Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Agricultural Land In Seven Districts Of Assam Is In Danger:নলবাৰী-দৰংসহ অসমৰ সাতখন জিলাৰ কৃষিভূমিলৈ বিপদঘণ্টা

জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱত কৃষিকৰ্ম উছন যাব ৩১০ জিলাত, কোকৰাঝাৰ-ধুবুৰী-বৰপেটা-মৰিগাঁও-ধেমাজিও স্পৰ্শকাতৰ

publisher by publisher
December 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
Agricultural Land In Seven Districts Of Assam Is In Danger:নলবাৰী-দৰংসহ অসমৰ সাতখন জিলাৰ কৃষিভূমিলৈ বিপদঘণ্টা
2
SHARES
18
VIEWS
ShareShareShareShare

Agricultural Land In Seven Districts Of Assam Is In Danger:

জলবায়ু পৰিৱৰ্তনৰ ব্যাপক কুপ্রভাৱে দেশৰ আন ৰাজ্যৰ লগতে অসমৰ কৃষিভূমিলৈ কঢ়িয়াই আনিছে দুৰ্যোগৰ বতৰা। বছৰটোত দুই- তিনিটা খেতি কৰা মাটি ডোখৰত অদূৰ ভৱিষ্যতে এবাৰো খেতি কৰিবলৈ উপযুক্ত হৈ নাথাকিব পাৰে।

ADVERTISEMENT

মূলতঃ জলবায়ু পৰিৱৰ্তনৰ কুপ্রভাবৰ পৰিণতিত দেশৰ ২৮ খন ৰাজ্যৰ ৩১৫ খন জিলাক অতি স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে। এই জিলাকেইখনৰ কৃষিভূমিত অদূৰ ভৱিষ্যতে উছন হ’ব কৃষিকর্ম। প্রচণ্ড খৰাং অথবা প্রৱল বৃষ্টিপাতৰ দৰে অস্বাভাবিক বতৰৰ পৰিবর্তনে এই জিলাকেইখনৰ ভূ-খণ্ডক কৃষিকৰ্মৰ বাবে অনুপযুক্ত কৰি তুলিব বুলি ‘নেচনেল ইন’ভেচনছ অন ক্লাইমেট ৰেচিলিয়েন্ট এগ্রিকালছাৰ’ (নাইক্রা)-এ তথ্য সদৰী কৰিছে।

RelatedPosts

নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অঘটন

Bhelaghar:কাইলৈ হেঁপাহৰ বিহুৰ উৰুকা

School inspector fired:১৫ হাজাৰ টকা উৎকোচ লৈ নিলম্বিত বিদ্যালয়ৰ পৰিদৰ্শকৰ বৰ্খাস্ত

এই ২৮ খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ ভিতৰত উত্তৰ প্ৰদেশত সর্বাধিক সংখ্যক জিলাক স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰিছে নাইক্ৰাই। উত্তৰ প্ৰদেশৰ ২২ খনকৈ জিলা অতি উচ্চ স্পৰ্শকাতৰ আৰু ২৬ খন জিলা স্পৰ্শকাতৰ হিচাপে চিহ্নিত কৰা হৈছে।

ইফালে, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ পৰা অসমৰ কৃষিখণ্ডও ক্ষতিগ্রস্ত হ’ব বুলি নাইক্রাই সতর্কবাণী শুনাইছে। নাইক্রাই প্রকাশ কৰা তালিকা অনুসৰি, সমগ্ৰ দেশৰ স্পৰ্শকাতৰ জিলাসমূহৰ ভিতৰত অসমৰ নলবাৰী আৰু দৰং জিলাক জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা সৰ্বাধিক প্রভাবিত জিলাকেইখনৰ ভিতৰত অতি উচ্চ স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰা হৈছে।

ইয়াৰ উপৰি কোকৰাঝাৰ, ধুবুৰী, বৰপেটা, মৰিগাঁও আৰু ধেমাজি অতি স্পৰ্শকাতৰ জিলা হিচাপে চিহ্নিত কৰা হৈছে। নাইক্রাই প্রকাশ কৰা তথ্য মতে, জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ বাবে এই স্পৰ্শকাতৰ জিলাসমূহত কৃষিকর্ম প্রতি মুহূর্ততে প্রত্যাহ্বানৰ সন্মুখীন হ’ব।

