Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agp Reaction:সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত

অক্ষত অগপৰ দুৰ্গ বঙাইগাওঁ

publisher by publisher
November 23, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Agp Reaction:সৰ্বস্তৰৰ ৰাইজৰ অভূতপূৰ্ব মতদান এনডিএ-ৰ পক্ষত
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Apcc President Bhupen Kumar Bora:চামগুৰিত ব্যাপক ৰিগিঙৰ অভিযোগ প্ৰদেশ কংগ্ৰেছ কমিটিৰ

Rakibul Hussain’s first reaction: চামগুৰিত পৰাজয় স্বীকাৰ ৰকিবুল হুছেইনৰ

BJP candidate Diganta Ghatwaal won in Bihali:ৰাজ্যৰ পাঁচ উপ- নিৰ্বাচনৰ প্ৰথমটো জয়লাভৰ খবৰ

Agp Reaction:

অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ আজি ঘোষিত ফলাফলত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰ আৰু মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ সৰ্বাংগীণ উন্নয়ন আৰু কল্যাণকামী নীতিৰ প্ৰতি ৰাইজৰ অটুট থকা আস্থা আৰু সমৰ্থন আকৌ এবাৰ প্ৰতীয়মান হ’ল।

ADVERTISEMENT

বঙাইগাঁৱৰ জনসাধাৰণে অসম গণ পৰিষদৰ প্ৰতি থকা মৰম-আস্থা পুনৰবাৰ প্ৰতিপন্ন কৰিলে আজি ঘোষণা কৰা অসম বিধানসভাৰ উপ-নিৰ্বাচনৰ ফলাফলত। অসম গণ পৰিষদৰ দুৰ্গস্বৰূপ বঙাইগাঁও বিধানসভা সমষ্টিৰপৰা এনডিএ মিত্ৰজোঁটৰ সমৰ্থিত আৰু অগপৰ মনোনীত প্ৰাৰ্থী দীপ্তিময়ী চৌধুৰীয়ে বৃহৎ জয় সাব্যস্ত কৰে। এই আনন্দৰ ক্ষণত দীপ্তিময়ী চৌধুৰী লগতে বঙাইগাঁওবাসী ৰাইজলৈ অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা আৰু কাৰ্য্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই আন্তৰিক অভিনন্দন তথা কৃতজ্ঞতা জনায়।

সভাপতি বৰাই কয় যে, এই জয়ে অসমৰ জনসাধাৰণ যে আঞ্চলিকতাবাদ তথা অসম গণ পৰিষদ দলৰ লগত আছে সেয়া পুনৰবাৰ প্ৰমাণ কৰিলে। বৰাই লগতে বঙাইগাঁৱৰ জনসাধাৰণে যে এনডিএ-ৰ বিকাশযাত্ৰাক নিৰৱচ্ছিন্নভাৱে আগবাঢ়ি যোৱাটো বিচাৰে, সেয়াই পুনৰবাৰ পতিয়ন নিয়ালে। কাৰ্য্যকৰী সভাপতি কেশৱ মহন্তই উন্নয়নৰ ধাৰা অব্যাহত ৰাখি অনাগত দিনত দীপ্তিময়ী চৌধুৰীয়ে বঙাইগাঁও সমষ্টিবাসীক আগুৱাই লৈ যাব বুলি মন্তব্য কৰে।

তদুপৰি, এই নিৰ্বাচনত এনডিএ-ৰ প্ৰাৰ্থীসকলৰ বিজয় সুনিশ্চিত কৰাত সহায়-সহযোগ আগবঢ়োৱাৰ বাবে বঙাইগাঁও, বিহালী, ধলাই, চিদলী আৰু চামগুৰি সমষ্টিবাসী ৰাইজলৈ অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। এই বিজয়ৰ জৰিয়তে অসমৰ জনসাধাৰণে এনডিএ-ৰ উন্নয়ন, কল্যাণ আৰু সুশাসনৰ প্ৰতি নিৰন্তৰ সমৰ্থনৰ দৃশ্যপট দাঙি ধৰিলে বুলিও মন্তব্য কৰে সভাপতি বৰা ।

দীপ্তিময়ী চৌধুৰী, দিগন্ত ঘটোৱাল, নিহাৰ ৰঞ্জন দাস, নিৰ্মল কুমাৰ ব্ৰহ্ম আৰু দীপ্লু ৰঞ্জন শৰ্মাক এই বিজয়ৰ বাবে সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্তই আন্তৰিক অভিনন্দন জ্ঞাপন কৰে। লগতে নিজ নিজ সমষ্টিৰ জনসাধাৰণৰ সেৱাৰ যাত্ৰাত অনাগত সময়ছোৱাত প্ৰাৰ্থীসকলে নিষ্ঠাৰে আৰু উৎসৰ্গিত মনোভাবেৰে আগবাঢ়ি যোৱাৰ বাবেও শুভেচ্ছা জ্ঞাপন কৰে।

লগতে এনডিএ-ৰ কৰ্মকৰ্তাসকলে নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত যি কষ্ট স্বীকাৰ কৰিলে, তাৰ বাবেও বৰা আৰু মহন্তই গভীৰ কৃতজ্ঞতা জ্ঞাপন কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Agp Candidate Diptimayee ChoudhuryAgp CongratulationsAssam Bye Elections Results 2024Bongaigaon Win
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d