Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

AASU Conference In Morigaon :আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিম দিন

অসমীয়া মানুহ হিতাধিকাৰী নহয়, স্বত্বাধিকাৰী হৈ থাকিব লাগিব, নেতৃত্বৰ সালসলনিৰ সম্ভাৱনা ক্ষীণ, কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱত প্রতিক্রিয়া, আছুত বয়স বিতৰ্কৰ অন্ত ,মুখ্য উপদেষ্টা, উপদেষ্টাৰ বাবে এতিয়াৰ পৰা নাথাকিব কোনো বয়সৰ সীমা, ড:ভট্টাচাৰ্যৰ পৰামৰ্শ আৰু সেৱাৰ প্ৰয়োজন আছুৰ:উৎপল শৰ্মা

samimsultana by samimsultana
November 23, 2023
in India, Assam, News
Reading Time: 2 mins read
0
AASU Conference In Morigaon :আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিম দিন
2
SHARES
15
VIEWS
ShareShareShareShare

AASU Conference In Morigaon :

অৱশেষত আছুত অন্ত পৰিল বয়স বিতৰ্কৰ ৷ আছুতেই থাকিব ড০ সমুজ্জ্বল কুমাৰ ভট্টাচার্য ৷ মুখ্য উপদেষ্টা, উপদেষ্টাৰ বয়সক লৈ ডাঙৰ সিদ্ধান্ত গ্ৰহণ আছু কাৰ্যনিবাহকৰ ৷

ADVERTISEMENT

আনহাতে মুখ্য উপদেষ্টা, উপদেষ্টাৰ বাবে এতিয়াৰ পৰা নাথাকিব কোনো বয়সৰ সীমা৷একেদৰে শিক্ষাগত অৰ্হতাৰো ক্ষেত্ৰততো নাথাকিব কোনো বাধ্যবাধকতা ৷ মুখ্য উপদেষ্টা-উপদেষ্টাৰ বাদ দি এতিয়াৰে পৰা ৪০ অনূর্ধ্বৰ সদস্যহে থাকিব আছুত ৷

RelatedPosts

Road Accident in Nelee:মৰিগাঁৱৰ শিলচাঙৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

Morigaon:জুবিনক গাৰ্গক ভালপোৱা যুৱতীৰ মহানুভৱতা

Morigaon Dist.Jail:মৰিগাঁৱত অঘটন ! কাৰাগাৰৰ পৰা পলায়ন কয়দীৰ

এই গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ বিষয়ে আছুৰ অষ্টাদশ কেন্দ্ৰীয় অধিৱেশনৰ আজি অন্তিম দিনৰ কাৰ্যসূচী চলি থকাৰ মাজতে ঘোষণা কৰে ভাৰপ্ৰাপ্ত সভাপতি উৎপল শর্মাই ৷

সদৌ অসম ছাত্ৰ সন্থাৰ পৰৱৰ্তী কাৰ্যনিৰ্বাহকৰ কাৰ্যকাল হ’ব চাৰি বছৰীয়া। অষ্টাদশ কেন্দ্রীয় মৰিগাঁও অধিবেশনৰ যোৱা নিশা অনুষ্ঠিত চলিত কার্যনির্বাহক সমিতিৰ অন্তিমখন কার্যনির্বাহকৰ সভাত বহুকেইটা গুৰুত্বপূর্ণ সাংগঠনিক প্রস্তাৱ গ্রহণ কৰা হয় ৷

ইয়াৰ ভিতৰতে আছে আছুৰ পৰৱৰ্তী কার্যনির্বাহক সমিতিৰ কাৰ্যকাল চাৰি বছৰীয়া কৰাৰ প্রস্তাৱটো। এই প্রস্তাৱক লৈ অধিবেশনত অংশগ্রহণ কৰা বহু প্ৰতিনিধিৰ মাজত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে।

aasu 1এই বিষয়টোৱে যোবা নিশাৰ প্রতিনিধি সভাত অধিক চর্চা লাভ কৰাৰ লগতে ইয়াকে লৈ প্রতিনিধি সভা উত্তপ্ত হোৱা বুলি সূত্রত প্রকাশ ৷ আনহাতে, প্রতিনিধি সভাত বহুকেইটা বিষয়ৰ লগতে দুলীয়াজানত অনুষ্ঠিত বিগত অধিবেশনৰ প্রস্তাৱ গৃহীতকৰণ আৰু বয়স বিতৰ্কৰ প্ৰসংগক লৈয়ো বিভিন্ন প্রতিনিধিয়ে উত্তপ্ত কৰি তোলা বুলি সূত্ৰত প্রকাশ।

