Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    খাৰৈ নৈ পাৰ হৈ বিদ্যালয়লৈ শিক্ষাৰ্থী

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

    ভাৰতীয় পৰ্যটকক আকৰ্ষণ কৰিবলৈ আর্জেন্টিনাই ভিছাৰ নিয়ম কৰিলে শিথিল

    CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Health

Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

samimsultana by samimsultana
October 30, 2024
in Health, Lifestyle
Reading Time: 3 mins read
0
Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ
7
SHARES
70
VIEWS
ShareShareShareShare

RelatedPosts

নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

মানৱ শৰীৰত নতুন অংগৰ আৱিষ্কাৰ

ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানৰ অভাৱনীয় মাচুল বৃদ্ধিৰ প্ৰতিক্ৰিয়াত সেও মানি সিদ্ধান্ত স্থগিত

Garlic prevents cancer:নহৰুৱে প্ৰতিৰোধ কৰে কৰ্কট ৰোগ

মাছ-মাংস আদি খাদ্য জলা-মছলা আদিৰে নাৰান্ধিলে, মুখত সোৱাদেই নালাগে। গতিকে তেল-জলা-মছলা আদিৰে মুখ ৰুচিকৰভাৱে তেনে খাদ্য তৈয়াৰ কৰা হয়। কিন্তু ইয়াৰ সামগ্রিক ফল ? অজান্তেই পেটৰ দুৰৱস্থা। যকৃতৰো দুৰ্দশা হয়। পেটৰ যন্ত্ৰণা আৰম্ভ হয়। মাৰাত্মক ৰোগে বাহ লয়। স্বাভাৱিকতে ভয় লাগিবৰে কথা। কিন্তু আপুনি যদি নিতৌ পুৱা খালী পেটত এফোটা নহৰু খালেহেঁতেন, তেন্তে ইমান ভয় কৰিবলগীয়া নাছিল।

ADVERTISEMENT

স্বয়ং স্বাস্থ্য বিশেষজ্ঞই এই কথা কয়। পুৱা খালী পেটত একোটাকৈ নহৰু খালে ক’লন কেন্সাৰ আৰু প্ৰ’ষ্টেট কেন্সাৰৰ সম্ভাৱনা ৫০ শতাংশ হ্রাস পায়। সেইদৰে পেনক্ৰিয়াছ কেন্সাৰৰ সম্ভাৱনাও ৫৪ শতাংশ কমে। আনকি মহিলাৰ স্তন কৰ্কটৰ আশংকাও বহুখিনি হ্রাস পায়। এতিয়া প্রশ্ন হ’ল, নহৰুত আছে কি? বহুতে দুৰ্গন্ধৰ কাৰণে নহৰু, বিশেষকৈ কেঁচা নহৰু খাবলৈ বেয়া পায়।

অথচ এই নহৰুতে আছে প্ৰচুৰ পৰিমাণৰ ছালফাৰ আর্জিনাইন, অলিগোছেকাবাইচ্ছ, ফ্রেডনায়েডছ আৰু ছেলেনিয়াম। ১০০ গ্রাম খাদ্যোপযোগী নহৰুত থাকে ১৪৯ কেলৰি, ০.৫ গ্রাম চর্বি, ১৭ মিলিগ্রাম ছ’ডিয়াম, ৪০১ মিলিগ্রাম পটাছিয়াম, ৩৩.০৬ গ্রাম কার্ব’হাইড্রেট, এক গ্রাম শৰ্কৰা আৰু ৬.৩৬ গ্রাম ভিটামিন।

স্বাস্থ্য বিশেষজ্ঞৰ মতে, কেৱল কর্কটেই নহয়, নানা প্ৰকাৰৰ বেক্টেৰিয়াৰ প্ৰৱেশ, জন্ম আৰু বংশ বিস্তাৰতো নহৰুৱে বাধা প্ৰদান কৰে। শৰীৰ নিৰোগী কৰি ৰখাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে এফোটা নহৰুৱে। নহৰুৰ পৰা মানুহে লাভ কৰা অন্যান্য স্বাস্থ্য উপকাৰিতা হ’ল- স্ট্রোক আৰু হার্ট এটেকৰ আশংকা হ্রাস কৰে; উচ্চ ৰক্তচাপৰ সমস্যা দূৰ কৰে, সাধাৰণ জ্বৰ আৰু শ্বাস-প্রশ্বাসৰ সমস্যাৰ পৰা ৰক্ষা কৰে, ছৰ্দিৰ পৰা সকাহ দিয়ে, হজমশক্তি বৃদ্ধি কৰে, কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ কৰে, চকুত ছানি পৰাৰ পৰা ৰক্ষা কৰে, মধুমেহ নিয়ন্ত্রণত সহায় কৰে, দাঁতৰ বিষ নিৰাময় কৰে, চৰ্মৰোগৰ পৰা শৰীৰক মুক্ত কৰি ৰাখে, ত্বক সতেজ কৰি ৰাখে, অনিদ্ৰা দূৰ কৰে, দীর্ঘম্যাদী কাহ আৰু ব্রংকাইটিছৰ সমস্যা নিয়ন্ত্রণ কৰি ৰাখে ইত্যাদি।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CancerGarlic prevents
samimsultana

samimsultana

Related Posts

হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ
Lifestyle

গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d