Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    আমেৰিকাত ভাৰতীয় ছাত্ৰৰ মৃতদেহ উদ্ধাৰ!

    Nagaon:নগাঁৱত উদ্ধাৰ হোৱা চুৰি ম’বাইল গৰাকীক গতাই দিলে আৰক্ষীয়ে

    Manas National Park :মানাহৰ অৰণ্যত পুনৰ দেখা গ’ল বিৰল ‘ঘোং’

    বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি

    Afghan refugee women Team:বিশ্বকাপ খেলিব পাৰিব আফগান শৰণাৰ্থী মহিলা দলে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Nagaon Dist Congress President Suresh Bora Resigned From The Party:নগাঁও কংগ্ৰেছত ধুমুহা !

জিলা সভাপতি সুৰেশ বৰাৰ দলত্যাগ

publisher by publisher
November 10, 2023
in Uncategorized
Reading Time: 3 mins read
0
Nagaon Dist Congress President Suresh Bora Resigned From The Party:নগাঁও কংগ্ৰেছত ধুমুহা !
3
SHARES
27
VIEWS
ShareShareShareShare

Nagaon Dist Congress President Suresh Bora Resigned from The Party:

যিটো সময়ত বিজেপিক পৰাভূত কৰিবৰ বাবে কংগ্ৰেছৰ নেতৃত্বত ৰাজ্যৰ এঘাৰটাকৈ ৰাজনৈতিক দলে মিলিত হৈ বিৰোধী ঐক্যমঞ্চ গঠন কৰি মাৰাথন সাংগাঠনিক কুজকাৱাজ পূৰ্ণ গতিত অব্যাহত থকাৰ সময়তে নগাঁও জিলা কংগ্ৰেছত সৃষ্টি হৈছে খহনীয়া ৷

ADVERTISEMENT

শুক্ৰবাৰে নগাওঁ জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই নিজৰ বৃহৎ সংখ্যক সমৰ্থকৰ সৈতে হঠাতে কৰে দলত্যাগ । এসময়ৰ প্ৰাক্তন আলফা তথা পৰৱৰ্তী সময়ত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ সান্নিধ্যলৈ আহি কংগ্ৰেছত যোগদান কৰি বিগত ১৫ টা বছৰৰো অধিক দিন কংগ্ৰেছৰ বিভিন্ন বিষয়বাবদ থাকি চলিতবৰ্ষৰ মাজভাগতে দায়িত্ব লাভ কৰিছিল জিলা কংগ্ৰেছৰ সভাপতি ৷

RelatedPosts

Former Advisor Prakash Das Resigned From The AASU:আছুৰ পৰা পদত্যাগ সদ্য প্ৰাক্তন উপদেষ্টা প্ৰকাশ দাসৰ

Congress Defectors Suresh Bora, Paritosh Roy and TMC’s Dilip Sharma joined the BJP:বশিষ্ঠস্থিত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত যোগদান কাৰ্যসূচী

একেদৰে কলিয়াবৰৰ সাংসদ তথা লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি গৌৰৱ গগৈৰ অতিকৈ ঘনিষ্ঠ সুৰেশ বৰাই দলত্যাগ কৰা বিষয়টো বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

উল্লেখ্য যে,জিলা কংগ্ৰেছৰ সভাপতি সুৰেশ বৰাই বৃহস্পতিবাৰে নিশা বঢ়মপুৰ বিধানমণ্ডল পৰ্যায়ৰ সকলো নেতাকে নিমন্ত্ৰণ জনায় এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়।

ইয়াৰ পাছত শুক্ৰবাৰে পুৱা বৰাৰ নগাঁও চহৰৰ ইটাচালি বাসভৱনত সমষ্টিটোৰ সকলো নেতা, কৰ্মী পুনৰ একত্ৰিত হয়। তাৰ পাছতে তেওঁ দলত্যাগৰ কথা ঘোষণা কৰে।

আনহাতে তেওঁৰ পদত্যাগ পত্ৰ এপি চিচিৰ সভাপতিলৈ প্ৰেৰণ কৰা বুলি দলীয় নেতা- কর্মী সকলক অবগত কৰে যদিও এই পৰ্যন্ত ৰাজহুৱা ভাৱে মন্তব্য কৰা নাই সংবাদ মাধ্যমৰ আগত ।

প্ৰাপ্ত খবৰ অনুসৰি জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক এজনেও কংগ্ৰেছৰ বিষয়বাব আৰু প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছে ৷

উল্লেখ্য যে, ২০২১ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে সুৰেশ বৰাই প্ৰতিদ্বন্দিতা কৰি বিজেপিৰ প্ৰাৰ্থী জিতু গোস্বামীৰ হাতত মাত্ৰ ৭৫১ টা ভোটৰ ব্যৱধানত পৰাজিত হৈছিল।

ইয়াৰ পুৰ্বে দুটা নিৰ্বাচনত বঢ়মপুৰৰ পৰা অৱতীৰ্ণ হৈছিল যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ হাতত পৰাভূত হৈছিল ৷

ইতিমধ্যে জিলা কংগ্ৰেছৰ মুৰব্বী জনৰ পদত্যাগৰ পাছত এক প্ৰকাৰ হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Nagaon Dist Congress PresidentResigned from The PartySuresh Bora
publisher

publisher

Related Posts

Haj Yatra:আকস্মিকভাৱে বৃদ্ধি বিমান ভাড়া ইন্ধনৰ মূল্যবৃদ্ধিৰ বাবে সিদ্ধান্তক লৈ প্রতিক্রিয়া
Uncategorized

May 1, 2026
Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ
Uncategorized

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

April 30, 2026
WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d