ইপিনে, আছুত মহিলাক অৱহেলিত কৰাৰ সন্দর্ভতো প্রতিনিধি সভাত আলোচনা হয়। ইফালে প্রতিনিধি সভাৰ বাহিৰে-ভিতৰে কে’বাজনো ছাত্র নেতাৰ নাম পৰৱৰ্তী সভাপতি, সাধাৰণ সম্পাদকৰূপে নির্বাচিত হোৱাৰ চর্চা চলিছে যদিও আছুৰ পৰৱর্তী নেতৃত্বত বৰ্তমানৰ ভাৰপ্ৰাপ্ত সভাপতি শর্মা আৰু সাধাৰণ সম্পাদক বৰুৱা বাহাল থকাটোৱে প্রায় নিশ্চিত হৈ পৰিছে।

উল্লেখ্য যে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা ক্ষেত্রত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা আছুৰ অষ্টাদশ কেন্দ্রীয় মৰিগাঁও অধিবেশনৰ আজি তৃতীয় তথা অন্তিম দিন ৷

আজি লোকে লোকাৰণ্য হৈ পৰে ছয় বছৰীয়া অসম আন্দোলনৰ ঐতিহাসিক পৃষ্ঠভূমি মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰ।

কালি পুৱাৰে পৰাই এক উৎসৱমুখৰ পৰিৱেশলৈ পর্যবসিত হোৱা অধিবেশনস্থলীত দিনৰ ১১ বজাত পতাকা উত্তোলন কৰি অধিবেশনৰ কাৰ্যসূচী মুকলি কৰে আছুৰ  কেন্দ্রীয় ভাৰপ্ৰাপ্ত সভাপতি উৎপল শর্মাই।

স্থানীয় শিল্পী দিগন্ত শইকীয়াই নির্মাণ কৰা পতাকা উত্তোলন বেদীত পতাকা উত্তোলন কৰি অসমৰ বিভিন্ন প্ৰান্তৰৰ প্রতিনিধি আৰু স্থানীয় বাইজৰ সম্মুখত ভাবপ্রাপ্ত সভাপতিজনে এক উদাত্ত ভাষণ প্রদান কৰি বৃহত্তৰ অসমীয়া জাতিৰ ঐতিহ্য আৰু গৰিমা বিস্তৃতভাবে আলোকপাত কৰাৰ লগতে বৰ অসমখন এক খিলঞ্জীয়া মানুহৰ অসম হৈ ৰখাৰ ক্ষেত্ৰত সদৌ অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰে।

অসম আন্দোলনৰ ৮৫৫ গৰাকী ছহিদৰ ১০১ গৰাকী ছহিদেই মৰিগাঁও জিলাৰ বুলি দাবী কৰি ১৯৬০ৰ ভাষা আন্দোলনৰ মৰিগাঁৱৰ ছহিদ সূৰ্য বৰা আৰু ১৯৭৪ৰ খাদ্য আন্দোলনৰ দুই জাতীয় ছহিদ গজেন ইংতি আৰু পুতুল শইকীয়াকো শ্ৰদ্ধাৰে স্মৰণ কৰে।

মৰিগাঁও আছুৰ প্রাক্তন সভাপতি হিমাংশু মহন্তই আঁত ধৰা অনুষ্ঠানটোত ভাৰপ্ৰাপ্ত সভাপতি শর্মাই অসমীয়া জাতি আৰু খিলঞ্জীয়া মানুহৰ স্বার্থত কেতিয়াও কাৰো ওচৰত আঁঠু নলয় বুলি মন্তব্য কৰি এইখন অসমত অসমীয়া মানুহ হিতাধিকাৰী হোৱাৰ পৰিৱর্তে একোজন স্বত্ত্বাধিকাৰী হৈ জীয়াই থাকিব লাগিব বুলি ভাষণত উল্লেখ কবে।

সদৌ অসম ছাত্র সন্থাৰ দৰে এটা বিশাল অনুষ্ঠানৰ অধিবেশন মৰিগাঁৱৰ দৰে সৰু চহৰত সফলভাবে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত তেওঁ মৰিগাঁওবাসী ৰাইজৰ প্রতিও কৃতজ্ঞতা জ্ঞাপন কৰে। পতাকা উত্তোলনৰ পাছতেই ছহিদ, তর্পণ কৰে আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুবাই ।

