Today Horoscope: দিনটোৰ ৰাশিফল
মেষ:শৰীৰ সুস্থিৰ থাকিব। ভবামতে কাম কৰিব পাৰিব। আর্থিকত অভাৱ থাকিব পাৰে। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।
বৃষ : মন চঞ্চল হ’ব। শিক্ষাৰ্থীসকলৰ মনত আনন্দ আৰু আগ্ৰহ বাঢ়িব। প্ৰেমত শুভ। শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা ২।
মিথুন : পাৰিবাৰ্ষিক দিশত সুখ-শান্তি থাকিব। নতুন কৰ্মৰ সম্ভেদ পাব। বিবাহ প্ৰাৰ্থীৰ বাবে সুখবৰ। শুভ ৰং বগা। শুভ সংখ্যা ৪।
কৰ্কট : দিনটো শুভ যদিও ১২ বজাৰ পাছত অলপ অশান্তিৰ কাৰণ হ’ব পাৰে। শিৱৰ মন্ত্র জপ কৰিব। নীলা ৰঙৰ বস্ত্ৰ পৰিধান কৰিব।শুভ সংখ্যা ১।
সিংহ: বাধা-বিঘিনিৰ মাজেৰে কৰ্মত সাফল্য হ’ব পাৰিব। মনৰ অশান্তি, খং ৰাগ বৃদ্ধি হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।
কন্যা : নিজকে অলপ সতৰ্ক কৰি ৰাখক কিছুমান সিদ্ধান্তত খেলিমেলি হ’ব পাৰে। কর্মক্ষেত্ৰত সামান্য উন্নতি দেখা যায়। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।
তুলা : পাৰিবাৰিক আৰু প্ৰেমত শান্তিত তথাপিও অলপ বাধা হ’ব পাৰে। বন্ধুৰ্গৰ পৰা দূৰত থাকক। শুভ ৰং নীলা, শুভ সংখা ৭।
বৃশ্চিক : ব্যৱসায়ত মধ্যমীয়া। ভ্ৰমণত কষ্ট। ৰাজনীতি, সমাজ কর্মত জড়িতসকলক আকস্মিক সংবাদে আনন্দিত কৰিব। শুভ ৰং গুলগীয়া, শুভ সংখ্যা ৯।
ধনু : মনত দুচিন্তা আৰু অশান্তিয়ে বৃদ্ধি পাব। ভবা কথা আনৰ আগত প্ৰকাশ নকৰিব। দাম্পত শুভষ শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৫।
মকৰ : শৰীৰটো আগতকৈ কিছু উন্নত হ’ব। পুৰণি ৰোগ আদিৰ পৰা মুক্ত হ’ব। নতুন সংবাদে আনন্দিত কৰিব। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৮।
কুম্ভ : ৰাগ, খং, জেদ আপোনাৰ ক্ষতি কৰিব পাৰে । কৰ্মক্ষেত্র ভাল- বেয়াৰ মাজত দিনটো পাৰ হ’ব। আৰ্থিকত সিমান বেয়া নহ’ব। প্রয়োজন খৰচ কৰিব পাৰিব, শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
মীন : মানসিক ক্ষেত্ৰত কিছু অশান্তি হ’ব পাৰে। বিবাহ প্ৰাৰ্থীৰ বাবে সুংসবাদ আহিব পাৰে। নতুন কৰ্মৰ সন্ধান পাব। শুভ ৰং ৰঙা, শুভ সংখ্যা ৩।