Torrential rain at the start of the game:ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয়খন প্ৰস্তুতি মেচত বিধি-পথালি বৰষুণৰ

cricket match 2

Torrential rain at the start of the game:

👉 ক্ৰিকেট বিশ্বকাপৰ দ্বিতীয়খন প্ৰস্তুতি মেচত বিধি-পথালি বৰষুণৰ ৷

👉খেলৰ আৰম্ভণিতে মুষলধাৰ বৰষুণ

👉৪০মিনিট ধৰি দিছিল বৰষুণ ৷

👉আউট ফিল্ডত জমা হৈছে পানী ৷
👉ষ্টেডিয়ামৰ গেটটো জমা হৈছে পানী ৷
👉ষ্টেডিয়ামত উপস্থিত দহ সহস্ৰাধিক দৰ্শক ৷
👉বৰষুণৰ বাবে সাময়িকভাৱে মেচখন স্থগিত ৰখাৰ সিদ্ধান্ত মেচ ৰেফাৰীৰৰ ৷

👉আজি গুৱাহাটীত আছিল ক্রিকেট বিশ্বকাপৰ দ্বিতীয়খন প্রস্তুতি মেচ

👉বর্ষাপাৰাত ইংলেণ্ডৰ মুখামুখি টীম ইণ্ডিয়া

👉টছত জয়ী হৈ বেটিঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল ভাৰতে ৷

Exit mobile version