স্থানীয় শিল্পী মণি বৰদলৈয়ে নির্মাণ কৰা ছহিদ বেদীত ছহিদ তর্পণ কৰি আছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক বৰুৱাই অসম আৰু অসমীয়া জাতিৰ বাবে প্রাণ বিসর্জন দিয়া প্রতিগৰাকী জাতীয় ছহিদৰ আত্মত্যাগক গভীৰভাৱে শ্রদ্ধা জ্ঞাপন কৰি অসমীয়া জাতিব ক্ষেত্রত ছাত্র সন্থাই সদায় সজোৰে মাত মাতি যাব বুলি বক্তব্য দাঙি ধৰাৰ লগতে অসমৰ প্ৰতিজন ব্যক্তি এগৰাকী স্বাভিমানী অসমীয়া হৈ জীয়াই থকাৰ ক্ষেত্ৰত সদৌ অসম ছাত্র সন্থা সকলোৰে এক সাহস হৈ থাকিব বুলি তেওঁ মন্তব্য কৰে।

ছহিদ তৰ্পণৰ পাছতেই একেটা স্থানতে স্থাপন কৰা মৰিগাঁৱৰ ভূৰবন্ধাত খাদ্য আন্দোলনত ভাগ ল’বলৈ গৈ আৰক্ষীৰ হাতত প্রাণ আহুতি দিয়া দুই জাতীয় ছহিদ গজেন ইংতি আৰু পুতুল শইকীয়াৰ আবক্ষ মূৰ্তিত আছুৰ নেতৃত্বই শ্রদ্ধাঞ্জলি জ্ঞাপন কৰে। ছহিদ তৰ্পণ কৰাৰ সময়তেই মৰিগঞাৰ প্রায় চাৰি হেজাৰ মহিলা আৰু যুৱতীৰ কণ্ঠত নিগৰিত হয় ‘হে ছহিদ তোমাক সহস্র প্রণাম’ শীর্ষক সমবেত সংগীত !

অধিবেশন উপলক্ষে কালি দিনৰ এক বজাত এক বিশাল বাৰেৰহনীয়া সমন্বয়ৰ সাংস্কৃতিক শোভাযাত্রা মুকলি কৰে আছুৰ কেন্দ্রীয় মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।

সাংস্কৃতিক শোভাযাত্রা উদ্বোধন কৰি আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচার্যই অসমৰ বাৰেবহণীয়া কৃষ্টি-সংস্কৃতি আৰু বৰেণ্য সাংস্কৃতিক ব্যতি অবদানে অসমীয়া জাতিটোক যুগে যুগে বিশ্বৰ দৰবাৰত প্রতিষ্ঠিত কৰিব পৰাটোয়েই অসমীয়া জাতিৰ শ্রেষ্ঠ উপহাৰলে কয়।

সকলোৰে হাতত হাত ধৰি একতাৰ দোলেৰে অসমীয়া জাতিটোক আগবঢ়াই নিবলৈ সমবেত সকলে প্রতি তেওঁ আহ্বান জনায়। অসম চৰকাৰে শেহতীয়াভবে অসমবাসীৰ ওপৰত অধিক কৰ-কাটলৰ বোজা জাপি দিয়াৰ সন্দৰ্ভত আক্ষেপ প্রকাশ কৰি ৰাজ্য চৰকাৰে জাপি দিয়া এনে বোজা কোনো কাৰণতে মানি লোৱা নহ’ব বুলি কয় মুখ্য উপদেষ্টা ড° ভট্টাচার্যই।

তেওঁ এনে কৰ- কাটলৰ নীতি-নির্দেশনা বাতিল কৰিবলৈ চৰকাৰক দাবী জনায়। জাতি কি অসমবাসীৰ সংকট কালত মৰিগাঁওবাসীয়ে জনাই অহা জাতিৰ সেৱা আৰু অবদানৰ লগতে আত্মত্যাগক তেওঁ কৃতজ্ঞতা জ্ঞাপন কৰে। ড’ ভট্টাচার্যই ভাষণত -পুনৰ কয় যে ৰাজনীতিয়ে সমাজ ভাঙে আৰু সংস্কৃতিয়ে সমাজখন গড়ে। সাংস্কৃতিক শোভাযাত্রা হ’ল এক সাংস্কৃতিক সংগ্রাম।

অসমত গুৰু দুজনাই দি যোৱা সাংস্কৃতিক সমলৰাজিৰে অসমীয়াৰ সাংস্কৃতিক ভড়াল পৰিপূৰ্ণ হৈ আছে । পৰৱৰ্তী সময়ত জ্যোতিপ্রসাদ, বিষ্ণুপ্রসাদ ফণী শৰ্মা, ভূপেন হাজৰিকা, প্রতিমা পাণ্ডে, ৰামেশ্বৰ পাঠক, কুতুবুদ্দিন আহমেদ আদি শিল্পীসকলে আগবঢ়োরা অনবদ্য অবদানেৰে অসমীয়াৰ সংস্কৃতিৰ ভড়াল আজিও চহকী হৈ আছে।

