Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ

হিমন্ত বিশ্ব শৰ্মাৰ সাম্প্ৰদায়িক ৰাজনীতিক নস্যাৎ কৰিছে ঝাৰখণ্ডৰ জনতাই, বিজেপি বিৰোধী শক্তিক একত্ৰিত কৰিবলৈ ঘৰে ঘৰে যাব ভূপেন কুমাৰ বৰা, সকলো সমষ্টিতে কংগ্ৰেছৰ প্ৰতি মানুহৰ সমৰ্থন বৃদ্ধি পাইছে

publisher by publisher
November 23, 2024
in Assam, India, News
Reading Time: 2 mins read
0
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

Apcc President Bhupen Kumar Bora:

বিজেপি বিৰোধী সকলো শক্তিক একত্ৰিত কৰিবৰ বাবে মানুহৰ ঘৰে ঘৰে যাব অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰা। একত্ৰিত বিৰোধীয়ে ‘লিলিত বহিলেহে বিজেপি হিলিব’ বুলি উল্লেখ কৰি বৰাই আজি কয় যে ২০২৬ৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলে ৰাইজৰ আশীৰ্বাদ বিচাৰি বিজেপি বিৰোধী দল-সংগঠন, কবি, সাহিত্যিক, শিল্পীসহ সকলো ৰাইজৰ লগত কথা পাতিব আৰু পৰামৰ্শ গ্ৰহণ কৰিব।

ADVERTISEMENT

কোনো অহংকাৰ নোহোৱাকৈ ৰাইজৰ ওচৰলৈ যাব বুলি উল্লেখ কৰি বৰাই কয় যে বিধানসভাৰ ৫টা সমষ্টিৰ উপ-নিৰ্বাচনত কংগ্ৰেছে যথেষ্ট অভিজ্ঞতা লাভ কৰিছে আৰু চামগুৰিক বাদ দি আটাইকেইটা সমষ্টিতে বিজেপি বিৰোধী ভোট কংগ্ৰেছৰ সপক্ষে গৈছে। প্ৰসংগক্ৰমে তেওঁ কয় যে ধলাই সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থীজনে যোৱা লোকসভা নিৰ্বাচনৰ ভোটৰ ব্যৱধান ৪০ হাজাৰৰ পৰা ১০ হাজৰলৈ কমাই আনিছে।

একেদৰে বিহালীত কংগ্ৰেছৰ সপক্ষে ৫০০০ ভোট বৃদ্ধি পাইছে। ছিদলীত কংগ্ৰেছৰ সংগঠন শক্তিশালী হৈছে আৰু ভোট বৃদ্ধি পাইছে। বঙাইগাঁৱতো কংগ্ৰেছৰ সপক্ষে ৰাইজৰ সহাঁৰি আশাব্যঞ্জক বুলি উল্লেখ কৰি কয় যে চামগুৰিৰ পৰিস্থিতিয়ে তেওঁৰ অন্তৰত দুখ দিছে আৰু চামগুৰিত ব্যাপক হাৰত শাসকীয় দলে ৰিগিং কৰিছে। শাসকীয় দলে কৰা ৰিগিঙৰ বিষয়ে কংগ্ৰেছ দলে আগতীয়াকৈ উমান পাই দেশৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ লগতে ৰাজ্যিক নিৰ্বাচনী বিষয়া, জিলা নিৰ্বাচনী বিষয়া সকলোকে অভিযোগ দিছিল আৰু বহিঃৰাজ্যত কৰ্মৰত চামগুৰিৰ ভোটাৰৰ ভোট ইভিএমত শাসকীয় দলে দিয়াৰ অভিযোগ উত্থাপন কৰিছিল।

চামগুৰিৰ বিষয়ে পৰ্যালোচনা কৰা হ’ব বুলিও বৰাই উল্লেখ কৰে। তেওঁ প্ৰসংগক্ৰমে কয় যে কৰ্ণাটকত কংগ্ৰেছ দলৰ চৰকাৰ আছে আৰু ৰাজ্যখনৰ উপ-নিৰ্বাচনত ৩টা বিধানসভা সমষ্টিৰ ভোটযুদ্ধত আটাইকেইটাতে কংগ্ৰেছ দলৰ প্ৰাৰ্থী জয়ী হৈছে। ঝাৰখণ্ডত সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ গৈ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখথেকেচা খোৱা বুলি উল্লেখ কৰি বৰাই কয় যে এতিয়া সমগ্ৰ দেশতে সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা নেতাসকলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা অন্যতম বুলি চিহ্নিত হৈ পৰিছে। তেখেত য’লৈকে গৈছে তাতেই বিজেপিৰ পৰাজয় হৈছে বুলি উল্লেখ কৰি বৰাই কয় যে ৪ মাহ ঝাৰখণ্ডত থকাৰ পিছত অসমৰ পাৰ্টটাইম মুখ্যমন্ত্ৰীজনে ধাৰ-ঋণ লৈ অসম চৰকাৰক ডুবন্ত জাহাজলৈ পৰিণত কৰিছে।

মুখ্যমন্ত্ৰীৰ আসনৰ মৰ্যাদা হিমন্ত বিশ্ব শৰ্মাই হানি কৰা বুলি উল্লেখ কৰি বৰাই কয় যে চামগুৰি সমষ্টিৰ নিৰ্বাচনৰ আগদিনা নিশা আঢ়ৈ বজাত বিজেপিৰ ২ বিধায়ক জিতু গোস্বামী আৰু ৰূপক শৰ্মাৰ লগত ভিডিঅ’ কলত কথা পাতি চামগুৰিত কি কৰিব লাগে সেই সন্দৰ্ভত পৰামৰ্শ দিছিল। নিৰ্বাচনত হৰা-জিকা আছেই বুলি উল্লেখ কৰি বৰাই কয় যে মুখ্যমন্ত্ৰী এজনে নিজকে ইমান ৰাজনৈতিক কৰি সাংবিধানিক বিধি-ব্যৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে।

ইফালে, ৫টা বিধানসভা সমষ্টিৰ নিৰ্বাচনত জয়ী হোৱা ৫জন প্ৰতিনিধিক অভিনন্দন জ্ঞাপন কৰি বৰাই কয় যে ৱায়নাডত কংগ্ৰেছৰ অন্যতম মহাসচিব প্ৰিয়ংকা গান্ধীয়ে বিপুল ভোটত জয়ী হৈ কংগ্ৰেছৰ প্ৰতি ৰাইজৰ সমৰ্থন বৃদ্ধি কৰাৰ কথাটোকে প্ৰমাণিত কৰিলে। কংগ্ৰেছ কৰ্মীসকলে এতিয়া আগতকৈয়ো দুগুণ উৎসাহেৰে কাম কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Apcc President Bhupen Kumar Bora ReactionAssam Bye Elections Results 2024GuwahatiRajib Bhawan
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d