Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 

    সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

    তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

    Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

    Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

    Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mou Signing Ceremony:গুৱাহাটীত ইভি চার্জিং নেটৱৰ্ক স্থাপনৰ বাবে

টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ

publisher by publisher
October 14, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Mou Signing Ceremony:গুৱাহাটীত ইভি চার্জিং নেটৱৰ্ক স্থাপনৰ বাবে
2
SHARES
18
VIEWS
ShareShareShareShare

Mou Signing Ceremony:

মহানগৰীৰৰ খানাপাৰাস্থিত পৰিবহন আয়ক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শণিবাৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহন বিভাগ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।

ADVERTISEMENT

অসম চৰকাৰৰ হৈ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে পৰিবহন আয়ুক্ত ড° ৰবীন কুমাৰ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ পৰা স্বাক্ষৰ কৰে এই গ্ৰুপৰ ব্যৱসায়িক উন্নয়ন মুৰব্বী বীৰেন্দ্ৰ গোৱেলে ৷

RelatedPosts

ASTC:ৰাজ্যত এএছটিচিৰ বাছৰ সংখ্যা ১,১২১খন, ১২৭খন বাছৰ মেৰামতি

Road Safety Week :পথ-সুৰক্ষা সপ্তাহ”ৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ 

Kaziranga :কাজিৰঙাৰ ৰাজপথত আইন- অমান্য কৰি গাড়ী চলালেই জৰিমনা

উল্লেখ্য যে, এই পদক্ষেপে সদাব্যস্ত গুৱাহাটী মহানগৰীত ইভি চার্জিং আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াব। এই পদক্ষেপৰ অংশ হিচাবে টাটা পাৱাৰে চহৰৰ ভিতৰত পাইলট প্রজেক্ট হিচাপে গুরুত্বপূর্ণ স্থানত ১০টা উন্নত ইভি চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ সাজু হৈছে।

mou 2ইডি চাৰ্জাৰৰ এই নেটৱৰ্কে পথসমূহত ইলেক্ট্রিক বাহন ব্যৱহাৰ বৃদ্ধিৰ সম্ভাৱনাৰ পথ প্ৰশক্ত কৰিব যিয়ে আমাৰ বহনক্ষম নগৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ সৈতে মিল থকা বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা দিনবোৰত গ্ৰহণ কৰা পদক্ষেপৰ সাকাৰ ৰূপ দিয়াত সহায় কৰিব।

স্মতৰ্ৱ্য যে, এই একেটা অনুষ্ঠানতে পথ সুৰক্ষা ম’বাইল এপ আৰু কৃত্রিম বুদ্ধিমত্তা সক্ষম হোৱাটছএপ ভিত্তিক “পথ সুৰক্ষা সহযোগী” নামৰ এটা এপ অসমৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে। এই এপৰ জৰিয়তে প্ৰতিজন নাগৰিকে পথ সুৰক্ষাৰ বিভিন্ন অভিযোগসমূহ উপস্থাপন কৰিব পাৰিব।

এই প্রযুক্তিগত পদক্ষেপে ৰাজ্যত পথ সুৰক্ষাৰ সজাগতাৰ লগতে পথ দূৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। আনহাতে এই কাৰ্যসূচীৰ পূৰ্বে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এটা অত্যাধুনিক সভাগৃহও উদ্বোধন কৰে।

mou 3বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্রী পৰিমল শুক্ল বৈদ্যই প্রদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডে লোৱা এনে পদক্ষেপৰ শলাগ লয়।

প্রায় ৫৪ শতাংশ প্ৰদূষণ যান-বাহনৰ পৰা হয় বুলি উল্লেখ কৰি তেওঁ ৰাজহুৱা স্থানত ইলেক্ট্রিক বাহনৰ চার্জিং ষ্টেচন স্থাপনে মহানগৰী তথা ৰাজ্যখনৰ জনসাধাৰণক এই বাহন অনাৰ প্ৰতি বিশেষভাবে আকৰ্ষিত কৰি পৰিবেশ সম্ভলন বজাই ৰখাৰ দিশত অৰিহণা যোগাব বুলি কয়। মন্ত্ৰীগৰাকীয়ে ষ্টেচন কেইটা সোনকালে স্থাপন কৰাৰ পদক্ষেপ ল’বলৈ প্ৰতিষ্ঠানটোক আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বাণিজ্যিক উন্নয়নৰ মুৰব্বী বীৰন্দ্র গোৱেলে প্রাথমিক অৱস্থাত মহানগৰীৰ বিভিন্ন স্থানত ১০টা এনেকুৱা ষ্টেচন স্থাপনৰ পিছত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য নগৰসমূহত প্ৰতিস্থানটোৱে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিব বুলি কয়।

অনুষ্ঠানত পৰিবহন বিভাগৰ সচিব আদিল খানে বিভাগে পথ দুর্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া, টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বিষয়ৱৰীয়াৰ লগতে প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড” সঞ্জীৱ নাৰায়নে অংশ লয়। আনহাতে পথ সুৰক্ষা সহযোগী এপ মুকলি অনুষ্ঠানত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমীত সিঙেও বক্তব্য প্ৰদান কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mou Signing CeremonyTRANSPORT DEPT.Transport Minister Parimal Sukla BaidyaaVehicle Charging Station
publisher

publisher

Related Posts

‘দেউতাৰ বাবে গৰ্বিত’, পাক গুলীচালনাত নিহত সৈনিক ইমটিয়াজৰ পুত্ৰৰ ভাষ্য 
India

May 12, 2025
সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে
India

সন্ত্ৰাসবাদ, কাশ্মীৰ, পানী! পাক প্ৰতিৰক্ষা মন্ত্ৰীয়ে ভাৰত আৰু পাকিস্তানৰ মাজত তিনিটা বিষয়ত আলোচনা বিচাৰিছে

May 12, 2025
তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!
India

তথ্য লাভৰ বাবে ভাৰতীয় সেনাৰ পৰিচয় লৈ সাংবাদিকসকললৈ ফোন পাক চোৰাংচোৱাৰ!

May 12, 2025
Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত
News

Kaliabar:সুদীৰ্ঘ ২৫ বছৰৰ পিছত অগপৰ দখলত কুঠৰী গাঁও পঞ্চায়ত

May 12, 2025
Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ
News

Nagaon Panchayat Election Update:সংখ্যালঘু অধ্যূষিত সমষ্টিৰ বাহিৰে আন সকলো সমষ্টিতে ধূলিস্যাৎ কংগ্ৰেছ

May 12, 2025
Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান
News

Panchayat Election Results:অখিল গগৈৰ শিৱসাগৰ সমষ্টিত বিজেপিৰ ৰাজকীয় উত্থান

May 12, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d