Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী

    Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

    Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

    Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

    গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

    ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mou Signing Ceremony:গুৱাহাটীত ইভি চার্জিং নেটৱৰ্ক স্থাপনৰ বাবে

টাটা পাৱাৰৰ সৈতে অসম চৰকাৰৰ বুজাবুজি চুক্তি স্বাক্ষৰ

publisher by publisher
October 14, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Mou Signing Ceremony:গুৱাহাটীত ইভি চার্জিং নেটৱৰ্ক স্থাপনৰ বাবে
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Charan Boro: নতুন মন্ত্ৰী চৰণ বড়োক পৰিবহণ বিভাগৰ দায়িত্ব

Kaziranga interceptor: কাজিৰঙাৰ ৰাজপথেৰে উজনি-নামনি যাওতে হওক সাৱধান

ASTC:ৰাজ্যত এএছটিচিৰ বাছৰ সংখ্যা ১,১২১খন, ১২৭খন বাছৰ মেৰামতি

Mou Signing Ceremony:

মহানগৰীৰৰ খানাপাৰাস্থিত পৰিবহন আয়ক্তৰ কাৰ্যালয়ৰ সভাকক্ষত শণিবাৰে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ উপস্থিতিত অসম চৰকাৰৰ পৰিবহন বিভাগ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ মাজত এক বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰা হয়।

ADVERTISEMENT

অসম চৰকাৰৰ হৈ এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰে পৰিবহন আয়ুক্ত ড° ৰবীন কুমাৰ আৰু টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ পৰা স্বাক্ষৰ কৰে এই গ্ৰুপৰ ব্যৱসায়িক উন্নয়ন মুৰব্বী বীৰেন্দ্ৰ গোৱেলে ৷

উল্লেখ্য যে, এই পদক্ষেপে সদাব্যস্ত গুৱাহাটী মহানগৰীত ইভি চার্জিং আন্তঃগাঁথনিৰ ক্ষেত্ৰত বিশেষ সুবিধা আগবঢ়াব। এই পদক্ষেপৰ অংশ হিচাবে টাটা পাৱাৰে চহৰৰ ভিতৰত পাইলট প্রজেক্ট হিচাপে গুরুত্বপূর্ণ স্থানত ১০টা উন্নত ইভি চাৰ্জাৰৰ নেটৱৰ্ক স্থাপন কৰিবলৈ সাজু হৈছে।

ইডি চাৰ্জাৰৰ এই নেটৱৰ্কে পথসমূহত ইলেক্ট্রিক বাহন ব্যৱহাৰ বৃদ্ধিৰ সম্ভাৱনাৰ পথ প্ৰশক্ত কৰিব যিয়ে আমাৰ বহনক্ষম নগৰ উন্নয়ন আৰু পৰিবেশ সংৰক্ষণৰ সৈতে মিল থকা বায়ু প্ৰদূষণ হ্ৰাস কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৱা দিনবোৰত গ্ৰহণ কৰা পদক্ষেপৰ সাকাৰ ৰূপ দিয়াত সহায় কৰিব।

স্মতৰ্ৱ্য যে, এই একেটা অনুষ্ঠানতে পথ সুৰক্ষা ম’বাইল এপ আৰু কৃত্রিম বুদ্ধিমত্তা সক্ষম হোৱাটছএপ ভিত্তিক “পথ সুৰক্ষা সহযোগী” নামৰ এটা এপ অসমৰ পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই মুকলি কৰে। এই এপৰ জৰিয়তে প্ৰতিজন নাগৰিকে পথ সুৰক্ষাৰ বিভিন্ন অভিযোগসমূহ উপস্থাপন কৰিব পাৰিব।

এই প্রযুক্তিগত পদক্ষেপে ৰাজ্যত পথ সুৰক্ষাৰ সজাগতাৰ লগতে পথ দূৰ্ঘটনা আৰু মৃত্যুৰ হাৰ হ্ৰাস কৰাৰ ক্ষেত্ৰত বিশেষভাৱে সহায় কৰিব। আনহাতে এই কাৰ্যসূচীৰ পূৰ্বে পৰিবহন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই আজি পৰিবহন আয়ুক্তৰ কাৰ্যালয়ৰ এটা অত্যাধুনিক সভাগৃহও উদ্বোধন কৰে।

বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰিবহন মন্ত্রী পৰিমল শুক্ল বৈদ্যই প্রদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডে লোৱা এনে পদক্ষেপৰ শলাগ লয়।

প্রায় ৫৪ শতাংশ প্ৰদূষণ যান-বাহনৰ পৰা হয় বুলি উল্লেখ কৰি তেওঁ ৰাজহুৱা স্থানত ইলেক্ট্রিক বাহনৰ চার্জিং ষ্টেচন স্থাপনে মহানগৰী তথা ৰাজ্যখনৰ জনসাধাৰণক এই বাহন অনাৰ প্ৰতি বিশেষভাবে আকৰ্ষিত কৰি পৰিবেশ সম্ভলন বজাই ৰখাৰ দিশত অৰিহণা যোগাব বুলি কয়। মন্ত্ৰীগৰাকীয়ে ষ্টেচন কেইটা সোনকালে স্থাপন কৰাৰ পদক্ষেপ ল’বলৈ প্ৰতিষ্ঠানটোক আহ্বান জনায়।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বাণিজ্যিক উন্নয়নৰ মুৰব্বী বীৰন্দ্র গোৱেলে প্রাথমিক অৱস্থাত মহানগৰীৰ বিভিন্ন স্থানত ১০টা এনেকুৱা ষ্টেচন স্থাপনৰ পিছত ৰাজ্যখনৰ ৰাষ্ট্ৰীয় ঘাইপথ তথা অন্যান্য নগৰসমূহত প্ৰতিস্থানটোৱে ইয়াৰ প্ৰসাৰ বৃদ্ধি কৰিব বুলি কয়।

অনুষ্ঠানত পৰিবহন বিভাগৰ সচিব আদিল খানে বিভাগে পথ দুর্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত লোৱা বিভিন্ন পদক্ষেপৰ বিষয়ে ব্যাখ্যা কৰে। অনুষ্ঠানত পৰিবহন বিভাগৰ উচ্চ পদস্থ বিষয়া, টাটা পাৱাৰ ইভি চার্জিং চলিউচন লিমিটেডৰ বিষয়ৱৰীয়াৰ লগতে প্ৰাগ নিউজৰ মুখ্য পৰিচালন সঞ্চালক ড” সঞ্জীৱ নাৰায়নে অংশ লয়। আনহাতে পথ সুৰক্ষা সহযোগী এপ মুকলি অনুষ্ঠানত ৰাজ্যৰ বিশেষ আৰক্ষী সঞ্চালক প্রধান হৰমীত সিঙেও বক্তব্য প্ৰদান কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mou Signing CeremonyTRANSPORT DEPT.Transport Minister Parimal Sukla BaidyaaVehicle Charging Station
publisher

publisher

Related Posts

টিংখাঙৰ ৰাজগড়ত শিক্ষকৰ প্ৰহাৰত চিকিৎসাধীন ছাত্ৰী
Assam

September 10, 2026
Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ
Assam

Pijush Hazarika:নিবিদা লাভ কৰিও কর্তব্যত গাফিলতি কৰা জলসিঞ্চন বিভাগৰ ঠিকাদাৰক কঠোৰ সকীয়নি জলসিঞ্চন মন্ত্ৰীৰ

September 10, 2026
Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ
Assam

Sarupathar CDSP Arrested:সৰুপথাৰ সমজিলাৰ CDSP দ্বীপেন পাটৰক গ্ৰেপ্তাৰ

September 10, 2026
Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া
Assam

Guwahati:মহানগৰীত প্রবঞ্চনাৰ অভিযোগত গ্ৰেপ্তাৰ অসম সচিবালয়ৰ বিষয়া

September 10, 2026
গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি
Assam

গোলাঘাটৰ পুলস্ত্য পূজাৰীয়ে দীর্ঘদিনীয়া সাধনাৰে প্ৰস্তুত কৰিছে সুৰা ত্যাগ কৰা বনৌষধি

September 10, 2026
ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ
Assam

ATASU Protest Rally in Sivsagar:বানাক্রান্তক উচিত ক্ষতিপূৰণ দিয়াৰ দাবীত শিৱসাগৰত টাই আহোম ছাত্ৰ সন্থাৰ বিশাল গণ সমাৱেশ

September 10, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d