Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Royals Lose First Match In Guwahati:আই পি এলৰ ৰণত পৰিল ৰাজস্থান ৰয়েলছ গুৱাহাটীত বৰ্ষাপাৰাত বিজয়ৰ হাঁহি পঞ্জাৱ কিংছৰ

অনবদ্য প্রদর্শন ধৱন-ইলিছ-প্ৰভছিমৰণৰ,পাঁচ ৰাণত জয়ী কিংছ পঞ্জাৱ,গুৱাহাটীৰ প্ৰথম মেচত পৰাস্ত ৰয়েলছ

publisher by publisher
April 6, 2023
in India, Assam, News, Sports
Reading Time: 2 mins read
0
Royals Lose First Match In Guwahati:আই পি এলৰ ৰণত পৰিল ৰাজস্থান ৰয়েলছ গুৱাহাটীত বৰ্ষাপাৰাত বিজয়ৰ হাঁহি পঞ্জাৱ কিংছৰ
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

IPL Match in Barsapara Stadium:আজি বৰ্ষাপাৰাত IPLৰ ৰাজস্থান আৰু চেন্নাইৰ হাইভল্টেজ মেটচ্

Guwahati:গুৱাহাটীলৈ অনা হ’ল ফিফা ৱৰ্ল্ড কাপৰ ট্ৰফী

South Africa humiliate India by 408 runs:বর্ষাপাৰাৰ টেষ্টত দক্ষিণ আফ্ৰিকাৰ হাতত শোচনীয় পৰাজয় টীম ইণ্ডিয়াৰ

Royals Lose First Match In Guwahati:

পাঞ্জাব কিংছে চলিত আই পি এলৰ নিজৰ দ্বিতীয়খন মেচতো জয়লাভ কৰিছে। উল্লেখ্য যে আজি গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচত পঞ্জাৱ কিংছে পাঁচ ৰাণত পৰাস্ত কৰে ৰাজস্থান ৰয়েলছক।

ADVERTISEMENT

১৯৮ ৰাণৰ বিজয় লক্ষ্য লৈ বেটিং কৰা ৰাজস্থান ৰয়েলছে কবিচন্দ্রন অনিক (০) বেটিং মুকলি কৰিবলৈ দি হতাশাৰে ইনিংহৰ আৰম্ভনি কৰাৰ পাছত পৰাজয়ৰে মেচৰ সমাপ্তি কৰে।

অৱশ্যে হেটমীয়েৰ (৩৬) আৰু জুবেলে (৩২) ৰাজস্থানৰ আশা সজীৱ কৰি ৰাখিছিল যদিও সাত উইকেটত ১৯২ ৰাণত ইনিংছ সামৰি পৰাজয় স্বীকাৰ কৰে। দলৰ অধিনায়ক হেমছনে (৪২) দৃঢ়তা প্রদর্শন কৰাৰ বিপৰীতে সুন্দৰ আৰম্ভনি পোৱাৰ পাছতো ব্যর্থ হয় পাডিকাল (২১), বিয়ান পৰাগ (২০), বাটলাৰ (১৯) আৰু জয়ছোবাল (১১)।

পঞ্জাৱ কিছেৰ হৈ নাথান ইলিছে ৩০ ৰাণত চাবিটা উইকেট দখল কৰে। ইয়াৰ পূৰ্বে টছত জয় হৈ ৰাজস্থান ৰয়েলছৰ অধিনায়ক সঞ্জু জেমছনে প্রথমে বলিং কৰাৰ সিদ্ধান্ত লয়। বর্ষাপাৰা বেটিং সহায়ক উইকেটত ৪০ অভাৰৰ মেচত এই সিদ্ধান্তৰ বিকল্প ও নাছিল যুৱ অধিনায়ক হেমছনৰ সন্মুখত।

কিন্তু বেটিং কৰিবলৈ আহি ৰাজস্থান দলৰ ৰণনীতিক প্রথম ১০ অভাৰত বিফল কৰি দিয়ে পঞ্জাব কিংছ দলৰ দুই অপেনাৰ শিখৰ ধৱন আৰু প্রতহিমৰণ সিঙে। অভিজ্ঞ ধৰনে উইকেটৰ এটা ফালে দৃঢ়তা প্ৰদৰ্শন কৰাৰ বিপৰীতে নবাগত প্রতছিমৰণে আৰম্ভনিব পৰাই বিস্ফোৰক বেটিং কৰে।

ৰাজস্থান ৰয়েলছৰ পেচাৰ ব’ষ্ট্ৰৰ লগতে স্পীনাৰ ৰবিচন্দ্রন অশ্বিন আৰু যুজবেন্দ্র চাহালকো সম্মান প্ৰদৰ্শন কৰা নাছিল পঞ্জাবৰ অপেনাগবাকীয়ে। মাৰমুখী বেটিঙৰে আই পি এলত গুৱাহাটীতে প্রথমটো অর্ধশতক পূর্ণ কৰে প্রতছিমৰণে।

৩৪ বলত তিনিটা ছিক্সাৰ আৰু সাতটা বাউণ্ডেৰী মাৰি অপেনিঙত ১০ ৰাণৰ যুটি বান্ধি আউট হয় প্রভছিমৰণ (৬০)। উল্লেখ্য যে জা’ই বাটলাবৰ এটা দর্শনীয় কেহৰ বাবে ৰাজস্থানে প্রথমটো উইকেট দখল কৰিবলৈ সক্ষম হয়।

ইফালে, সতীর্থ অপেনাৰ পেভিলিয়নলৈ গ’লেও শিখব ধৰনে নিজৰ স্বাভাবিক বেটিঙবে পঞ্জাব কিংছন ইনিংছ আগুৱাই নিয়ে। ৫৬ বলত তিনিটা ছিক্সাৰ আৰু নটা বাউণ্ডেণী মাৰি ৮৬ ৰাণত অপৰজিত থাকে ধবন।

অভিজ্ঞ বেটাৰগৰাকীৰ অনবদ্য ইনিংহৰ ফলতে পঞ্জাৱ কিংছে নির্ধারিত ২০ অভাৰত চাৰিটা উইকেট হেৰুৱাই ১৯৭ ৰাণ কৰি ৰাজস্থানৰ সন্মুখত দৃঢ় লক্ষ্য থিয় কৰায়।

ইফালে, দলৰ উইকেটৰক্ষক বেটাৰ জিতেশ শৰ্মাই গুৰুত্বপূর্ণ ২৭ ৰাণৰ অৱদান আগবঢ়ায়। ৰয়েলছৰ হৈ জেছন হস্তাৰে দুটা তথা অশ্বিন আৰু চাহালে এটাকৈ উইকেট পায়। মেচৰ প্ৰথম ইনিংহত অসম সন্তান ৰিয়ান পৰাগে এটা কেটছ আয়ত্ন কৰাৰ লগতে সুন্দৰ ফিল্ডিঙৰে নিজৰ পেছাদাৰীত্ব প্রদর্শন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Barsapara StadiumFirst MatchIPL 2023Royals Lose
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d