Today Horoscope: দিনটোৰ ৰাশিফল
মেষ :দিনটোত মনলৈ কিছু আনন্দৰ বতৰা আহিব। উপাৰ্জনত বাধা পাব। বিদ্যাত সুমান। ৰাজনীতিবিদসকলে বিপদত সোমাই পৰিব। প্ৰেমত বাধা আগিব। শুভ ৰং ৰঙা, শুভ সংখ্যা ১।
বৃষ : শত্ৰুৰ দ্বাৰা ক্ষতিৰ আশংকা। ব্যৱসায়ীৰ ভাল বৃদ্ধি। চাকৰিৰ বাবে চেষ্টা কৰিব পাৰে। কৰ্মত ব্যস্ততা বাঢ়িব। আর্থিক দিশত প্রাপ্তি যোগ। প্ৰেমত অস্থিৰতা। শুভ ৰং হালজীয়া । শুভ সংখ্যা
মিথুন : পাৰিবাৰিক সমস্যা মনত দুখ দিব। ভ্রমণ কৰিলে কষ্ট পাব। কৰ্ম প্ৰতিভাৰ বিকাশ আৰু বিশিষ্ট ভাগ্যোদয়। নতুন বন্ধু লাভব ইংগিত। শুভ ৰং ৰঙা, শুভ সংখ্যা ৪।
কর্কট : আকস্মিক আঘাত প্ৰাপ্তিৰ সম্ভাৱনা। গুৰুনৰ দ্বাৰা আসন্ন বিপদৰ পৰা মুক্তি লাভ। দেহভাৱ মধ্যম। কর্মক্ষেত্ৰত গতানুগতিক। ব্যৱসায়িক সফলতা পাব। শুভ ৰং নীলা, শুভ সংখ্যা ৩।
সিংহ : দিনটোত আপুনি স্বকৰ্মত লাভৱান হ’ব। নির্ভার ক্রমোন্নত। গৃহে শুভ অনুষ্ঠান হোৱাৰ যোগ। কথা-বতৰাত সংঘত হওক। শুভ ৰং বগা, শুভ সংখ্যা ৫।
কন্যা: মূল্যৱান বস্তু ক্ৰয় কৰিব পাৰে। পত্নীক চিকিৎসাৰ কাৰণে অর্থ ব্যয় হ’ব। বিদেশত থকা আত্মীয়ক আগমনে সুখ বৃদ্ধি পাব । শুভ ৰং ৰঙা, শুভ সংখ্যা ৫।
তুলা : বাধা বিঘিনিৰ মাজেৰে কমে সাফল্য আহু আয় বৃদ্ধি? পঢ়া- শুনাত গুৰুত্ব দিয়াটো ভাল। মাটি-বাৰীৰ সমস্যা বৃদ্ধি পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
বৃশ্চিক : কামৰ চাপ বৃদ্ধি পাব। ওচৰ-চুবুৰীয়াৰ লগত মতানৈক্য ঘটিব পাৰে। উপৰঞ্চি ধন অলপ লাভ কৰিব পাৰিব। সন্ধিয়া কালত অলপ সতর্ক থাকক। শুভ ৰং মাটিয়া, শুভ সংখ্যা ৮।
ধনু : উপযুক্ত কোনো লোকৰ সান্নিধ্যত সুখী হ’ব। ঘৰুৱা পৰিৱেশ বেয়া নহ’ব ৷ নতুন কোনো কামৰ সন্ধান পাব। ভ্ৰমণৰ পৰা লাভৰ কাৰক। শুভ ৰং কমলা। শুভ সংখ্যা ৩।
মকৰ : আৰ্থিকত আশা কৰা মতে ফল নাপাব। দিনৰ ১০ বজাৰ পাছত নতুন দ্রব্য ক্ৰয়ৰ যোগ। দায়িত্বপূর্ণ কামত মন দিয়ক। উপৰুৱা কথা নাভাবিব। শুভ ৰং বগা, শুভ সংখ্যা ২।
কুম্ভ : আজিৰ দিনটো আপোনাৰ ভাল-বেয়াৰ মাজত চলিব। যিকোনো কামতে ভাবি-চিত্তি দায়িত্ব ল’ব। শৰীৰ মধ্যম কোনো কাৰণে ব্যস্ততা। শুভ ৰং মেৰুণ, শুভ সংখ্যা ৯।
মীন: আৰ্থিকত খৰচৰ মুখামুখি। ঘৰুৱা অশান্তি। বিদ্যাত মধ্যম। নতুন উৎসাহ পাব। শৰীৰ ভালেই বোলা যায়। ঘনিষ্ঠ ব্যক্তিৰ পৰা শত্রুতা আহিব পাবে। শুভ ৰং বগা, শুভ সংখ্যা ১।