ৰাছিয়া আৰু বিশ্বৰ বিনিয়োগ সম্প্ৰদায়ৰ ভিতৰত সম্পৰ্ক শক্তিশালী কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় মঞ্চ। ৰাছিয়াৰ সুদূৰ প্ৰাচ্যৰ অৰ্থনৈতিক বিকাশত সহায় কৰিবলৈ আৰু এছিয়া-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আন্তঃৰাষ্ট্ৰীয় সহযোগিতা সম্প্ৰসাৰিত কৰিবলৈ ২০১৫ চনত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ নেতৃত্বত পূব অর্থনৈতিক মঞ্চ (ইষ্টাৰ্ণ ইক’নমিক ফ’ৰাম) স্থাপন কৰা হৈছিল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: East Economy SummitPort Cities ValdivostokRussia Visit Sarbanandra Sonowal
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d