Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    চৰকাৰী চিকিৎসালয়ত সন্তান জন্ম দিলেই এক গ্ৰাম সোণৰ আঙঠি

    ডুৰাণ্ড লাইনত আফগান-পাকিস্তান সংঘাত তীব্ৰ, ২৮ সন্ত্ৰাসবাদীক হত্যাৰ দাবী আফগান বাহিনীৰ

    CJPৰ মিট-আপক লৈ আৰক্ষীৰ আটক, সৰৱ অসম ৰাজ্যিক চালক সন্থাৰ সম্পাদক

    নিমিষা ঠাকুৰীয়াৰ ইনষ্টাগ্ৰাম একাউণ্টক লৈ ৰহস্য

    লু মাজাউৰ অনুষ্ঠানে মুগ্ধ কৰিলে সহস্রাধিক দর্শকক

    গুৱাহাটীত নিমিষা ঠাকুৰীয়াৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Shoes and sandals are the remedy for cutting the skin of the feet:জোতা-চেণ্ডেলে ভৰিৰ ছাল কটাৰ প্ৰতিকাৰ

samimsultana by samimsultana
October 30, 2024
in Lifestyle
Reading Time: 3 mins read
0
Shoes and sandals are the remedy for cutting the skin of the feet:জোতা-চেণ্ডেলে ভৰিৰ ছাল কটাৰ প্ৰতিকাৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

No Content Available

Shoes and sandals are the remedy for cutting the skin of the feet:

নতুন জোতা বা চামৰাৰ চেন্ডেল পৰিধান কৰিলে, কেতিয়াবা আকাৰ বা ভৰিৰ গঠনৰ তাৰতম্যৰ বাবে ক্ষতস্থানৰ সৃষ্টি হয় বা ছাল এৰুৱাই নিয়ে। ফলত সেই অংশত পানীজোলা বান্ধে। তেতিয়া সেই জোতা বা চেণ্ডেল পিন্ধি খোজকঢ়াত কষ্ট হয়। ভৰিৰ কটা বা ছাল ছিঙা অংশত বন্ধা পানীজোলাৰ বাবে পোৰণিও উঠে।

ADVERTISEMENT

জোতা বা চেণ্ডেলযোৰ পুনৰ পিন্ধি খোজ কাঢ়িলে সেই পানীজোলা ভাঙি অস্বস্তিকৰ অৱস্থাৰ সৃষ্টি কৰে আৰু ক্ষতস্থান ডাঙৰ হৈ পৰে। কোনো কোনোৰ বাবে ই পৰৱৰ্তী সময়ত ডাঙৰ সমস্যাও সৃষ্টি কৰিব পাৰে। অৱশ্যে কেতবোৰ ঘৰুৱা উপায়েৰে আপুনি এই অসহ্যকৰ সমস্যাৰ পৰা প্ৰতিকাৰ পাব পাৰে।

জোতা-চেণ্ডেলৰ বাবে ভৰিত সৃষ্টি হোৱা পানীজোলাৰ পোৰণিৰ সমস্যাৰ পৰা প্ৰতিকাৰৰ অন্যতম উপাদান হ’ল নাৰিকলৰ তেল।

নাৰিকলৰ তেলৰ মইশ্বাৰাইজিং উপাদানে ভৰিৰ ক্ষতস্থান দ্রুতগতিৰে দূৰ কৰে। এচামুচ কপূৰৰ স’তে সামান্য নাৰিকল তেল মিহলাই ভৰিৰ জোতাই কটা অংশ বা পানীজোলাত সানি দিয়ক। এইদৰে দিনে পানীজোলা দুবাৰ সানিলে দ্রুতগতিৰে লগতে পোৰণিও কমিব।

আপুনি ইচ্ছা কৰিলে জোতা পিন্ধাৰ আগতে নাৰিকল তেল সানি ল’ব পাৰে। তেনে কৰিলে ভৰিত পানীজোলা নাবান্ধে। শুকুৱাব জোতাই ভৰিৰ কটা বা ছাল এৰুৱাই নিয়া ক্ষতস্থান বা পানীজোলা বন্ধা দূৰ কৰিবলৈ আন এক উপকাৰী প্রাকৃতিক উপাদান হ’ল মৌ বা মধু।

ভৰিৰ পানীজোলা বন্ধা স্থানত দিনে তিনিবাৰ খাটি মৌ সানিব। দেখিব, দ্রুতগতিৰে পানীজোলা শুকাই গৈছে। ভৰিত বন্ধা পানীজোলাৰ দাগ নোহোৱা চাউলৰ গুড়িয়েও জোতাৰ বাবে গুড়িৰ লগতে সম পৰিমাণৰ পানী মিহলাই কৰাৰ সহায় কৰে। দুই-তিনি চামুচ চাউলৰ এটা মিশ্রণ তৈয়াৰ কৰক। সেই মিশ্রণ পানীজোলা বন্ধা স্থানত লগাই ৰাখক।

চাউলৰ গুড়ি যেতিয়া শুকাই কৰাল মাৰিব, তেতিয়া কুহুমীয়া গৰম পানীৰে সেই স্থান ধুই পেলাব। সপ্তাহত এইদৰে দুই- তিনিবাৰ চাউলৰ গুড়িৰ মিশ্রণ সানিলে দাগ উঠি যাব। পানীজোলাৰ পোৰণিৰ পৰা মুক্তি পাবলৈ এল ভেৰা তেল সানিব পাৰে।

এল’ভেৰা বা ছালকুঁৱৰী গছৰ পাত ছিঙি তাৰ ৰস পানীজোলা কুহুমীয়া গৰম পানীৰে ধুই দিব। এইদৰে বন্ধা স্থানত লগাওক। সেই আঠাযুক্ত ৰস কিছুদিন ব্যৱহাৰ কৰিলে পোৰণিও নোহোৱা হ’ব আৰু পানীজোলাও দূৰ হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: remedy for cuttingShoes and sandalsskin of the feet
samimsultana

samimsultana

Related Posts

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?
Lifestyle

ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

September 28, 2026
হাতৰ জোৰাৰ ক’লা দাগ
Lifestyle

হাতৰ জোৰাৰ ক’লা দাগ

September 25, 2026
শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে
Lifestyle

শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

September 21, 2026
চিনেমা চালেই বৃদ্ধি পাব আয়ুস!
Lifestyle

চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

September 20, 2026
মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়
Lifestyle

মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

September 18, 2026
বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!
Lifestyle

বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

September 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d