Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apsc Scam:এপিএছচি কেলেংকাৰিৰ জালিয়াতি ধৰা পৰাত কান্দি ৰণ জয়ৰ চেষ্টা ৰাজপত্রিত বিষয়াৰ

জালিয়াতিত লিপ্ত ৰাজপত্রিত বিষয়াই ফৰেনচিক পৰীক্ষাকো নস্যাতৰ চেষ্টা চলাইছে জেৰাত, এছআইটিক অলপ সময় দিয়ক: আৰক্ষী প্রধান জিপি সিং

publisher by publisher
December 6, 2023
in India, Assam, News
Reading Time: 2 mins read
0
APSC Scam: এপিচিত বক্ৰপথেৰে নিযুক্তি লাভ কৰা দুজনক গ্ৰেপ্তাৰ এছআইটিৰ
4
SHARES
44
VIEWS
ShareShareShareShare

Apsc Scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ পৰীক্ষাত জালিয়াতিৰে ৰাজপত্রিত বিষয়াৰ চাকৰি লৈ এতিয়া সেই বিষয়ে নজনাৰ ভাও জুৰিছে গ্রেপ্তাৰ আৰু জেৰাৰ সন্মুখীন হোৱা নিলম্বিত বিষয়াসকলে।

ADVERTISEMENT

উত্তৰবহী আৰু অন্যান্য নথিৰ ফৰেনচিক পৰীক্ষাকো তেওঁলোকে নস্যাতৰ ধৃষ্টতা প্রদর্শন কৰিবলৈ এৰা নাই । বিশেষ তদন্তকাৰী গোট (এছআইটি)-এ প্রশ্ন সুধিলে কান্দি ৰণ জয়ৰ কৌশল লৈছে সেইসকল বিষয়াই। উদাহৰণ স্বৰূপে মঙলবাৰে দিনজোৰা জেৰাত অসম আৰক্ষী সেৱাৰ বিষয়া কল্যাণ কুমাৰ দাসে উত্তৰ দিব নোৱাৰি অধিক সময় হুকহুকাই কান্দি কটায়।

RelatedPosts

SIT Raid:জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধার্থ শৰ্মাৰ ছয়গাঁওস্থিত ফেক্টৰীত এছআইটিৰ অভিযান

APSC:বক্ৰপথেৰে চাকৰি লোৱা ১৩ নিলম্বিত ৰাজপত্ৰিত বিষয়াই নাপালে সকাহ

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

apsc scam 5জেৰাৰ সম্মুখীন হয় আন এগৰাকী বিষয়া হ’ল অসম অসামৰিক সেৱাৰ নবনীতা শর্মা। অসম অসামৰিক সেৱাৰ বিষয়া হ’বলৈ আৰু আন কে’বাজনো প্রার্থীৰ তুলনাত অধিক নম্বৰ পাবৰ বাবে ৰাকেশ পালে এইগৰাকী বিষয়াৰ উত্তৰবহীত ৫০ নম্বৰ বঢ়াই দিছিল।

ফৰেনচিক পৰীক্ষাত শৰ্মাৰ বহীত ৰাকেশ পালে নিজ হাতেৰে নম্বৰ বঢ়াই দিয়াটো প্রমাণ হৈছিল। কিহৰ বাবে এনেদৰে নম্বৰ বঢ়াই লৈছিল তথা পালে কিয় বিশেষভাৱে তেওঁৰ বহীত নম্বৰ বঢ়াই দিছিল তাৰ উত্তৰ বিষয়াগৰাকীয়ে দিব পৰা নাছিল।

শেষত তেওঁ কেবল এটাই উত্তৰ দিয়ে আৰু সেয়া হ’ল- মই কেনেকৈ জানিম? ইপিনে, মঙলবাৰে গ্রেপ্তাৰৰ পাছত যোৱা নিশা জেৰা চলোৱা হয় আৰক্ষী সেৱাৰ বিষয়া সুকন্যা দাসক। এইগৰাকী বিষয়াৰ উত্তৰবহীতকৈ টেবুলেছন ছিটত অধিক নম্বৰ দিয়া হৈছিল।

তাতোকৈয়ো গুৰুতৰ বিষয়টো হ’ল যে পৰীক্ষাৰ ছখন উত্তৰবহীৰ বিপৰীতে সুকন্যা দাসৰ ওলাইছিল আঠখন। তেওঁৰ অতিৰিক্ত উত্তৰবহী দুখন উদ্ধাৰ হৈছিল ৰাকেশ পালৰ ঘৰৰ পৰা।

এই বিষয়ে জেৰাত প্রশ্ন কৰাত দীর্ঘ সময় মৌন হৈ আছিল। বাৰম্বাৰ প্রশ্ন কৰাত দাসেও কয় যে তেওঁ সেই বিষয়ে নাজানে; অথচ অজ্ঞতা প্রকাশ কৰিলেও ফৰেনচিক পৰীক্ষাত আটাইকেইখন বহীৰ হাতৰ আখৰ একেজনৰে আৰু সেয়া সুকন্যা দাসৰ বুলি প্রমাণিত হৈছিল।

তৎসত্ত্বেও অতিৰিক্ত বহী দুখনক লৈ ধৃত বিষয়াগৰাকী একো নজনাৰ ভাও জুৰে। বাৰম্বাৰ প্ৰশ্ন কৰাত ফৰেনচিকৰ তথ্যকো তেওঁ নাকচ কৰাৰ চেষ্টা চলায়। অপৰাধৰ পৰা সাৰি যোৱাৰ উদ্দেশ্যে এনে কৌশল ৰচনাৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে, অহা আঠ ডিচেম্বৰত এছআইটিয়ে আন তিনিজন অভিযুক্ত বিষয়াক তলব কৰিছে। অসম আৰক্ষী সেৱাৰ এই বিষয়কেইজন হ’ল অসীমা কলিতা, ফাৰুক আহমেদ আৰু দীপাংকৰ দত্ত লহকৰ। উল্লেখ্য যে,অসীমা কলিতা প্রাক্তন কংগ্ৰেছী বিধায়ক প্রয়াত মদন কলিতাৰ জীয়ৰী।

ইপিনে, পানবজাৰ থানা পৰিদৰ্শন কৰি সাংবাদিকৰ আগত আৰক্ষী সঞ্চালকপ্রধান জি পি সিঙে কয় যে নিয়ম অনুসৰি সকলোৰে বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰা হ’ব। ইয়াৰ বাবে এছআইটিয়ে কাম কৰি আছে।

এছআইটিক কিছুদিন সময় দিবলৈও সিঙে সকলোকে আহ্বান জনায়। তদুপৰি তেওঁ কয় যে তথ্য-প্রমাণ কাৰ ক্ষেত্ৰত কি ধৰণে উদ্ধাৰ হৈছে তাৰ ভিত্তিত বিভাগীয় কার্যব্যৱস্থাৰ পবা অন্যান্য পদক্ষেপসমূহো গ্রহণ কৰা হ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamSit Raid
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

April 29, 2026
গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা
News

গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

April 29, 2026
ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d