তেওঁ ভাষণ প্রসংগত কয় যে ১৯১৭ত গুৱাহাটীৰ লতাশিল খেলপথাৰত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ নেতৃত্বত গঠন হোৱা অসম ছাত্র সম্মিলনৰ ধাৰাবাহিকতা অসমত আছুৱে আজিও অব্যাহত ৰাখিছে। আছুৰ নেতৃত্বত অসমত নতুন প্ৰজন্মৰ বাবে বৌদ্ধিক আৰু শৈক্ষিক আন্দোলন চলি থাকিব বুলিও কয়।

বাৰেৰহণীয়া বর্ণময় শোভাযাত্রাত আছুৰ ভাৰপ্রাপ্ত সভাপতি শর্মা, সাধাৰণ সম্পাদক বৰুৱা, উপদেষ্টা প্রকাশ চন্দ্র দাস, আছুৰ প্রাক্তন সভাপতি দীপাংক নাথ, আদৰণি সমিতিৰ সভাপতি মিলেশ্বৰ পাতৰৰ লগতে বিশিষ্ট অভিনেতা অৰুণ হাজৰিকা, আন্তঃৰাষ্ট্রীয় খ্যাতিসম্পন্ন খেলুৱৈ হিমা দাস, অভিনেতা নয়ন নীলিম অংশগ্রহণ কৰে ।

যোৱা কালিৰ এই দ্বিতীয় দিনা সাংস্কৃতিক শোভাযাত্রাত এক বর্ণময় পৰিৱেশৰ সৃষ্টি হয়। মৰিগাঁও উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ খেলপথাৰৰ পৰা মৰিগাঁও টাউন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সামৰণি পৰা পাঁচ কিলোমিটাৰ দৈৰ্ঘাৰ বাৰেবৰণীয়া সাংস্কৃতিক শোভাযাত্রাই সমগ্ৰ চহৰখনৰ পৰিৱেশ এক উৎসৱময় কৰি তোলে।

এই সাংস্কৃতিক শোভাযাত্রাটোত উপস্থাপিত হয় ১৫০ টাতকৈও অধিক অনুষ্ঠান-প্রতিষ্ঠানৰ সাংস্কৃতিক প্রদর্শন। শোভাযাত্রাটোত হাতী, স্বৰ্গদেউ চ্যুকাফাৰ প্রতিমূর্তি, লাইলুংখাম নৃত্য, মুলাগাভৰুৰ দল, নাৱত বীৰ লাচিত বৰফুকন, জোঙালবলহু, বিহুনৃত্য, তিৱা নৃত্য, পঞ্চ গোসাই, মায়ঙীয়া বেজৰ দল, পৱিতৰা অভয়াৰণ্য, গোসাঁই উলিওৱা মেলা, বড়ো, ৰাভা, চুতীয়া নৃতা, ভাগৱত যাত্রা, বাউল গীত, সতী জয়মতী, পানী তোলা মহিলাৰ দল, চন্দ্রযান ৩, কনকলতাই পতাকা উৰোৱা দৃশ্য, গায়ন-বায়ন, জোনবিল মেলাৰ বিনিময় পঠা, নেপটী মাকনী নৃত্য, খুকুৰী নৃত্য, স্বাধীনতা সংগ্ৰামৰ দৃশ্য, জিকিৰ-জাৰিৰ দল আদিকে ধৰি বিভিন্ন অনুষ্ঠান আৰু বিদ্যালয়সমূহে তেওঁলোকৰ সাংস্কৃতিক প্রদর্শনে সাংস্কৃতিক শোভাযাত্রাটোত এক নতুন মাত্রা প্রদান কৰিবলৈ সক্ষম হয়।

আনহাতে কালি সন্ধিয়া গজেন ইংতি আৰু পুতুল শইকীয়াৰ মণ্ডপত অনুষ্ঠিত হয় দ্বিতীয় সাংস্কৃতিক অনুষ্ঠান।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AASU conferenceMORIGAONThired Day Programme
samimsultana

samimsultana

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ
News

আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

March 11, 2026
Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে
News

Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

March 11, 2026
ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী
News

ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

March 11, 2026
Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !
International

Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

March 11, 2026
All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই
News

All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d