জলবায়ু পৰিৱৰ্তনত প্রত্যাহ্বান জনাব পৰাকৈ অত্যাধুনিক ব্যৱস্থা গ্রহণ নকৰিলে কৃষি উৎপাদন দিনক দিনে নোহোৱা হৈ পৰিব বুলিও বিজ্ঞানীসকলে সকীয়াই দিছে।

উল্লেখ্য যে ইণ্ডিয়ান কাউন্সিল অব এগ্রিকালছাৰেল ৰিচাৰ্ছে জলবায়ু পৰিৱৰ্তনৰ ফলত দেশৰ কৃষিখণ্ড কি ধৰণে প্রভাবিত হ’ব, সেয়া উদ্‌ঘাটন কৰিবলৈ গঠন কৰি দিছিল নাইক্ৰা প্ৰকল্পৰ। তাৰ পাছৰে পৰা নাইক্ৰাৰ অধীনত সমগ্র দেশজুৰি চলিছিল জলবায়ু পৰিবৰ্তনৰ কুপ্রভাবত প্রভাবিত হ’ব পৰা জিলাসমূহৰ সন্ধান।

কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্ৰ সিং টোমৰে মঙলবাৰে লোকসভাত এই তথ্য সদৰী কৰি কয় যে নাইক্রাই জলবায়ু পৰিৱৰ্তনৰ ফলত প্রভাবিত হ’ব পৰা যিকেইখন জিলা চিনাক্ত কৰিছে তাৰ ভিতৰত অতি উচ্চ স্পৰ্শকাতৰ জিলাসমূহ হ’ল ক্ৰমে উত্তৰ প্রদেশত ২২ খন, ৰাজস্থানত ১৭ খন, বিহাৰত ১০ খন আৰু কেৰালাত আঠখন জিলা; উত্তৰাখণ্ড, ওড়িছা, মেঘালয় আৰু পঞ্জাবত পাঁচ-সাতখন জিলা; পশ্চিমবংগ, কর্ণাটক, হাৰিয়ানা, জম্মু আৰু কাশ্মীৰৰ তিনিখনকৈ জিলা; মিজোৰাম, মধ্যপ্রদেশ, মহাবাষ্ট্র, হিমাচল প্রদেশ, গুজৰাট আৰু অসমত দুখনকৈ জিলা; ছিকিম, নগালেণ্ড, অৰুণাচল আৰু অন্ধ্রপ্রদেশত এখনকৈ জিলাক অতি উচ্চ স্পৰ্শকাতৰ জিলা হিচাপে চিনাক্ত কৰা হৈছে।

ইফালে, অতি স্পৰ্শকাতৰ জিলাসমূহৰ ভিতৰত উত্তৰ প্ৰদেশত সৰ্বাধিক ২৬ খন, মধ্যপ্রদেশত ১৪ খন আৰু ওড়িছাত ১৩ খন জিলা আছে। ইফালে, পশ্চিমবংগ, কর্ণাটক, বিহাৰ আৰু ৰাজস্থানত ১০ খন বা ততোধিক জিলা; ঝাৰখণ্ড, মণিপুৰ আৰু চত্তিছগড়ত ছখনকৈ জিলা, অসমত পাঁচখন জিলা, তেলেংগানা আৰু তামিলনাডুত দুখনকৈ জিলা অতি স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে।

মন্ত্রীজনে প্রকাশ কৰে যে এই বৃহৎ সংখ্যক কৃষিপ্রধান জিলাত কৃষিকার্য বিঘ্নিত হ’লে দেশত খাদ্য-শস্যৰ সংকট সৃষ্টি হোৱাৰ আশংকাত ইতিমধ্যে চৰকাৰে কৃষিকার্যত হ’ব পৰা বাধা দূৰ কৰিবলৈ ব্যৱস্থা গ্রহণ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Agricultural LandDangerousDarrongNALBARISeven Districts
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d